• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰদ্যুত বৰদলৈৰ মতে বিজেপি ধৰ্মীয় মেৰুকৰণত সফল হৈছে

কংগ্ৰেছৰ ক্ৰুটি আছে। ৰিপুণ বিৰোধিতা কৰাসকলৰ বিৰূদ্ধে ব্যৱস্থা ল’ব লাগে।

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 26, 2019 4:09 pm
Loksabha election 2019: Nagaon winner Pradyut Bardoloi says BJP was successful in polarisation of religion

দেওবাৰে প্ৰদ্যুত বৰদলৈৰ সংবাদমেল। ছবি-- ইউ বি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাওঁ লোকসভা সমষ্টিৰ বিজয়ী প্ৰদ্যুত বৰদলৈৰ মতে বিজেপিয়ে সদ্যসমাপ্ত নিৰ্বাচনটোত ধৰ্মীয় মেৰুকৰণৰ চলাইছিল আৰু এইক্ষেত্ৰত তেওঁলোক সফলো হৈছে।

দেওবাৰে গুৱাহাটীৰ হোটেল অম্বৰীশত এখন সংবাদমেল অনুষ্ঠিত কৰি বৰদলৈয়ে কয় যে বিজেপিয়ে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ নেতৃত্বত যিধৰণে এক পৰিৱেশৰ সৃষ্টি কৰিছিল তাত তেওঁলোক সফল হৈছে।

Apply Now

তেওঁ কয়, “বিজেপিৰ জয়ন্ত মল্ল বৰুৱাই কৈছিল নগাঁৱত হিন্দুৰ সংখ্যা সৰ্বাধিক গতিকে তাত কংগ্ৰেছ জিকিব নোৱাৰে। এই কথাই তেওঁলোকৰ ধৰ্মীয় মেৰুকৰণৰ চেষ্টাক প্ৰমাণ কৰে।”

নগাঁৱত প্ৰায় ৫১% ভোট লাভ কৰা বুলি সদৰী কৰি প্ৰদ্যুত বৰদলৈয়ে সংবাদমেলত কয়, “নগাঁও সমষ্টিত ৩৪% মুছলমান আছে।” যদি মুছলমানৰ ভোটতেই কংগ্ৰেছ জিকিছে তেনেহ’লে বাকী ভোট কোনে দিলে বুলি বৰদলৈয়ে প্ৰশ্ন কৰে।

তেওঁ সকলো জাতি-ধৰ্মৰ লোকৰে ভোট পোৱা বুলি দাবী কৰি সকলো জাতি-জনগোষ্ঠী-ধৰ্মাৱলম্বী লোকৰ ভোট নাপালে নগাঁৱত জয়ী হোৱাটো অসম্ভৱ বুলিও তেওঁ কয়।

“বিজেপিৰ এনে ধৰণৰ অতি বিপজ্জনক ৰাজনৈতিক বিশ্লেষণে সমাজখনৰ ক্ষতি কৰিছে”, প্ৰদ্যুত বৰদলৈয়ে কয়।

বিজেপিৰ মেৰুকৰণৰ বিপৰীতে মধ্য অসম বিশেষকৈ নগাওঁ আৰু কলিয়াবৰৰ ৰাইজে এক সুস্থ বাৰ্তা দিছে বুলিও তেওঁ কয়।

নগাঁৱত ৰাজেন গোহাঁইৰ পৰা কোনো প্ৰত্যক্ষ বা পৰোক্ষ সহায় পোৱা নাই বুলিও কয় বৰদলৈয়ে। প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সমষ্টি বঢ়মপুৰতো তেওঁ ভোট কম পোৱা বুলি কয়।

ইয়াৰ বিপৰীতে বিজেপিৰ দখলত থকা নগাওঁ, হোজাই, লামডিং আদি বিধানসভা সমষ্টিত বিজেপিৰ প্ৰায় সমানেই ভোট পোৱা বুলি দাবী কৰে।

নগাঁৱত এ আই য়ু ডি এফে প্ৰাৰ্থী নিদিয়াটো দলটোৰ বাবে সুমতি বুলিও কয়। অৱশ্যে এ আই য়ু ডি এফৰ একাংশ নেতাই নগাঁৱত বিজেপিক ভোট দিবলৈ বহুতক কৈছিল বুলিও কয়।

কংগ্ৰেছৰ প্ৰতি ৰাইজে সঁহাৰি নজনোৱা বিষয়টোত দলটোৰ ক্ৰুটি থকা বুলি বৰদলৈয়ে কয়।

কংগ্ৰেছৰ একাংশ জ্যেষ্ঠ নেতাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ বিৰোধিতা কৰা কাৰ্যক তেওঁ দৃষ্টিকটু হোৱা বুলি কয় আৰু ই দলক ক্ষতি কৰিব বুলি মন্তব্য কৰে।

তেওঁলোকৰ বিৰূদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও মন্তব্য কৰে প্ৰদ্যুত বৰদলৈয়ে।

Tags: নিৰ্বাচন ২০১৯
অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd