• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ নিৰ্দলীয় প্ৰাৰ্থী জোনমণি দেৱী খাউণ্ডক মুকলি সমৰ্থন ঐক্য সেনা অসমৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 7, 2019 9:29 pm
Jonmani Devi Khaund

জোনমনি দেৱী খাউণ্ড।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জোনমণি দেৱী খাউণ্ডলৈ মুকলি সমৰ্থ জনাইছে ঐক্য সেনা অসম নামৰ জাতীয় সংগঠটোৱে। আজি সংগঠনটোৰ সাধাৰণ সম্পাদক চহিদুল ইছলামে হোটেল গ্ৰেণ্ড ষ্টাৰ লাইনত অনুষ্ঠিত যোগদান কাৰ্য্যসূচীত সংবাদমাধ্যমৰ আগত ঘোষণা কৰে এই কথা।

সংগঠনটোৰ সাধাৰণ সম্পাদকৰ স্পষ্টভাবে ঘোষণা কৰে যে, ‘আগন্তুক লোকসভা নিৰ্বাচনত গুৱাহাটীবাসী ৰাইজে নিৰ্দলীয় প্ৰাৰ্থী জোনমনি দেৱী খাউণ্ডক ভোট দি জয়ী কৰাটো ঐক্য সেনা অসমে বিচাৰিছে।‘

Apply Now

আনহাতে, নিৰ্দলীয় প্ৰাৰ্থী খাউণ্ডক সমৰ্থন জনোৱাৰ কাৰণো এনেদৰে বাখ্যা কৰে ইছলামে- ‘কেইদিনমান পূৰ্বে আমি ৰাজনৈতিক দলসমূহৰ ইস্তাহাৰত আমি দীৰ্ঘদিনে দাবী কৰি অহা দাবীসমূহ অন্তৰ্ভুক্ত কৰাৰ কথা কৈ আহিছিলো। ঐক্য সেনা অসমৰ যি দাবী সেই দাবী সমূহ কেৱল মাত্ৰ নিৰ্দলীয় প্ৰাৰ্থী জোনমনি দেৱী খাউণ্ডৰ নিৰ্বাচনী ইস্তাহাৰ পত্ৰত প্ৰকাশ পাইছে।‘

ঐক্য সেনা অসমৰ প্ৰতিনিধি

তেওঁ লগতে কয় ” কিন্তু সেই দাবী সমূহ কেৱল লিপিবদ্ধ হৈ নাথাকি অসমৰ বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি, নিবনুৱা সমস্যা সমূহ দূৰ কৰি দেখুৱাব লাগিব। সেয়েহে গুৱাহাটী সমষ্টিৰ বাবে একমাত্ৰ জোনমনি দেৱী খাউণ্ডক ভোট দিয়াটো দৰকাৰ” ।

তাৰোপৰি,  ৰাজনৈতিক দলৰ নেতাসমূহে আজি এটা কথা কৈ কাইলৈ সেই কথা পাহৰি যায় বুলিও ইছলামে মন্তব্য কৰে।

আনহাতে, জাতিধ্বংসী বিধেয়ক খনক লৈ বিজেপি, অগপ আৰু কংগ্ৰেছৰ স্থিতিকো সমালোচনা কৰে ছহিদুল ইছলামে।

“নাগৰিকত্ব বিধেয়কক বিজেপিয়ে সদায় সমৰ্থন কৰি আহিছে। কংগ্ৰেছেও ইয়াক লৈ সদায় দুমুখীয়া স্থিতি গ্ৰহণ কৰি আহিছে।ৰাজ্যৰ জাতীয়তাবাদী দল অসম গণ পৰিষদে মন্ত্ৰীত্ব লাভৰ আশাত নিজৰ আদৰ্শক জলাঞ্জলী দি নিজকে নিশেষ কৰিছে। সেয়েহে অসমৰ ৰাইজে জোনমনি দেৱী খাউণ্ডক ভোট দি জয়ী কৰিব লাগে , যাতে তেওঁ অসমৰ হৈ কাম কৰিব পাৰে” বুলিও তেওঁ কয়।

বিগত সময়চোৱাত অসমীয়া ৰাইজৰ প্ৰতিটো সমস্যা সমাধানৰ ক্ষেত্ৰত ঐক্য সেনা অসমে দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰি অহাৰ বাবেই গুৱাহাটীৰ প্ৰায় ৫০০ ছাত্ৰ-ছাত্ৰী আৰু যুৱক যুৱতীয়ে আজি ঐক্য সেনা অসমৰ মহানগৰ জিলা সমিতিত  যোগদান কৰে বুলি দাবী কৰে ছহিদুল ইছলামে।

ঐক্য সেনা অসমৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত এই বৃহৎ যোগদান কাৰ্যসূচীত কেন্দ্ৰীয় সমিতিৰ সভাপতি দেৱজ্যোতি শৰ্মা, উপদেষ্টা বেগম জান, মনোৰঞ্জন বৰা, মুখ্য সম্পাদক শ্বাহিদুল ইছলামকে প্ৰমুখ্য কৰি ঐক্য সেনা অসমৰ আন আন সদস্য সকল উপস্থিত থাকে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

August 31, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd