• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰ-মাজুলীৰ সীমা মূৰীয়া স্থানত হাতীৰ গছকত কৰুণ ভাৱে মৃত্যু এজনৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
May 17, 2019 10:40 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
বৃহস্পতিবাৰে অৰ্থাৎ ১৬ মে’ৰ নিশা মাজুলী জিলাৰ অন্তৰ্গত তথা শিৱসাগৰ জিলাৰ সমীপৰ ব্ৰহ্মপুত্ৰ দিচাঙৰ সংগম স্থল দবলি চাপৰি তথা জিলা বস্তিৰ বাসিন্দা ৰঘুনাথ মালা নামৰ এজন ব্যক্তিয়ে হাতীৰ গছকত মৃত্যুক আঁকোৱালি ল’ব লগীয়া হয়।
ঘটনাৰ বিৱৰণি মতে অতি দৰিদ্ৰ পৰিয়ালৰ ৰঘুনাথ মালাই বৃহস্পতি বাৰে ঘৰৰ পৰা দিচাং মুখৰ বৃহস্পতিবৰীয়া বজাৰলৈ শাক-পাচলি বিক্ৰী কৰিবলৈ পুৱা ওলাই গৈছিল। দিচাংমুখৰ বজাৰৰ পৰা ঘূৰি আহোতে নিশা হোৱাত পথতে এজাক বনৰীয়া হাতীৰ মুখামুখি হয় ৰঘুনাথ মালা। ফলত হাতীৰ গছকত ৰঘুনাথ মালাৰ মৃত্যু হয়।
আনহাতে ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় লোকে শিৱসাগৰ বন বিভাগ আৰু আৰক্ষীক খবৰ দিয়াত শিৱসাগৰ বন বিভাগে সেই অঞ্চল মাজুলী জিলাৰ অন্তৰ্গত বুলি মন্তব্য কৰে। আৰু স্থানীয় ৰাইজে তেতিয়া মাজুলী জিলাৰ বন বিভাগক খবৰ দিয়ে।
ইফালে দিনৰ ৩ বজা পৰ্যন্ত মাজুলী জিলাৰ বন বিভাগৰ কোনো দল ঘটনাস্থলীত উপস্থিত হোৱাহি নাই। গতিকে কাইলৈ অৰ্থাৎ ১৮ মে’ত হে ৰঘুনাথ মালাৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিব পৰা যাব।
উল্লেখ্যযোগ্য যে  ৰঘুনাথ মালাৰ প্ৰকৃত ঘৰ শিৱসাগৰ জিলাৰ দিচাংমুখৰ বলমা গাঁৱত। খেতি কৰিবলৈ আৰু গৰু পোহিবলৈ পৰিয়ালসহ দবলি চাপৰিলৈ উঠি গৈছিল। মৃত ৰঘূনাথে পত্নী, দুজন পুত্ৰ আৰু এগৰাকী কন্যাক ইহ সংসাৰত এৰি থৈ গৈছে।
আনহাতে মুখ্য মন্ত্ৰী সমষ্টিৰ বন কিম্বা আৰক্ষী বিভাগে হাতীৰ গছকত মৃত্যুহোৱা এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰিবলৈ খবৰ পোৱাৰ পিছতো ২০ ঘন্টাত কৈ অধিক সময় অতিবাহিত হোৱাৰ পিছতো ঘটনাস্থলীত উপস্থিত হ’ব নোৱাৰাত সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
Apply Now
পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

Stay Connected

  • 117k Fans

Recent News

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm
বিদেশী ধন লোৱাৰ অভিযোগত অৰুণাচলৰ পৰিৱেশ কৰ্মী ভানু টাটকৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

বিদেশী ধন লোৱাৰ অভিযোগত অৰুণাচলৰ পৰিৱেশ কৰ্মী ভানু টাটকৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

September 15, 2026 6:10 pm
মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

September 15, 2026 4:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd