• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কিয় ভোট নিদিলে মঙলদৈৰ কংগ্ৰেছ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাই?

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
April 18, 2019 8:40 pm
49937800_1723997844373289_7731400685710737408_n-1140x570

ভুৱনেশ্বৰ কলিতা। ফাইল ফটো

1.4k
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণ হোৱা সমষ্টিকোইটাৰ এজন উল্লেখযোগ্য প্ৰাৰ্থী কংগ্ৰেছৰ ভুৱনেশ্বৰ কলিতা। কিন্তু নিজে প্ৰাৰ্থী হৈয়ো ভোট নিদিলে জ্যেষ্ঠ ৰাজনীতিকজনে।

মঙলদৈ সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱা কলিতাৰ ৰঙিয়াৰ পূব চিতাৰাৰ ভোটাৰ তালিকাত নাম আছে। আজি ভোট গ্ৰহণৰ দিনা ৰঙিয়াত থাকিও ভোটদানৰ পৰা বিৰত থাকিল প্ৰাৰ্থীগৰাকী।

জানিব পৰা মতে ভুৱনেশ্বৰ কলিতাই ২৩ এপ্ৰিলত তৃতীয় পৰ্য্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী লোক সভা সমষ্টিতহে ভোট দিব।

উল্লেখ্য যে, বৰ্তমানৰ সাংসদ তথা ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়কজনৰ পূব চিতাৰাৰ উপৰিও পূব গুৱাহাটী সমষ্টিৰ অন্তৰ্গত মহানগৰীৰ খ্ৰীষ্টানবস্তিৰ ২২৫ নম্বৰ খণ্ডৰ ভোটাৰ তালিকাৰ ৬১৪ ক্ৰমিক নম্বৰত নাম আছে।

কলিতাৰ এজন অতি ঘনিষ্ঠ সমৰ্থকে আমাক জানিবলৈ দিয়া মতে এইবাৰৰ নিৰ্বাচনৰ বাবে তেওঁ ততাতৈয়াকৈ মনোনয়ন দাখিল কৰিবলগীয়া হৈছিল। যাৰ বাবে মনোনয়ন পত্ৰত কলিতাই গুৱাহাটীৰ বাসস্থানৰ তথ্যই লিপিবদ্ধ কৰিছে। সেয়ে মনোনয়ন পত্ৰত দাখিল কৰা তথ্য অনুসৰি ভোটদান নকৰি অন্য স্থানত ভোট দি অসুবিধাত পৰিবলগীয়া হ’ব পাৰে বুলিয়েই তেওঁ ৰঙিয়াত ভোট নিদিলে।

অৱশ্যে ২৩ এপ্ৰিলত তেওঁ হয়তো নিজ দলৰে অন্য এগৰাকী প্ৰাৰ্থীৰ সপক্ষে গুৱাহাটীত ভোট দিব।

একেদৰে ধুবুৰী লোক সভা সমষ্টিৰ প্ৰাৰ্থী এ আই য়ু ডি এফৰ বদৰুদ্দিন আজমলেও আজি হোজাইত ভোটদান কৰিছে।

Tags: নিৰ্বাচন ২০১৯

Recent News

হিন্দু বঙালীক ‘বিজেপিৰ ভোটাৰ’ কৰাৰ ষড়যন্ত্ৰ ৰচিছে হিমন্ত চৰকাৰে : মীৰা বৰঠাকুৰ

হিন্দু বঙালীক ‘বিজেপিৰ ভোটাৰ’ কৰাৰ ষড়যন্ত্ৰ ৰচিছে হিমন্ত চৰকাৰে : মীৰা বৰঠাকুৰ

সোনম কাণ্ডৰ দৰে বিয়াৰ এমাহৰ পিছতে খাৱৈৰ পৰা উদ্ধাৰ যুৱকৰ মৃতদেহ; পৰকীয়াৰ বাবে হত্যা পত্নীৰ!

সোনম কাণ্ডৰ দৰে বিয়াৰ এমাহৰ পিছতে খাৱৈৰ পৰা উদ্ধাৰ যুৱকৰ মৃতদেহ; পৰকীয়াৰ বাবে হত্যা পত্নীৰ!

জাতিগত বৈষম্যৰ বলি ইণ্ডিগ’ৰ পাইলট! তিনিগৰাকী শীৰ্ষ বিষয়াৰ বিৰুদ্ধে অভিযোগ দাখিল

জাতিগত বৈষম্যৰ বলি ইণ্ডিগ’ৰ পাইলট! তিনিগৰাকী শীৰ্ষ বিষয়াৰ বিৰুদ্ধে অভিযোগ দাখিল

ৰাজ্যৰ ৭খন সংৰক্ষিত বনাঞ্চলত শিল খনন; অসম চৰকাৰক জবাবদিহি উচ্চতম ন্যায়ালয়ৰ

ৰাজ্যৰ ৭খন সংৰক্ষিত বনাঞ্চলত শিল খনন; অসম চৰকাৰক জবাবদিহি উচ্চতম ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd