• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘পাঁচ কোটি টকা লৈ বিজেপিক নিৰ্বাচনত সহায় কৰিছে কংগ্ৰেছৰ তিনিগৰাকী বিধায়কে’

এন ই নাও নিউজ by এন ই নাও নিউজ
May 4, 2019 7:25 am
24-04-19-Guwahati-Anwar-Hussain-Laskar-press-conference-1

সংবাদমেলত বিধায়ক আনোৱাৰ হুছেইন লস্কৰ। ফটো : নৰ্থইষ্ট নাও

1.7k
VIEWS
Share on FacebookShare on Twitter

লোকসভা নির্বাচনক কেন্দ্ৰকৰি বৰাক উপত্যকাৰ কৰিমগঞ্জ সমষ্টিকলৈ আকৰ্ষণীয় পৰ্যায়ত উপনীত হৈছে কংগ্ৰেছ আৰু এ আই য়ু ডি এফৰ মাজত নিৰ্বাচনৰ পাছৰ পৰ্যায়ৰ অভিযোগ-প্ৰতিঅভিযোগৰ খেলখন।

এ আই য়ু ডি এফৰ দুই বিধায়ক আনোৱাৰ লস্কৰ আৰু ছুজামুদ্দিন লস্কৰে লোকসভা নিৰ্বাচনত বৰাক উপত্যকাত কংগ্ৰেছৰ তিনিজন নেতা ক্ৰমে গৌতম ৰয়, প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ আৰু উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলেক্ষ দেৱ পুৰকায়স্থই বিজেপিৰ পৰা পাঁচ কোটি টকা লৈ বিজেপিৰ প্ৰাৰ্থী কৃপানাথ মাল্লাক জয়ৰ বাবে সহায় কৰিছে বুলি সংবাদ মাধ্যমৰ জৰিয়তে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

এ আই য়ু ডি এফৰ বিধায়ক দুজনৰ এনে অভিযোগৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছ নেতা ছিদ্দিক আহমেদে এনে অভিযোগ ভিত্তিহীন বুলি মন্তব্য কৰাৰ লগতে তেওঁলোকে ইয়াৰ প্ৰমান দিব পাৰিবনে বুলি প্ৰশ্ন কৰে।

আনহাতে, ছিদ্দিক আহমেদ জনোৱা প্ৰত্যাহবান গ্ৰহণ কৰি আনোৱাৰ লস্কৰে কয় যে তেওঁলোকে ইয়াৰ সম্পুৰ্ণ তথ্য আৰু প্ৰমান দিবৰ বাবে সাজু আছে। কংগ্ৰেছৰ নেতাকেইগৰাকীৰ প্ৰত্যাহবান গ্ৰহণ কৰি তেওঁলোকে নিৰ্ধাৰণ কৰা দিন আৰু তাৰিখ মতে তথ্য আৰু প্ৰমাণ ৰাজহুৱা কৰাৰ কথা উল্লেখ কৰে এ আই য়ু ডি এফৰ বিধায়ক দুগৰাকীয়ে।

Recent News

৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

বাকী আৰু ফাঁকিৰ চৰকাৰ! পানী নাহে পৰ্বতঝোৰাত জল জীৱন আঁচনিৰ

বাকী আৰু ফাঁকিৰ চৰকাৰ! পানী নাহে পৰ্বতঝোৰাত জল জীৱন আঁচনিৰ

ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত মাচুল নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে, পিছে কি হৈছে তামিলনাডুত?

ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত মাচুল নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে, পিছে কি হৈছে তামিলনাডুত?

একমাত্র আদানীৰ স্বাৰ্থত চাপৰত সংখ্যালঘু মানুহক উচ্ছেদ কৰা হৈছে : ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতি

একমাত্র আদানীৰ স্বাৰ্থত চাপৰত সংখ্যালঘু মানুহক উচ্ছেদ কৰা হৈছে : ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd