• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বগীবিল দলঙক লৈ প্ৰকাশ পালে ‘হেৰুৱা স্মৃতি’ শীৰ্ষক বিহুগীত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 6, 2019 9:52 pm
246
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত লোকসভা নিৰ্বাচনী বতাহ বলিছে যদিও ইয়াৰ সমান্তৰালভাৱে বাপতিসাহোন ৰঙালী বিহুক আদৰিবলৈও পূৰ্ণ প্ৰস্তুতি চলাইছে অসমবাসী ৰাইজে।

বিহুৰ বতৰত সকলো শিল্পীয়ে ভিন্ন ধৰণে গীতৰ ভিডিঅ’ মুকলি কৰিছে যদিও বগীবিল দলঙক লৈ এক ব্যতিক্ৰমী গীত প্ৰকাশ কৰি উলিয়াইছে কন্ঠশিল্পী অনামিকা তামুলি আৰু জিন্টুমণি কলিতাই। গীতটিৰ শিৰোনাম ‘হেৰুৱা স্মৃতি।’

ব্রহ্মপুত্রৰ ওপৰত বগীবিল দলংখনহৈ নদীঘাটবোৰ অতীত হৈ গ’ল। গীতটোত দেউৰীঘাট আৰু ফেৰীঘাটৰ কথা উল্লেখ কৰা হৈছে। এতিয়া বাছ অথবা ৰেলগাড়ীৰেও ব্রহ্মপুত্র পাৰহৈ ডিব্রূগড় আৰু ধেমাজিৰ মাজত যাত্ৰা কৰিব পৰা হ’ল। দলং নিৰ্মাণ হোৱাৰ পাছত লুইতপৰীয়া ডেকা গাভৰুৰ অনুভৱখিনি বিহু গীতেটিৰে প্রকাশ কৰিবৰ যত্ন কৰা হৈছে বুলি নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত জানিবলৈ দিয়ে কন্ঠশিল্পী অনামিকা তামুলীয়ে।

ইয়াৰোপৰি কে. এল. টি প্ৰডাকচনৰ নিবেদনত এই বিহুগীতটি মিছিং আৰু অসমীয়া ভাষাৰ সংমিশ্ৰনৰে প্ৰস্তুত কৰা হৈছে। গীতৰ কথা ধৰণী তাওৰ, সুৰ জগদীশ শৰ্মা, সংগীত বিকাশ বৰুৱাৰ। লগতে গীতটিৰ ভিডিঅ’ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী সুনিতা কৌশিক আৰু যুৱ অভিনেতা শান্তনু শইকীয়াই। গীতটিৰ আলোকসজ্জা কৰিছে ৰাজ দত্তই। গীতটিৰ বাবে দৃশ্যগ্ৰহণ কৰা হৈছে খাৰঘুলীৰ ব্ৰহ্মপুত্ৰৰ বালিচৰত।

ইতিমধ্যে ছ’চিয়েল মেডিয়াত আপল’ড কৰা হৈছে বিহুগীতটি। ইচ্ছুক শ্ৰোতা/দৰ্শকে তলৰ লিংকত ক্লিক কৰি বিহু গীতটো উপভোগ কৰিব পাৰে  https://www.youtube.com/watch?v=5UxfQrfUjQc&feature=youtu.be

Recent News

ইৰাণৰ ৩টা পাৰমাণৱিক কেন্দ্ৰ ধ্বংস কৰিলে আমেৰিকাই; ‘ঐতিহাসিক মুহূৰ্ত’ বুলি অভিহিত ট্ৰাম্পৰ

ইৰাণৰ ৩টা পাৰমাণৱিক কেন্দ্ৰ ধ্বংস কৰিলে আমেৰিকাই; ‘ঐতিহাসিক মুহূৰ্ত’ বুলি অভিহিত ট্ৰাম্পৰ

উভতি ধৰিছে ইংলেণ্ডে, অলি পোপৰ শতক; সোপাঢিলা লৱাৰ অৰ্ডাৰৰ মূল্য ভৰিছে টীম ইণ্ডিয়াই

উভতি ধৰিছে ইংলেণ্ডে, অলি পোপৰ শতক; সোপাঢিলা লৱাৰ অৰ্ডাৰৰ মূল্য ভৰিছে টীম ইণ্ডিয়াই

কাণ নাথাকিলেও চৰাইবোৰে শুনা পায়! কিন্তু কেনেকৈ?

কাণ নাথাকিলেও চৰাইবোৰে শুনা পায়! কিন্তু কেনেকৈ?

দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক সুৰক্ষা প্ৰদান কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী ডিৱাইএফ‌আই-ৰ

দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক সুৰক্ষা প্ৰদান কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী ডিৱাইএফ‌আই-ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd