• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোচ ৰাজবংশী জনগোষ্ঠীৰ মাজত বিভাজনৰ ষড়যন্ত্ৰ; বিধায়ক অশ্বিনী-ফণীভূষণক গৰিহণা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 9, 2019 3:41 pm
Koch Rajbongshi Sanmilani

ফনীভূষণ চৌধুৰী। উৎস-ইণ্টাৰনেট

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক লোকসভা নিৰ্বাচনত কাক সমৰ্থন দিয়া হ’ব, নতুবা কাক সমৰ্থন দিলে জনগোষ্ঠীটোৰ সমস্যা সমাধান হ’ব সেই ৰণনীতি তথা চূড়ান্ত সিদ্ধান্ত লোৱাৰ বাবে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ কৰ্ণধাৰ সমিতিয়ে দায়িত্ব ঠেলি দিয়ে সন্মিলনী জিলা সমিতি সমূহক। অৱশ্যে সন্মিলনীৰ জিলা সমিতিসমূহে সমষ্টি ভিত্তিক নিৰ্বাচনী সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক হিমু ৰাজবংশী আৰু ভাৰপ্ৰাপ্ত সভাপতি সুনীল কুমাৰ বৰ্মণৰ সৈতে আলোচনা কৰি এই সম্পৰ্কত অনুমতি ল’ব লাগিব বুলি উল্লেখ কৰা হয়।

আনহাতে, কেন্দ্ৰীয় সাধাৰণ সম্পাদক আৰু ভাৰপ্ৰাপ্ত সভাপতিগৰাকীৰ অনুমতি অবিহনে জিলা সমিতিসমূহে নিজাববীয়াকৈ নিৰ্বাচনী সম্পৰ্কত কোনো সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰিব। তদুপৰি কোকৰাঝাৰ লোকসভা সমষ্টি সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে কৰ্ণধাৰ সমিতিয়ে সন্মিলনীৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহ সভাক দায়িত্ব অৰ্পন কৰে।

Apply Now

কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহকে কোকৰাঝাৰ লোকসভা সমষ্টিৰ ওপৰত নিৰ্বাচনী সিদ্ধান্ত গ্ৰহণ কৰি জিলা সমিতিলৈ নিৰ্দেশনা জাৰি কৰিব। সোমবাৰে নিশা গুৱাহাটীৰ কেন্দ্ৰীয় কাৰ্য্যালায়ত অনু্ষ্ঠিত আৰু জনগোষ্ঠীটোৰ দল-সংগঠনৰ মাজত বিভেদ অনাৰ গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰত লিপ্ত হোৱা বাবে গোলকগঞ্জ আৰু বঙাইগাঁও বিধানসভা সমষ্টিৰ দুই বিধায়ক অশ্বিনী ৰায় সৰকাৰ আৰু ফণীভূষণ চৌধুৰীক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

গোলকগঞ্জ সমষ্টিৰ বিজেপি বিধায়ক অশ্বিনী ৰায় সৰকাৰ আৰু বঙাইগাঁও সমষ্টিৰ অগপ বিধায়ক ফণী ভূষণ চৌধুৰীয়ে নিজৰ ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত বিগত দিনসমূহত জনগোষ্ঠীয় সমস্যা সমাধানৰ সলনি মৌনব্ৰত পালন ৰি অহাৰ অন্তত শেহতীয়াভাৱে ভোটৰ লালসাত উক্ত দুই বিধায়কে কোচ-ৰাজবংশী দল সংগঠনৰ মাজত বিভেদৰ বীজ সিঁচি জনগোষ্ঠীয় ভোটাৰ ৰাইজক বিভ্ৰান্তিৰ মুখলৈ ঠেলি দিছে।

এক বিবৃতিত সন্মিলনীৰ সাধাৰণ সম্পাদক হিমু ৰাজবংশী আৰু প্ৰচাৰ সম্পাদক কুমাৰ দিলীপ নাৰায়ণ দেৱে কয় যে, জনগোষ্ঠীয় ৰাইজক প্ৰতাৰণা কৰা উক্ত দুই বিধায়কক উচিত প্ৰত্যুত্তৰ দিয়াৰ বাবে ২০০২১ত অনু্ষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত সন্মিলনীৰ উদ্যোগত গোলকগঞ্জ, বঙাইগাঁৱকে ধৰি অন্যান্য সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীক প্ৰক্ষেপ কৰা হ’ব।

Tags: নিৰ্বাচন ২০১৯
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd