• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰিমগঞ্জত নিৰ্বাচনৰ দায়িত্বত নিয়োজিত আৰক্ষীৰ দলক আক্ৰমণ উত্তেজিত যুৱকৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 20, 2019 11:12 am
BADARPUR-POLICE

কৰিমগঞ্জত দুৰ্বৃত্তৰ আক্ৰমণত আহত এজন আৰক্ষী জোৱান।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰিমগঞ্জৰ বদৰপুৰঘাটত নিৰ্বাচনৰ দায়িত্বত থকা কৰ্তব্যৰত আৰক্ষীৰ এটা দলক দুৰ্বৃত্তই আক্ৰমণ কৰে। দুৰ্বৃত্তৰ আক্ৰমণত  আৰক্ষীৰ দলটোৰ দহগৰাকী জোৱান আহত হয়। দুই এজন আৰক্ষী জোৱানৰ আঘাত গুৰুতৰ বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, আৰক্ষীৰ দলটোৱে ১৮ এপ্ৰিলত অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণৰ দায়িত্ব সম্পুৰ্ণ কৰি শুকুৰবাৰে উভতি আহি আছিল। গুৱাহাটী অভিমুখে আহি থকা দলটো কৰিমগঞ্জৰ বদৰপুৰৰ ওচৰ পাবৰ সময়ত যান-জঁটৰ ভিৰৰ বাবে বহু সময় ধৰি ৰ’বলগীয়া হয়। আৰক্ষীৰ জোৱান সকলে গাড়ীৰ পৰা নামি আহি যান-জঁট সমূহ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰাৰ সময়তে একাংশ উত্তেজিত যুৱকে দলটোক আক্ৰমণ কৰে।

Apply Now

লাঠি, শিল আদিৰে আৰক্ষীৰ দলটোক আক্ৰমণ কৰাৰ ফলত বহুকেইজন আৰক্ষী জোৱানৰ চকু, কঁপাল, মুৰ পৰ্য্যন্ত ফাটি যায়। উত্তেজিত যুৱকৰ দলটোৱে আৰক্ষী কঢ়িয়াই অনা এ এছ২০-১৮৭৯ নম্বৰৰ বাহনখনৰো বেয়াকৈ ক্ষতিসাধন কৰে।

আনহাতে, আহত আৰক্ষী জোৱান সকলক স্থানীয় বদৰপুৰ আৰক্ষীয়ে চিকিৎসালয়ত ভৰ্তি কৰে।

ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ লগত জড়িত মেহবুব আহমেদ (২৭) আৰু মহম্মদ আমিন ছুলতান (২১) নামৰ দুজন দুৰ্বিত্তক আটক কৰিছে। স্থানীয় একংশ ৰাইজে আইন হাতত তুলি লোৱা সকলৰ বিৰুদ্ধে কঠোৰ শাস্তি গ্ৰহণ কৰাৰ বাবে দাবী জনাই।

নিৰ্বাচনৰ দায়িত্বত থকা অসম আৰক্ষীৰ জোৱান সকলক দায়িত্বৰ সময়ত কদৰ্য্য পৰিবেশত ৰখাৰ বাতৰি কিছুদিন পুৰ্বে সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছতে শুকুৰবাৰে আৰক্ষী দলক জনতাই এনেদৰে আক্ৰমণ কৰাৰ ঘটনাই জোৱান সকলৰ নিৰাপত্তা দিশটোৰ সোপাধিলা স্বৰূপ উদঙাই দিছে।

Tags: নিৰ্বাচন ২০১৯
এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd