• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সৰুপেটাত হৃদয় বিদাৰক ঘটনা : গছত চিপ লৈ আত্মহত্যা তৰুণ দম্পতীৰ

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
May 27, 2019 4:31 pm
Sarupeta News

সৰুপেটাত আত্মহত্যা কৰা দম্পতীৰ আলোকচিত্ৰ

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বজালী মহকুমাৰ সৰুপেটা আৰক্ষী চকীৰ অন্তৰ্গত বগুলামাৰীত এক হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে। আজি পুৱা এডাল গছত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে এক তৰুণ দম্পতীৰ মৃতদেহ।

দৰিদ্ৰতা, কৰ্মসংস্থাপন, আৰু সাধাৰণ কাজিয়াৰ পৰিণতিতে আত্মহত্যাৰ দৰে এই মৰ্মান্তিক ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে l স্বাভাৱিকতে বিষয়টোক কেন্দ্ৰ কৰি অঞ্চলটোৰ চৌদিশে চৰ্চ্চা অব্যাহত আছে।

Apply Now

সোমবাৰে পুৱাই এইদৰে চিপ লোৱা অৱস্থাত তৰুণ দম্পতী ৰ নিথৰ দেহ উদ্ধাৰৰ ঘটনা প্ৰত্যক্ষ কৰি অঞ্চলটোৰ ৰাইজ মৰ্মাহত হৈ পৰে।

উল্লেখযোগ্য যে প্ৰায় দুবছৰ পূৰ্বে গাঁওখনৰ দৰিদ্ৰ পৰিয়ালৰ ৰতন কলিতা আৰু সমীপৰ নতুন বজাৰ গাঁৱৰ বৰষা দাসৰ মাজত প্ৰেম বিবাহ সম্পন্ন হৈছিল। বিবাহৰ পাছৰে পৰা দুয়ো স্বাভাৱিক জীৱন যাপন কৰি আহিছিল l কিন্তু আচৰিত ভাবে সোমবাৰে পুৱাই গাঁওবাসীয়ে এনে শোকাৱহ ঘটনা প্ৰত্যক্ষ কৰি আচৰিত হৈ পৰে।

জানিব পৰা মতে, ছোৱালীৰ বয়স কম হোৱা বাবে ৰতনৰ পৰিয়ালে বিয়াৰ পিছতো বোৱাৰীৰ পৰিৱৰ্তে নিজৰ ছোৱালীৰ দৰে ৰাখিছিল l কিন্তু কেইদিন মানৰ পৰা দুখীয়া পৰিয়ালৰ ৰতনে ঘৰ এৰি দূৰলৈ কোম্পানীত কাম কৰিবলৈ যাব ওলাইছিল l পত্নী বৰষাক ৰতনে লগত নিব বিচৰা নাছিল যদিও ইয়াৰ বিপৰীতে বৰষা ৰতনৰ লগত একেলগে যাব বিচাৰিছিল।

সেই অনুসাৰে দেওবাৰে দম্পতি হাল ঘৰৰ পৰা একেলগে ওলাই আহিছিল l তাৰ পিছতেই সোমবাৰে পৰিয়ালে দুয়োকে এনে অৱস্থাত প্ৰত্যক্ষ কৰে l অনুমান কৰা মতে, হয়তো এনে বিষয়ক লৈয়েই দুয়োৰে মাজত সাধাৰণ কাজিয়াৰ সূত্ৰপাত ঘটিছিল আৰু তাৰেই পৰিণতিত এনে শোকাৱহ ঘটনা সংঘটিত হ’ল।

ইতিমধ্যে দণ্ডাধীশৰ উপস্থিতিত স্থানীয় আৰক্ষীয়ে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে l আৰক্ষীয়ে এই ঘটনা আত্মহত্যা বুলিয়ে ধাৰণা কৰিছে যদিও অধিক উৎসৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে l কিন্তু যি নহ’লেও এনে অবাঞ্চিত ঘটনাই সমগ্ৰ অঞ্চলটো জোকাৰি গৈছে।

শশাংক তালুকদাৰ

শশাংক তালুকদাৰ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd