• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰঞ্জিত দাস কিমান পানীৰ মাছ ২৩ মে’ৰ পাছত দেখা যাব : আৰ পি শৰ্মা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 4, 2019 6:55 am
Ranjit Das and RP Sharma

ৰঞ্জিত দাস আৰু আৰ পি শৰ্মা।

1.3k
VIEWS
Share on FacebookShare on Twitter

তেজপুৰ লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ আৰ পি শৰ্মাৰ দল বিৰোধী মন্তব্য সন্দৰ্ভত মতামত প্ৰকাশ কৰি বৃহস্পতি বাৰে সংবাদ মাধ্যমৰ আগত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে শৰ্মাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দলৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহক অভিযোগ দিব বুলি মন্তব্য দিয়াৰৰ পাছত তেজপুৰৰ সাংসদ গৰাকীয়ে ইয়াৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

ৰঞ্জিত দাসৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শুকুৰবাৰে শৰ্মাই কয় যে ৰঞ্জিত দাসে বেছি খৰটকীয়া কৰিছে। তেওঁ ২৩ মে’লৈ অপেক্ষা কৰা উচিত তাৰ পাছত দেখা যাব কোন কিমান পানীৰ মাছ।

আনহাতে, ৰাষ্ট্ৰীয় সভাপতিক ৰঞ্জিত দাসে সাংসদগৰাকীৰ বিৰুদ্ধে অভিযোগ দিয়া কথাটোক আৰ পি শৰ্মাই আদৰণি জনাইছে বুলি কয়। অভিযোগ দিলে দিল্লীৰ পৰা ন’টিছ আহিব আৰু মই ইয়াৰ উত্তৰ দিবলৈ সাজু বুলিও কয় তেওঁ।

তদুপৰি, কৌৰব-পাণ্ডবৰ যুদ্ধৰ উদাহৰণ দি বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত তেওঁৰ যুদ্ধ তেজপুৰক লৈ বুলি উল্লেখ কৰে আৰ পিয়ে।

উল্লেখযোগ্য যে, চলিত লোকসভা নিৰ্বাচনত তেজপুৰ সমষ্টিৰ বৰ্তমানৰ সাংসদ আৰ পি শৰ্মাক দলে প্ৰাৰ্থিত্ব প্ৰদান নকৰি তেজপুৰৰ পৰা পল্লৱ লোচন দাসক দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। এই কথাত ক্ষুণ্ণ হৈ সাংসদগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত দাসক প্ৰায়ে আক্ৰমণৰ লক্ষ্য কৰি আহিছে।

Recent News

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd