• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাত ৰিগিঙৰ অভিযোগ পৰ্য্যবেক্ষণৰ বাবে বিশেষ নিৰীক্ষক নিয়োগ নিৰ্বাচন আয়োগৰ

ৰূপা সৰকাৰ by ৰূপা সৰকাৰ
April 22, 2019 10:30 pm
unnamed-750x375-1-1140x570-1-1024x512

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্ৰিপুৰাত প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণত ৰিগিং হোৱা বুলি উত্থাপিত অভিযোগৰ প্ৰসংগত নিৰ্বাচন আয়োগে সোমবাৰে বিষয়টো পৰ্য্যালোচনা কৰাৰ বাবে বিশেষ নিৰীক্ষক নিয়োগ কৰিছে।

সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত বৰ্ণনা কৰি চি পি এমৰ পুলিট ব্যুৰো সদস্য নিলোৎপল বসুৱে কয় যে  নিৰ্বাচনী আয়োগে নিয়োগ কৰা বিশেষ নিৰীক্ষকে সমগ্ৰ বিষয়টো পৰ্য্যালোচনা কৰিব।

১১ এপ্ৰিলত ত্ৰিপুৰাত অনুষ্ঠিত হোৱা প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণত ৰিগিঙৰ অভিযোগ তুলি চি পি এমে ৪৬৪ টা  কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ দাবী তুলিছিল।

নতুন দিল্লীত নিৰ্বাচন আয়োগৰ লগত অনুষ্ঠিত হোৱা বৈঠকৰ অন্তত চি পি এমৰ নেতা বসুৱে কয় যে আমি নাগৰিক সকলে মুক্ত মনেৰে ভোট দিব পৰা এটা পৰিবেশ বিচাৰো য’ত প্ৰত্যেকে পচন্দ অনুসৰি ভোটদান কৰিব পাৰে।

আনহাতে, বসুৱে বৈঠকৰ সময়ত ৰাজ্যিক নিৰ্বাচনী আয়োগে শাসনাধিষ্ঠ দলৰ বিৰুদ্ধে ৰিগিঙৰ অভিযোগ তুলি দাখিল কৰা এজাহাৰৰ প্ৰতিলিপিও দাখিল কৰে।

উল্লেখযোগ্য যে, ত্ৰিপুৰাৰ চৰকাৰৰ একানায়কত্ববাদ আৰু দাদাগীৰিৰ বাবেই স্বয়ং ৰাজ্যিক নিৰ্বাচনী আয়োগে ত্ৰিপুৰাৰ দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ তাৰিখ ১৮ এপ্ৰিলৰ পৰা ২৩ এপ্ৰিললৈ পিছুৱাবলৈ বাধ্য হৈছে বুলি বসুৱে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।

ৰূপা সৰকাৰ

ৰূপা সৰকাৰ

Stay Connected

  • 117k Fans

Recent News

ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ আগতে এনআৰচি চূড়ান্ত কৰাৰ দাবী চিপিআই(এম)ৰ

ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ আগতে এনআৰচি চূড়ান্ত কৰাৰ দাবী চিপিআই(এম)ৰ

August 25, 2025 6:12 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰীৰ সবিশেষ প্ৰকাশ কৰাৰ প্ৰয়োজন নাইঃ দিল্লী উচ্চ ন্যায়ালয়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰীৰ সবিশেষ প্ৰকাশ কৰাৰ প্ৰয়োজন নাইঃ দিল্লী উচ্চ ন্যায়ালয়

August 25, 2025 4:31 pm
মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা: উচ্ছেদিত লোকৰ নাম থাকিব নোৱাৰে ভোটাৰ তালিকাত

মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা: উচ্ছেদিত লোকৰ নাম থাকিব নোৱাৰে ভোটাৰ তালিকাত

August 25, 2025 4:26 pm
সকলো ৰাজ্যৰ ৭০% কুকুৰৰ বন্ধ্যাকৰণ আৰু টিকাকৰণ বাধ্যতামূলক! পথৰ কুকুৰক নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰৰ নিৰ্দেশ

সকলো ৰাজ্যৰ ৭০% কুকুৰৰ বন্ধ্যাকৰণ আৰু টিকাকৰণ বাধ্যতামূলক! পথৰ কুকুৰক নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰৰ নিৰ্দেশ

August 25, 2025 3:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ আগতে এনআৰচি চূড়ান্ত কৰাৰ দাবী চিপিআই(এম)ৰ

ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ আগতে এনআৰচি চূড়ান্ত কৰাৰ দাবী চিপিআই(এম)ৰ

August 25, 2025 6:12 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰীৰ সবিশেষ প্ৰকাশ কৰাৰ প্ৰয়োজন নাইঃ দিল্লী উচ্চ ন্যায়ালয়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰীৰ সবিশেষ প্ৰকাশ কৰাৰ প্ৰয়োজন নাইঃ দিল্লী উচ্চ ন্যায়ালয়

August 25, 2025 4:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd