• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ ভোটদান : প্ৰাৰ্থীসকললৈ ভাল কাম কৰাৰ বাবে অনুৰোধ অভিনেত্ৰীগৰাকীৰ

ৰাজনীতি লেতেৰা নহয় ইয়াক লেতেৰা কৰা হৈছে : বৰষাৰাণী বিষয়া

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 23, 2019 9:44 am
2k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত আজি অনুষ্ঠিত হৈ থকা তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণত গুৱাহাটী লোকসভা সমষ্টিত ভোটদান কৰে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই। দিঘলীয়া শাৰী পাতি ১২৬ নং উজানবজাৰ শিশু বিদ্যালয়ত থকা ভোটদান কেন্দ্ৰত ভোটদান কৰে অভিনেত্ৰীগৰাকীয়ে।

ভোটদান কৰি অভিনেত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাটো গণতান্ত্ৰিক দেশৰ নাগৰিকৰ দায়িত্ব বুলি উল্লেখ কৰে।

আনহাতে, যুৱ প্ৰজন্মৰ ভোটাৰৰ সংখ্যা বৃদ্ধি পোৱাক লৈ সুখী অভিনেত্ৰীগৰাকী। দেশ সজাগ হোৱা বাবে ৰাজনীতি কৰা সকলো সজাগ হ’বলৈ বাধ্য হোৱাতো বৰ্তমান ৰাজনীতিৰ ভাল লগা কথা বুলি কয় বৰষাই।

কেনেধৰণৰ প্ৰতিনিধি নিৰ্বাচিত হোৱাটো তেওঁ বিচাৰে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত অভিনেত্ৰীগৰাকীয়ে সংসদত অসমৰ সমস্যাক বলিষ্ঠভাবে উপস্থাপন কৰিব পৰা ব্যক্তি নিৰ্বাচিত হোৱাতো তেওঁ বিচাৰে বুলি মন্তব্য কৰে।

তদুপৰি তেওঁক বহুবাৰ ৰাজনীতিলৈ টনা হৈছিল বুলি উল্লেখ কৰি বৰষাই কয় যে সেই সময়ত বহুতেই তেওঁক ৰাজনীতি লেতেৰা গতিকে ৰাজনীতিলৈ আহিব নালাগে বুলি পৰামৰ্শ দিছিল কিন্তু ৰাজনীতি লেতেৰা নহয় ইয়াক লেতেৰা কৰা হৈছে বুলি বুলি মত পোষণ কৰে অভিনেত্ৰীগৰাকীয়ে।

আনহাতে, যিয়ে সাংসদ হিচাপে নিৰ্বাচিত হ’ব তেওঁলৈ ভাল কাম কৰাৰ বাবে অনুৰোধ জনাই বৰষাই কয় যে ভাল কাম কৰিলে এবাৰ কিয় পাঁচ বছৰ পাছত আকৌ জয়ী হ’ব পাৰিব।

Tags: নিৰ্বাচন ২০১৯

Recent News

দেশত শিক্ষাৰ অভাৱ! টাইমছ ৰেংকিঙৰ শীৰ্ষ ৫০ খন বিশ্ববিদ্যালয়ৰ তালিকাত আছে ভাৰতৰ মাত্ৰ ২ খন বিশ্ববিদ্যালয়

দেশত শিক্ষাৰ অভাৱ! টাইমছ ৰেংকিঙৰ শীৰ্ষ ৫০ খন বিশ্ববিদ্যালয়ৰ তালিকাত আছে ভাৰতৰ মাত্ৰ ২ খন বিশ্ববিদ্যালয়

সংকটত খোৱাংৰ তিনঠেঙীয়া বনাঞ্চল! বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপনৰ পূৰ্বেই ধ্বংস যজ্ঞ চলিছে বনাঞ্চলখনত

সংকটত খোৱাংৰ তিনঠেঙীয়া বনাঞ্চল! বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপনৰ পূৰ্বেই ধ্বংস যজ্ঞ চলিছে বনাঞ্চলখনত

বজাৰলৈ আহি আছে স্মাৰ্ট চশমা : কৃত্ৰিক বুদ্ধিমত্তা, কেমেৰাৰ লগতে থাকিব অনেক আকৰ্ষণীয় সুবিধা

বজাৰলৈ আহি আছে স্মাৰ্ট চশমা : কৃত্ৰিক বুদ্ধিমত্তা, কেমেৰাৰ লগতে থাকিব অনেক আকৰ্ষণীয় সুবিধা

খান ছাৰৰ বিবাহ অভ্যৰ্থনাৰ বিশাল আয়োজন : আমন্ত্ৰণ কৰা হৈছে ৫০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক

খান ছাৰৰ বিবাহ অভ্যৰ্থনাৰ বিশাল আয়োজন : আমন্ত্ৰণ কৰা হৈছে ৫০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd