• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেশৰ অন্য প্ৰান্তৰ লগতে অসমৰ ৫টা সংসদীয় সমষ্টিত পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 11, 2019 7:38 am
Voting

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

543
VIEWS
Share on FacebookShare on Twitter

আজি দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। দেখৰ ২০ খন ৰাজ্যৰ মুঠ ৯১ টা লোকসভা সমষ্টিত হ’ব প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ। অসমৰো ৫ টা সংসদীয় সমষ্টিত অনুষ্ঠিত হৈ আছে প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া।

সমষ্টি কেইটা হৈছে কলিয়াবৰ, তেজপুৰ, লখিমপুৰ, যোৰহাট আৰু ডিব্ৰুগড়। পুৱা ৭ বজাৰ পৰাই সমষ্টি কেইটাৰ বিভিন্ন ভোট কেন্দ্ৰত ভোটাৰে নিজৰ ভোটদান সাব্যস্ত কৰিবলৈ ভিৰ কৰা পৰিলক্ষিত হয়। ভোটদান প্ৰক্ৰিয়াৰ অন্ত পৰিব বিয়লি ৫ বজাত।

উল্লেখ্য যে উক্ত পাঁচটা সমষ্টিৰ ৭৫ লাখ ১৬ হাজাৰ ২৮৪ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৪১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য।

ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ’বলৈ বেছি সময় হোৱা নাই যদিও কেন্দ্ৰসমূহত পুৱাৰে পৰা শাৰী পাতিছে ভোটাৰে। বৰ্তমানলৈকে সকলো ভোটগ্ৰহণ কেন্দ্ৰত শান্তিপূৰ্ণ ভাৱে ভোটদান প্ৰক্ৰিয়া চলি আছে বুলি আমালৈ অহা শেহতীয়া খবৰৰ পৰা জানিব পৰা গৈছে।

ভোটগ্ৰহণ কেন্দ্ৰ সমূহত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে। তদুপৰি স্পৰ্শকাতৰ আৰু অধিক স্পৰ্শকাতৰ অঞ্চলসমূহত অধিক সংখ্যক নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে বুলি জানিব পৰা গৈছে।

Tags: নিৰ্বাচন ২০১৯

Recent News

অসমৰ খিলঞ্জীয়া ৰাইজৰ ভূমি বৃহৎ পুঁজিপতি গোষ্ঠীক হস্তান্তৰ কৰণক লৈ ৰাজ্য জুৰি অব্যাহত আছে প্ৰতিবাদ

অসমৰ খিলঞ্জীয়া ৰাইজৰ ভূমি বৃহৎ পুঁজিপতি গোষ্ঠীক হস্তান্তৰ কৰণক লৈ ৰাজ্য জুৰি অব্যাহত আছে প্ৰতিবাদ

আলফা (স্বাধীন)ৰ নেতা ৰূপম অসমক বহুকেইটা গোচৰত জেৰাৰ বাবে জিম্মাত লৈছে নিয়াই

আলফা (স্বাধীন)ৰ নেতা ৰূপম অসমক বহুকেইটা গোচৰত জেৰাৰ বাবে জিম্মাত লৈছে নিয়াই

বিজেপিয়ে বড়ো নেতাক ‘ৰিম’ট কণ্ট্ৰ’ল’ হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ৰ

বিজেপিয়ে বড়ো নেতাক ‘ৰিম’ট কণ্ট্ৰ’ল’ হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ৰ

বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ ৮১খন নতুন গাঁৱৰ সীমা নিৰ্ধাৰণৰ আদেশত অনুমোদন অসমৰ ৰাজ্যপালৰ

বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ ৮১খন নতুন গাঁৱৰ সীমা নিৰ্ধাৰণৰ আদেশত অনুমোদন অসমৰ ৰাজ্যপালৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd