• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰ ডি জুনিয়ৰ কলেজৰ ৰেগিঙৰ লগত জড়িত পাঁচজন ছাত্ৰক বৰ্খাস্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
April 27, 2019 10:05 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যব্যাপি চাঞ্চল্যৰ সৃষ্টি কৰা তিনিচুকীয়াৰ এখন জুনিয়ৰ কলেজৰ ছাত্ৰাবাসৰ ৰেগিঙৰ দৃশ্য ছ’চিয়েল মিডিয়া মিডিয়াত ভাইৰেল হোৱাৰ পাছত অসমৰ সংবাদ মাধ্যম সমূহে অতি গুৰুত্ব সহকাৰে বাতৰিটো পৰিবেশন কৰিছিল।

তিনিচুকীয়া জিলা অন্তৰ্গত ডিগবৈৰ আৰ ডি জুনিয়ৰ কলেজখনৰ পৰিচালনা সমতিয়ে ৰেগিঙৰ ঘটনাটোৰ লগত জড়িত পাঁচগৰাকী ছাত্ৰক কলেজখনৰ পৰা শুকুৰবাৰে বৰ্খাস্ত কৰে।

Apply Now

কলেজ কতৃপক্ষই ভূক্তভোগী আৰু অভিযুক্ত ছাত্ৰ কেইগৰাকীৰ পৰিচয় ৰাজহুৱা কৰিবলৈ অস্বীকাৰ কৰে। আচৰিত ভাবে বৰ্খাস্ত হোৱা ছাত্ৰকেইগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰ।

ডিগবৈৰ আৰ ডি জুনিয়ৰ কলেজখনৰ এটা ব্যক্তিগত ছাত্ৰবাসত একাদশ শ্ৰেণীৰ ছাত্ৰকেইগৰাকীয়ে দ্বাদশ শ্ৰেণীৰ ছাত্ৰজনক ৰিগিঙৰ নামত বেয়াকৈ মাৰ-পিট কৰিছিল। যদিও ঘটনাটো এমাহ পূৰ্বে সংঘটিত হৈছিল কলেজখনৰ কতৃপক্ষই বিভিন্ন ছ’চিয়েল মিডিয়াত ৰিগিঙৰ ভিডিঅ’টো ভাইৰেল হৈ পৰাতহে ঘটনা সম্পৰ্কত অৱগত হয়।

ভিডিঅ’টোত প্ৰত্যক্ষ কৰা অনুসৰি একাদশ শ্ৰেণীৰ ছাত্ৰকেইগৰাকীয়ে দ্বাদশ শ্ৰেণীৰ ছাত্ৰজনক সিহঁতৰ আগত থিয় হ’বলৈ কৈ অসমীয়া ভাষাতে কিছু কথাৰ আদান প্ৰদান কৰে আৰু ছাত্ৰজনক বেয়াকৈ মাৰ-পিট কৰাৰ পাছত নাচিবৰ বাবেও বাধ্য কৰে।

কলেজখনৰ পৰিচালনা সমিতিৰ এগৰাকী সদস্যই জনোৱা মতে ঘটনাটোৰ লগত জড়িত ছাত্ৰকেইগৰাকীৰ অভিভাৱকক ঘটনাটোৰ পাছত মাতি আনি অভিযুক্ত ছাত্ৰকেইগৰাকীক কলেজৰ পৰা বৰ্খাস্ত কৰি ঘৰলৈ পঠাই দিয়া হয়।

উল্লেখযোগ্য যে, ২০০৪ চনত ডিগবৈত প্ৰতিষ্ঠা লাভ কৰা আৰ ডি জুনিয়ৰ কলেজখন ডিগবৈৰ আঠবাৰৰ বিধায়ক প্ৰয়াত ৰামেশ্বৰ ধানোৱাৰৰ নামত প্ৰতিষ্ঠা কৰা। ধানোৱাৰৰ পৰিয়ালে কলেজখন পৰিচালনা কৰে।

আনহাতে, তিনিচুকীয়া জিলাৰ উপায়ুক্ত ঐনাম শৰণ কুমাৰ সিঙে কয় যে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত কৰি থকা হৈছে সহকাৰী আৰক্ষী বিষয়া সমিত সাতোৱানক সাত দিনৰ ভিতৰত ঘটনাৰ ৰিপোৰ্ট দাখিল কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে।

ডিগবৈ আৰক্ষী থানাৰ আৰক্ষী আয়ুক্ত মহেশ বৰাই সংবাদ মাধ্যমৰ আগত এতিয়ালৈ ঘটনাটো সন্দৰ্ভত কোনোধৰণৰ এজাহাৰ দাখিল কৰা হোৱা নাই বুলি উল্লেখ কৰি ভূক্তভোগী ছাত্ৰজনৰ অভিভাৱকে মৌখিক ভাবেহে অভিযোগ দিছে বুলি উল্লেখ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd