• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আন্তৰ্জাতিক শৰীৰচৰ্চা প্ৰতিযোগিতাত শীৰ্ষ স্থানেৰে উজলিল গোলাপ ৰাভা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 20, 2019 9:34 am
60545472_429499824390286_936358876901539840_n
2.3k
VIEWS
Share on FacebookShare on Twitter

পুনৰ অসমৰ এগৰাকী খ্যাতনাম শৰীৰচৰ্চাবিদ গোলাপ ৰাভাই আন্তৰ্জাতিক পৰ্যায়ত গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ডব্লিউ ই এফ আৰু ডব্লিউ বি বি এফ প্ৰ’ শৰীৰচৰ্চা প্ৰতিযোগিতাৰ অম্বৰপ্ৰিক্স ইন্টাৰনেশ্যনেলত গোলাপ ৰাভাই সামগ্ৰিকভাৱে শীৰ্ষস্থান লাভ কৰিছে।

লিথুৱানিয়াত অনুষ্ঠিত প্ৰথিযোগিতাখনত প্ৰথমবাৰলৈ এগৰাকী শৰীৰচৰ্চাবিদে এইদৰে সামগ্ৰিকভাৱে প্ৰথম স্থান লাভ কৰিছে। যোৱা ১৭ মে’ৰ পৰা অনুষ্ঠিত য়ুৰোপৰ এই প্ৰতিযোগিতাখনত বিশ্বৰ কেইবাখনো দেশৰ শৰীৰচৰ্চাবিদে অংশগ্ৰহণ কৰিছিল।

প্ৰতিযোগিতাখনত বিশ্বৰ আন সকলো প্ৰতিযোগীকে অতিক্ৰমি গোলাপ ৰাভাই শীৰ্ষস্থান দখল কৰে। অসম শৰীৰচৰ্চা সংস্থাই গোলাপ ৰাভাৰ এনে বিৰল কৃতিত্বৰ বাবে অভিনন্দন জনাইছে।

বিশ্ব শৰীৰচৰ্চা সংস্থাৰ সভাপতি পৰাগ চৌধুৰী আৰু সম্পাদক পংকজ চৌধুৰীয়ে গোলাপ ৰাভাই লাভ কৰা এই বিৰল কৃতিত্বৰ বিষয়ে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও গোলাপ ৰাভাই আন্তৰ্জাতিক পৰ্যায়ত ঈৰ্ষণীয় সাফল্য লাভ কৰিবলৈ সক্ষম হৈছিল। যোৱা বছৰ তেওঁ লিথুৱানিয়াত অনুষ্ঠিত আন্তৰ্জাতিক প্ৰতিযোগিতাত মিষ্টাৰ ৱৰ্ল্ড-২০১৮’ খিতাপ অৰ্জন কৰিছিল। তদুপৰি, প্ৰতিযোগিতাখনৰ আন দুটা শাখাতো তেওঁ স্বৰ্ণ পদক অৰ্জন কৰিছিল।

আনহাতে, আন্তৰ্জাতিক পৰ্যায়ত উজলি উঠা গোলাপ ৰাভাই ২০০৮ চনতে জুনিয়ৰ মিষ্টাৰ অসম আৰু জুনিয়ৰ মিষ্টাৰ কামৰূপৰ খিতাপ জয় কৰিছিল।

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd