• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৰুণাচলৰ লংডিঙত শান্তিপূৰ্ণ পুনৰ ভোটগ্ৰহণ, মুকলি এন পি পিৰ অপহৃত কৰ্মী

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
April 20, 2019 8:14 pm
Re-poll peacefull in Arunachal Pradesh's Longding. Kidnapped NPP supporters released

এন এচ চি এন-কে সদস্যৰ ফাইল ছবি।

763
VIEWS
Share on FacebookShare on Twitter

এন এছ চি এন (কে)ই অপহৰণ কৰা বুলি অভিযোগ উঠা অৰুণাচল প্ৰদেশৰ লংডিঙৰ এন পি পি কৰ্মী দুগৰাকীয়ে মুক্তি লাভ কৰিছে আৰু সমষ্টিটোৰ এটা ভোটকেন্দ্ৰত শনিবাৰে অনুষ্ঠিত বিধানসভাৰ পুনৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সমাপ্ত হৈছে।

যোৱা ১১ এপ্ৰিলত বিজেপি-এন পি পিৰ সংঘাতৰ বাবে লংডিং পুমাও সমষ্টিৰ অন্তৰ্গত লংখাও ভোটকেন্দ্ৰত ভোটগ্ৰহণ স্থগিত ৰাখি শনিবাৰে পুনৰ ভোটগ্ৰহণ কৰা হৈছিল।

আপং ৱাংচু আৰু য়াটুন ৱাংচু নামৰ অপহৃত কৰ্মী দুজনক যোৱা ১৭ এপ্ৰিলৰ নিশাই মুকলি কৰি দিয়া হৈছিল বুলি শেহতীয়াকৈ জানিব পৰা গৈছে।

সমৰ্থক দুগৰাকীক এন এছ চি এন (কে)ই অপহৰণ কৰা বুলি এন পি পি প্ৰাৰ্থী থাংৱাম বাংহামে লংডিং আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৩০৫ / ৫০৬ / ৩৪ ধাৰা আৰু ডব্লিউ এছ ১০ / ১৩ ইউ এ পি আইনৰ অধীনত গোচৰ ৰুজু হৈছে৷

নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ শাসকীয় বিজেপিৰ একাংশ প্ৰাৰ্থীয়ে নাগা বিদ্ৰোহী সংগঠনটোৰ সৈতে গোপন বুজাবুজি কৰা বুলিও তেওঁ অভিযোগ কৰিছিল।

বাংহামে বিজেপি প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল।

এজাহাৰখনত ৱাংহামে উল্লেখ কৰিছিল যে লংডিং জিলাৰ লংখাউ ভিলে’জ এলেকাত ৩০গৰাকী এন এছ চি এন (কে)ৰ কেডাৰ আৰু ১০ গৰাকী এন এছ চি এন (আই এম)ৰ কেডাৰে বাহৰ পাতি বিজেপি দলৰ হৈ কাম কৰি আছে৷

Tags: নিৰ্বাচন ২০১৯

Recent News

ৰাজ্যৰ বান পৰিস্থিতি অপৰিৱৰ্তিত! উদ্ধাৰ আৰু সাহায্য অভিযান তীব্ৰ কৰক; এপিএছচি পৰীক্ষাৰ দিন পুনৰ বিবেচনা কৰকঃ ডি ৱাই এফ আই

ৰাজ্যৰ বান পৰিস্থিতি অপৰিৱৰ্তিত! উদ্ধাৰ আৰু সাহায্য অভিযান তীব্ৰ কৰক; এপিএছচি পৰীক্ষাৰ দিন পুনৰ বিবেচনা কৰকঃ ডি ৱাই এফ আই

তিনিচুকীয়াৰ বাগানত সংঘটিত নাবালিকা বলাৎকাৰ কাণ্ডৰে জড়িতক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ ৰ’জলীনা তিৰ্কী, মীৰা বৰঠাকুৰৰ

তিনিচুকীয়াৰ বাগানত সংঘটিত নাবালিকা বলাৎকাৰ কাণ্ডৰে জড়িতক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ ৰ’জলীনা তিৰ্কী, মীৰা বৰঠাকুৰৰ

ছিন্নাস্বামী ষ্টেডিয়ামত RCB জিকাৰ আনন্দ পৰিণত হ’ল কাৰুণ্যলৈ : পদস্পিষ্ট হৈ নিহত ১১ জন লোক, আহত বহুজন

ছিন্নাস্বামী ষ্টেডিয়ামত RCB জিকাৰ আনন্দ পৰিণত হ’ল কাৰুণ্যলৈ : পদস্পিষ্ট হৈ নিহত ১১ জন লোক, আহত বহুজন

নাকচ কৰা হ’ল বিশেষ অধিৱেশনৰ দাবী : ঘোষণা কৰা হ’ল গ্ৰীষ্মকালিন অধিৱেশনৰ দিন

নাকচ কৰা হ’ল বিশেষ অধিৱেশনৰ দাবী : ঘোষণা কৰা হ’ল গ্ৰীষ্মকালিন অধিৱেশনৰ দিন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd