• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ কাৰ্য্যালয়ৰ পৰা প্ৰচাৰৰ দ্বিতীয়টো সুযোগ ল’লে উপমন্যু হাজৰিকাই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 12, 2019 8:41 pm
Upamanyu Hazarika

দুধনৈত বিজেপিৰ এটা নিৰ্বাচনী কাৰ্যালয়ত উপমন্যূ হাজৰিকা। ১২ এপ্ৰিলত।

11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেইদিনমান পূৰ্বে বিজেপিৰ কৰ্মীহীন এটা নিৰ্বাচনী কাৰ্য্যালয়ত আকস্মিকভাৱে প্ৰৱেশ কৰি গোচৰৰ সন্মুখীন হোৱা গুৱাহাটী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাই আজি আকৌ গেৰুৱা দলটোৰ এটা নিৰ্বাচনী কাৰ্য্যালয়ত প্ৰৱেশ কৰে।

আজি দুধনৈত প্ৰচাৰ চলোৱাৰ সময়ত এই সুযোগ লয় হাজৰিকাই। অৱশ্যে এইবাৰ কৰ্মীবিহীন নাছিল কাৰ্য্যালয়টো।

Apply Now

বহুল ৰাজহুৱা ভাবমূৰ্তি থকা হাজৰিকাক কাৰ্য্যালয়টোৰ বিজেপি কৰ্মীকেইজনে দেখাৰ লগে লগে কৰমৰ্দন কৰে। কাৰ্য্যালয়টোত থকা আটাইকে নিজহাতে নিজৰ প্ৰচাৰ পত্ৰিকা দিয়ে নিৰ্দলীয় প্ৰাৰ্থীজনে।

প্ৰাৰ্থীজনে আজি গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত ৩৬ নং দুধনৈ সমষ্টিত পদযাত্ৰাৰে প্ৰচাৰ চলাইছিল।

প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ নিৰ্বাচনী কাৰ্য্যালয়টো এৰিবৰ সময়ত বিজেপি কৰ্মীকেইজনক বিলাবলৈ দি আহে নিজৰ প্ৰচাৰ পত্ৰ। হাজৰিকাই নিজৰ ফেইচবুক পেইজৰ জৰিয়তে এই সমগ্ৰ দৃশ্য পোনপটীয়াভাৱে সম্প্ৰচাৰো কৰে, যিটো তেওঁ যোৱা ৬ এপ্ৰিলৰ ঘটনাটোতো কৰিছিল।

https://www.facebook.com/upamanyuhazarikaguwahati/videos/2235920960004636/

লগতে পঢ়ক বিজেপিৰ কাৰ্য্যালয়ৰ পৰা প্ৰচাৰ কৰাৰ বিৰল সুযোগ পালে নিৰ্দলীয় উপমন্যু হাজৰিকাই

উল্লেখযোগ্য যে ৬ এপ্ৰিলত একেদৰেই পদযাত্ৰাৰে নিৰ্বাচনী প্ৰচাৰ চলাওঁতে গুৱাহাটীৰ নুনমাটিত থকা বিজেপিৰ এটা নিৰ্বাচনী কাৰ্য্যালয়ত প্ৰৱেশ কৰিছিল নিৰ্দলীয় প্ৰাৰ্থীজন। ইয়াৰ পিছতে বিজেপিৰ লিগেল চেলৰ আহ্বায়ক বেনুধৰ নাথে তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল নুনমাটি থানাত। হাজৰিকা আৰু তেওঁৰ সমৰ্থকৰ বিৰুদ্ধে ‘নথি-পত্ৰ চুৰি’ৰ দৰে অভিযোগ আনিছিল গোচৰটোত।

আনহাতে তাৰ প্ৰতিক্ৰিয়া কঠোৰভাৱে দি হাজৰিকায়ো বিজেপিৰ লিগেল চেলৰ আহ্বায়ক নাথৰবিৰুদ্ধে নুনমাটি থানাত এটা গোচৰ তৰিছিল।

Tags: নিৰ্বাচন ২০১৯
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

৮০ বছৰীয়া বৃদ্ধ আৰু ৭০ৰ লোকশিল্পী মুখ্য চৰিত্ৰত! পুত্ৰৰ বাবে বাট চাই থকা এহাল দম্পতীৰ কাহিনীৰে আহি আছে ‘পায়াৰ’

৮০ বছৰীয়া বৃদ্ধ আৰু ৭০ৰ লোকশিল্পী মুখ্য চৰিত্ৰত! পুত্ৰৰ বাবে বাট চাই থকা এহাল দম্পতীৰ কাহিনীৰে আহি আছে ‘পায়াৰ’

October 26, 2026 6:19 pm
পাছিঘাটৰ পাছত এইবাৰ উজনি সোৱণশিৰি: বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদত জ্বলি উঠিল অৰুণাচল

পাছিঘাটৰ পাছত এইবাৰ উজনি সোৱণশিৰি: বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদত জ্বলি উঠিল অৰুণাচল

October 26, 2026 5:10 pm
পেট্ৰ’লৰ সলনি এতিয়াৰে পৰা ১০০ শতাংশ ইথানলৰেও চলিব গাড়ী! মটৰ বাহন নিয়মাৱলীত কেন্দ্ৰৰ ঐতিহাসিক সংশোধন

পেট্ৰ’লৰ সলনি এতিয়াৰে পৰা ১০০ শতাংশ ইথানলৰেও চলিব গাড়ী! মটৰ বাহন নিয়মাৱলীত কেন্দ্ৰৰ ঐতিহাসিক সংশোধন

October 26, 2026 3:33 pm
চিজেপি নেতা সৌৰভ দাসৰ হোৱাটছএপ একাউণ্ট নিষিদ্ধ; মেটাৰ বিৰুদ্ধে সৰৱ হ’ব নেকি ককৰোচ?

চিজেপি নেতা সৌৰভ দাসৰ হোৱাটছএপ একাউণ্ট নিষিদ্ধ; মেটাৰ বিৰুদ্ধে সৰৱ হ’ব নেকি ককৰোচ?

October 26, 2026 2:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৮০ বছৰীয়া বৃদ্ধ আৰু ৭০ৰ লোকশিল্পী মুখ্য চৰিত্ৰত! পুত্ৰৰ বাবে বাট চাই থকা এহাল দম্পতীৰ কাহিনীৰে আহি আছে ‘পায়াৰ’

৮০ বছৰীয়া বৃদ্ধ আৰু ৭০ৰ লোকশিল্পী মুখ্য চৰিত্ৰত! পুত্ৰৰ বাবে বাট চাই থকা এহাল দম্পতীৰ কাহিনীৰে আহি আছে ‘পায়াৰ’

October 26, 2026 6:19 pm
পাছিঘাটৰ পাছত এইবাৰ উজনি সোৱণশিৰি: বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদত জ্বলি উঠিল অৰুণাচল

পাছিঘাটৰ পাছত এইবাৰ উজনি সোৱণশিৰি: বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদত জ্বলি উঠিল অৰুণাচল

October 26, 2026 5:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd