• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাইজৰ প্ৰতিবাদক অংগুষ্ঠ প্ৰদৰ্শন কৰি শিলৰ মহলত পুনৰ বিস্ফোৰণ

বিদ্যুত জ্যোতি বৰা by বিদ্যুত জ্যোতি বৰা
April 30, 2019 10:31 am
c9b24213-967b-4762-a983-331587e94b9d

ফটো : নৰ্থ-ইষ্ট নাও

1.5k
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ বন সংমণ্ডলৰ অধীনৰ শালনা আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত উদমাৰী উপ খণ্ড বন কাৰ্যালয়ৰ অধীনৰ ধোল পাহাৰৰ শিলৰ মহলত সোমবাৰে পুনৰ বিস্ফোৰণ ঘটোৱাৰ ফলত স্থানীয় বাসিন্দাৰ মাজত সৃষ্টি হয় তীব্র আতংকৰ।

ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ বাবেই যোৱা ২৯ মাৰ্চৰ পৰা এই শিলৰ মহলতো বন্ধ হৈ আছিল যদিও পুনৰ ধোল পাহাৰৰ শিলৰ মহলদাৰ বিশ্বজিৎ বনিকে বন বিভাগৰ একাংশ শীৰ্ষ মহলক মেনেজ কৰি পুনৰ বিস্ফোৰণ ঘটোৱাৰ ফলত সমগ্ৰ অঞ্চলটোতে জোকাৰণিৰ সৃষ্টি হয়।

শিলৰ মহলত বিস্ফোৰণ ঘটোৱাৰ ফলত শিলৰ টুকুৰা বহু দূৰলৈ ছিটিকি পৰি ৰাইজৰ বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে অঞ্চলবাসীৰ মাজত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে।

উল্লেখ্য যে বিগত ২৮ মাৰ্চত উক্ত শিলৰ মহলটোত সংঘটিত কৰা বিস্ফোৰণত স্থানীয় লোকৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে কেইবাজনো শিশু মৃত্যুৰ পৰা কথমপি ৰক্ষা পৰিছিল। সেই ঘটনাৰ পিছতেই স্থানীয় ৰাইজে চামগুৰি আৰক্ষী থানাত মহলদাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ লগতে নগাঁও বন সংমণ্ডল বিষয়াক লিখিতভাৱে অভিযোগ উত্থাপিত কৰিছিল।

ইয়াৰ পাছৰে পৰা বন্ধ হৈ থকা মহলটোত সোমবাৰৰ পৰা পুনৰ শিলভঙা কাৰ্য আৰম্ভ হয়। এই কাৰ্যত ক্ষুন্ন হৈ স্থানীয় ৰাইজে পুনৰ চামগুৰি আৰক্ষী থানাত মহলদাৰ বিশ্বজিৎ বনিকৰ বিৰুদ্ধে সোমবাৰে এজাহাৰ দাখিল কৰিছে।

এতিয়া বন বিভাগ তথা আৰক্ষী প্ৰশাসনে মহলদাৰ বনিকৰ বিৰুদ্ধে  কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব।

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd