• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

মুম্বাই আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত উৎপল বৰপূজাৰীৰ যুদ্ধ বিষয়ক তথ্যচিত্ৰৰ বিশেষ প্ৰদৰ্শনী

এন ই নাও নিউজ by এন ই নাও নিউজ
January 23, 2018 10:23 am
মুম্বাই আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত উৎপল বৰপূজাৰীৰ যুদ্ধ বিষয়ক তথ্যচিত্ৰৰ বিশেষ প্ৰদৰ্শনী

মেম'ৰিজ অফ এ ফৰগ'টেন ৱাৰৰ এটি মুহূৰ্ত

100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীস্থিত অসমৰ চলচ্চিত্ৰ সমালোচক তথা চলচ্চিত্ৰ নিৰ্মাতা উৎপল বৰপূজাৰীৰ তথ্যচিত্ৰ ‘মেম’ৰিজ অফ এ ফৰগ’টেন ৱাৰ’ ১৫ তম মুম্বাই আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত অহা ৩১ জানুৱাৰিত বিশেষ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে।

জুকটোৰ বেনাৰৰ অধীনত সুবিমল ভট্টাচাৰ্যই প্ৰযোজনা কৰা তথ্যচিত্ৰখনত দ্বিতীয় বিশ্বযুদ্ধৰ ভয়াবহ সময়ছোৱাত ১৯৪৪ চনৰ ব্ৰিটিছ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অংশত হোৱা যুদ্ধৰ কাহিনী দাঙি ধৰা হৈছে।

তথ্যচিত্ৰখনে সেই সময়ৰ যুদ্ধকালীন দিনবোৰলৈ উভতাই নিয়ে যেতিয়া জাপানী সেনা বাহিনীয়ে তেতিয়া ব্ৰিটিছৰ অধীনত থকা বাৰ্মাৰ পৰা ভাৰতৰ উত্তৰ-পূব অংশলৈ আগবাঢ়ি আহে আৰু কোহিমা আৰু ইম্ফলৰ যুদ্ধত মিত্ৰ বাহিনীৰ হাতত পৰাস্ত হৈ পিছহুহকিবলৈ বাধ্য হয়।

এই হিংসাৰ সময়ত প্ৰায় ১৬৮,০০০ লোক মৃত্যুমুখত পৰে। ইয়াৰ ভিতৰত জাপান বাহিনীৰ সংখ্যাই সৰহ আছিল আৰু মেলেৰিয়া আৰু কলেৰা ৰোগ যুদ্ধতকৈয়ো অধিক ঘাতক হৈ পৰিছিল।

যুদ্ধৰ অভিজ্ঞতাৰে পুষ্ট কেইগৰাকীমান ব্যক্তিৰ সৈতে পৰিচালক আৰু প্ৰযোজকক দেখা গৈছে।

দ্বিতীয় বিশ্বযুদ্ধত পৰাজিত হোৱাটো মিত্ৰ বাহিনীৰ বাবে আছিল এক নিৰ্ণায়ক মুহূৰ্ত।

১০৯ মিনিট জোৰা তথ্যচিত্ৰখনে ইম্ফলক কেন্দ্ৰ কৰি সংঘটিত বহু দিশ উন্মোচিত কৰিছে। এই যুদ্ধত ভাৰতীয় সেনাই দুয়োপক্ষৰ হৈ যুদ্ধত অৱতীৰ্ণ  হৈছিল। সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বৰ ভাৰতীয়া জাতীয় সেনা (আইএনএ)ই জাপানৰ পক্ষত অৱস্থান কৰিছিল। মিত্ৰ বাহিনী আছিল বিভিন্ন জাতীয়তাৰ সমাহাৰেৰে গঠিত এক সন্মিলিত শক্তি।

২০১৪ চনৰ পৰা  প্ৰায় আঢ়ৈ বছৰ ধৰি তথ্যচিত্ৰখনৰ বাবে দিল্লী, মিজোৰাম, মণিপুৰ, নাগালেণ্ড, জাপান আৰু ব্ৰিটেইনত চিত্ৰগ্ৰহণ কৰা হৈছিল।  যুদ্ধত অংশ লোৱা ব্যক্তিৰ অভিজ্ঞতাৰ পৰা আৰম্ভ কৰি যুদ্ধখনৰ সময়ছোৱাত স্থানীয় লোকৰ অভিজ্ঞতালৈকে সন্নিৱিষ্ট কৰি ছবিখনে মানৱ সভ্যতাৰ গতি সলনি কৰা নিৰ্ণায়ক যুদ্ধখনৰ বিষয়ে মানবীয় দৃষ্টিভংগীৰে উপস্থাপন কৰিছে।

বৰপূজাৰীয়ে তেওঁৰ তথ্যচিত্ৰখনত লগতে বিশ্বৰ আগত দাঙি ধৰিছে কেনেকৈ মণিপুৰ আৰু নাগালেণ্ডৰ দৰে অঞ্চলত এতিয়াও সেই যুদ্ধৰ স্মৃতি ধৰি ৰখা হৈছে।

২০১৫ চনত অৰুমাচল প্ৰদেশৰ এখন পাহাৰতলিৰ পৰা উদ্ধাৰ কৰা দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বিধ্বস্ত আমেৰিকান বিমানৰ ভগ্নাংশৰ দৃশ্যৰে তথ্যচিত্ৰখনৰ সামৰণি মৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এন ই ফ’কাচৰ ‘সমাজ পৰিবৰ্তন আৰু সমাজক সংগঠিত কৰাৰ ক্ষেত্রত ডিজিটেল মিডিয়াৰ ভূমিকা’ শীর্ষক আলোচনা চক্ৰ সম্পন্ন

এন ই ফ’কাচৰ ‘সমাজ পৰিবৰ্তন আৰু সমাজক সংগঠিত কৰাৰ ক্ষেত্রত ডিজিটেল মিডিয়াৰ ভূমিকা’ শীর্ষক আলোচনা চক্ৰ সম্পন্ন

August 15, 2025 1:05 pm
দেশজুৰি হ্ৰাস পাব কৰৰ বোজা! স্বাধীনতা দিৱসত জি এছ টি সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ডাঙৰ ঘোষণা

দেশজুৰি হ্ৰাস পাব কৰৰ বোজা! স্বাধীনতা দিৱসত জি এছ টি সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ডাঙৰ ঘোষণা

August 15, 2025 12:26 pm
দেশজুৰি এইমছ এৰি গুচি গৈছে চিকিৎসকসকল! ২০২২-২৪ চনত এই সংখ্যা ৪০০ৰো অধিক

দেশজুৰি এইমছ এৰি গুচি গৈছে চিকিৎসকসকল! ২০২২-২৪ চনত এই সংখ্যা ৪০০ৰো অধিক

August 15, 2025 11:26 am
জম্মু-কাশ্মীৰৰ ডাৱৰ বিস্ফোৰণত মৃতকৰ সংখ্যা ৫০ জনলৈ বৃদ্ধি; এতিয়াও সন্ধানহীন বহু লোক

জম্মু-কাশ্মীৰৰ ডাৱৰ বিস্ফোৰণত মৃতকৰ সংখ্যা ৫০ জনলৈ বৃদ্ধি; এতিয়াও সন্ধানহীন বহু লোক

August 15, 2025 10:04 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এন ই ফ’কাচৰ ‘সমাজ পৰিবৰ্তন আৰু সমাজক সংগঠিত কৰাৰ ক্ষেত্রত ডিজিটেল মিডিয়াৰ ভূমিকা’ শীর্ষক আলোচনা চক্ৰ সম্পন্ন

এন ই ফ’কাচৰ ‘সমাজ পৰিবৰ্তন আৰু সমাজক সংগঠিত কৰাৰ ক্ষেত্রত ডিজিটেল মিডিয়াৰ ভূমিকা’ শীর্ষক আলোচনা চক্ৰ সম্পন্ন

August 15, 2025 1:05 pm
দেশজুৰি হ্ৰাস পাব কৰৰ বোজা! স্বাধীনতা দিৱসত জি এছ টি সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ডাঙৰ ঘোষণা

দেশজুৰি হ্ৰাস পাব কৰৰ বোজা! স্বাধীনতা দিৱসত জি এছ টি সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ডাঙৰ ঘোষণা

August 15, 2025 12:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd