• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিত অত্যাচাৰিত ভাৰতীয়ক সহায়ৰ অংগীকাৰ আছুৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 7, 2019 11:12 pm
AASU vows to help Indians harassed in NRC update process

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মহানগৰীত আছুসহ ২৮ টা জনগোষ্ঠীয় সংগঠনৰ বিশাল প্ৰতিবাদৰ ফাইল ছবি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণত “ভুৱা আপত্তি” দাখিলৰ অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে প্ৰক্ৰিয়াটোত অত্যাচাৰিত বৈধ ভাৰতীয়ক সহায়ৰ আশ্বাস দিছে সদৌ অসম ছাত্ৰ সন্থাই।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিযোগে এই কথা জানিবলৈ দিছে আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু লুৰীণজ্যোতি গগৈয়ে।

Apply Now

বিবৃতিটোত কোৱা হৈছে, “আপত্তিৰ ক্ষেত্ৰত ক’ৰবাত দুই এটা বিচ্যুতি দৃষ্টিগোচৰ হৈছে। এই ক্ষেত্ৰত ছাত্ৰ সন্থা আৰু ৩০টা জনগোষ্ঠীয় সংগঠনে যাৱতীয় ব্যৱস্থা লৈছে। আপত্তি প্ৰক্ৰিয়াত ১৯৭১চনৰ আগৰ ভাৰতীয় নাগৰিক বা খিলঞ্জীয়া মানুহে আপত্তিৰ সন্মুখীন হৈ অসুবিধা হোৱা সকলক ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনে সহায় কৰিব।”

নাগৰিকপঞ্জীৰ খচৰাৰ পৰা বাদ পৰা খিলঞ্জীয়া লোক আৰু ১৯৭১ৰ আগৰ সকলো হিন্দু-মুছলমান নাগৰিকক নিজৰ দাবীৰ ক্ষেত্ৰত আছুৱে ইতিমধ্যে সহায় কৰা বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে।

“তৎসত্বেও” সমালোচনা কৰাসকলে ছাত্ৰ সন্থাৰ যোগাত্মক পদক্ষেপক স্বীকাৰ নকৰি নিজৰ “একপক্ষীয়, উদ্দেশ্যপ্ৰণোদিত, ঠেক চিন্তাৰ পৰিচয়” দিয়া বুলি বিবৃতিটোত কোৱা হৈছে।

এন আৰ চিৰ দাবী-আপত্তিৰ শুনানি আৰম্ভ হোৱাৰ লগে লগে নামে-বেনামে বহু আপত্তিৰ আবেদন দাখিল হোৱাৰ অভিযোগ উঠিছে। ইতিমধ্যেই আমছু, জমিয়ত উলামাৰ লগতে কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়ায়ো এনে ভুৱা আপত্তিৰ তথ্য ফাদিল কৰিছে।

আনহাতে কোনো লোকৰ বিৰুদ্ধে বহু দূৰৈৰ কোনো ধৰণৰ সম্পৰ্ক বা চা-চিনাকি নথকা ব্যক্তিয়েও আপত্তি দৰ্শোৱা সন্দৰ্ভতো ছাত্ৰ সন্থাই স্থিতি স্পষ্ট কৰিছে। “আইনে কয় যে যি কোনো এখন ঠাইৰ যিকোনো এজন ভাৰতীয়ই যিকোনো ঠাইৰ যি কোনো এজন অবৈধ বাংলাদেশীৰ বিৰুদ্ধে আপত্তি তুলিব পাৰে।”

ইপিনে, আপত্তি প্ৰক্ৰিয়াত অংশ লোৱা কিছু লোকক কোনো কোনো ঠাইত ভাবুকি প্ৰদান কৰা হৈছে বুলিও বিবৃতিটোত উল্লেখ কৰা হৈছে। এই ক্ষেত্ৰত চৰকাৰক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবেও আছুৱে দাবী জনাইছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd