• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সৰুপেটাত হৃদয় বিদাৰক ঘটনা : গছত চিপ লৈ আত্মহত্যা তৰুণ দম্পতীৰ

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
May 27, 2019 4:31 pm
Sarupeta News

সৰুপেটাত আত্মহত্যা কৰা দম্পতীৰ আলোকচিত্ৰ

1.3k
VIEWS
Share on FacebookShare on Twitter

বজালী মহকুমাৰ সৰুপেটা আৰক্ষী চকীৰ অন্তৰ্গত বগুলামাৰীত এক হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে। আজি পুৱা এডাল গছত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে এক তৰুণ দম্পতীৰ মৃতদেহ।

দৰিদ্ৰতা, কৰ্মসংস্থাপন, আৰু সাধাৰণ কাজিয়াৰ পৰিণতিতে আত্মহত্যাৰ দৰে এই মৰ্মান্তিক ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে l স্বাভাৱিকতে বিষয়টোক কেন্দ্ৰ কৰি অঞ্চলটোৰ চৌদিশে চৰ্চ্চা অব্যাহত আছে।

সোমবাৰে পুৱাই এইদৰে চিপ লোৱা অৱস্থাত তৰুণ দম্পতী ৰ নিথৰ দেহ উদ্ধাৰৰ ঘটনা প্ৰত্যক্ষ কৰি অঞ্চলটোৰ ৰাইজ মৰ্মাহত হৈ পৰে।

উল্লেখযোগ্য যে প্ৰায় দুবছৰ পূৰ্বে গাঁওখনৰ দৰিদ্ৰ পৰিয়ালৰ ৰতন কলিতা আৰু সমীপৰ নতুন বজাৰ গাঁৱৰ বৰষা দাসৰ মাজত প্ৰেম বিবাহ সম্পন্ন হৈছিল। বিবাহৰ পাছৰে পৰা দুয়ো স্বাভাৱিক জীৱন যাপন কৰি আহিছিল l কিন্তু আচৰিত ভাবে সোমবাৰে পুৱাই গাঁওবাসীয়ে এনে শোকাৱহ ঘটনা প্ৰত্যক্ষ কৰি আচৰিত হৈ পৰে।

জানিব পৰা মতে, ছোৱালীৰ বয়স কম হোৱা বাবে ৰতনৰ পৰিয়ালে বিয়াৰ পিছতো বোৱাৰীৰ পৰিৱৰ্তে নিজৰ ছোৱালীৰ দৰে ৰাখিছিল l কিন্তু কেইদিন মানৰ পৰা দুখীয়া পৰিয়ালৰ ৰতনে ঘৰ এৰি দূৰলৈ কোম্পানীত কাম কৰিবলৈ যাব ওলাইছিল l পত্নী বৰষাক ৰতনে লগত নিব বিচৰা নাছিল যদিও ইয়াৰ বিপৰীতে বৰষা ৰতনৰ লগত একেলগে যাব বিচাৰিছিল।

সেই অনুসাৰে দেওবাৰে দম্পতি হাল ঘৰৰ পৰা একেলগে ওলাই আহিছিল l তাৰ পিছতেই সোমবাৰে পৰিয়ালে দুয়োকে এনে অৱস্থাত প্ৰত্যক্ষ কৰে l অনুমান কৰা মতে, হয়তো এনে বিষয়ক লৈয়েই দুয়োৰে মাজত সাধাৰণ কাজিয়াৰ সূত্ৰপাত ঘটিছিল আৰু তাৰেই পৰিণতিত এনে শোকাৱহ ঘটনা সংঘটিত হ’ল।

ইতিমধ্যে দণ্ডাধীশৰ উপস্থিতিত স্থানীয় আৰক্ষীয়ে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে l আৰক্ষীয়ে এই ঘটনা আত্মহত্যা বুলিয়ে ধাৰণা কৰিছে যদিও অধিক উৎসৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে l কিন্তু যি নহ’লেও এনে অবাঞ্চিত ঘটনাই সমগ্ৰ অঞ্চলটো জোকাৰি গৈছে।

Recent News

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd