• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিমা হাচাওত শান্তিপূৰ্ণ ভোটদান : হাফলঙত পাঁচবজালৈ মতদান ৬৫ শতাংশ

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
April 18, 2019 9:27 pm
18-04-19 Karbi Anglong- peoples casting vote (9)

প্রতিনিধিত্বমূলক চিত্র{ ফটো : য়ু বি

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ আন আন  প্ৰান্তৰ লগতে আজি ৩ নম্বৰ ডিফু সংসদীয় সমষ্টিতো দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ শান্তিপূৰ্ণ ভাবে অনুষ্ঠিত হৈ যায়। পাহাৰীয়া জিলাখনৰ একাধিক ঠাইত ৰাতিপুৱা ই ভি এম বিকল হোৱাক লৈ ভোটাৰ ৰাইজৰ মাজত মিশ্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় যদিও কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নোহোৱাকৈয়ে ভোটদান প্ৰক্ৰিয়া সমাপ্ত হয়।

অৱশ্যে  মাইবাং মহকুমাৰ হোজাই সীমান্তবৰ্তী ৩ নম্বৰ মান্দাৰদিচা এল পি স্কুলত ই ভি এমত যান্ত্ৰিক বিজুতিৰ কাৰণে পাঁচ ঘন্টা পলমকৈ অৰ্থাৎ দিনৰ প্ৰায় বাৰ বাজি পোন্ধৰ মিনিটত আৰম্ভ হয় ভোট গ্ৰহণ প্ৰক্ৰিয়া। ইয়াকে লৈ ভোটাৰৰ মাজত অশান্তি কিছু পৰিমানে বৃদ্ধি পাইছিল যদিও পাছত শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া।

Apply Now

এই সন্দৰ্ভত ভোটকেন্দ্ৰ কেইটাৰ  প্ৰিজাইদিং বিষয়াৰ সৈতে যোগাযোগ কৰাত কয় যে যান্ত্ৰিক বিজুতিৰ কাৰণে সমস্যাৰ সৃষ্টি হৈছিল। পৰৱৰ্তী সময়ত হাফলঙৰ পৰা সংশ্লিষ্ট বিষয়া অহাৰ পাছত স্বাভাৱিক হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া।

হাফলঙৰ মাজমজিয়াত থকা হাগজেৰ নগৰ এল পি স্কুলতো ই ভি এম বিকল হোৱা কাৰণে প্ৰায় এক ঘন্টা পোন্ধৰ মিনিট পলমকৈ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হয়। আনহাতে মাইবাং এইচ এছ স্কুল, মাইবাঙৰ কীৰ্তিপূৰ এল পি স্কুল, মাহুৰ গাৰ্ডেনৰ এছেল এল পি স্কুল, লাঙটিঙৰ লালবং এল পি স্কুলতো ই ভি এম বিকল হোৱাৰ বাবে পলমকৈ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হয়।

আনহাতে ডিমা হাচাও জিলা প্ৰশাসনৰ ফালৰ পৰা লাভ কৰা শেহতীয়া  তথ্য অনুসৰি হাফলং বিধানসভা সমষ্টিত পাঁচটালৈকে ভোটদানৰ হাৰ ৬৫ শতাংশ। কিন্তু ভোটদানৰ হাৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলিও জনায় জিলা প্ৰশাসনে। কিয়নো একাধিক ভোটকেন্দ্ৰত সন্ধিয়া ছয় বজালৈকে ভোটদান প্ৰক্ৰিয়া চলি থকা বুলি জানিব পৰা গৈছে।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

September 25, 2026 2:57 pm
জম্মু-কাশ্মীৰত সন্মানীয় ‘ডুগৰ দা সন্মান’ লাভ বিশিষ্ট মানৱাধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ

জম্মু-কাশ্মীৰত সন্মানীয় ‘ডুগৰ দা সন্মান’ লাভ বিশিষ্ট মানৱাধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ

September 25, 2026 2:39 pm
পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

September 25, 2026 1:35 pm
বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

অসমত এতিয়াৰে পৰা চৰকাৰী পঞ্জীয়কেহে কৰিব পাৰিব মুছলমান বিবাহৰ পঞ্জীয়ন! নতুন নিয়মৱলীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

September 25, 2026 2:57 pm
জম্মু-কাশ্মীৰত সন্মানীয় ‘ডুগৰ দা সন্মান’ লাভ বিশিষ্ট মানৱাধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ

জম্মু-কাশ্মীৰত সন্মানীয় ‘ডুগৰ দা সন্মান’ লাভ বিশিষ্ট মানৱাধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ

September 25, 2026 2:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd