• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোলাঘাট আৰক্ষীৰ অভিযান; তিতাবৰত উদ্ধাৰ বিষ্ণু মূৰ্তি, হাতী দাঁত

ৰিতুপল্লৱ শইকীয়া by ৰিতুপল্লৱ শইকীয়া
June 1, 2019 10:41 pm
822
VIEWS
Share on FacebookShare on Twitter

গোলাঘাট আৰক্ষীয়ে আজি তিতাবৰত এক অভিযান চলাই এটা বিষ্ণু ধাতুৰ মূৰ্তি আৰু হাতীৰ দাঁত উদ্ধাৰ কৰাৰ লগতে এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে।

গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে সংবাদ মাধ্যমৰ আগত কৰা মন্তব্য অনুসৰি এক গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আৰক্ষীয়ে তিতাবৰ আৰক্ষী থানাৰ অন্তৰ্গত মাটিখোলা গাঁৱত অভিযান চলাই উক্ত সামগ্ৰী দুবিধ উদ্ধাৰ কৰে।

মাটিখোলা গাঁৱৰ বাসিন্দা বলু শইকীয়াই (৩৫) নামৰ ব্যক্তিজনে তেওঁৰ বাসগৃহত ৩.৫৭৫ কেজি ওজনৰ ধাতুৰ মূৰ্তি আৰু ২.৮০ কেজিৰ হাতীৰ দাঁতটো লুকুৱাই ৰাখিছিল।

এই কথা গোলাঘাট আৰক্ষীয়ে গোপন সূত্ৰৰ আধাৰত জানিব পাৰি আজি অভিযান চলাই। আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰা মূৰ্তিটো সোণৰ বুলি অনুমান কৰিছে যদিও ইয়াৰ পৰীক্ষাৰ পিছতহে নিশ্চিত হ’ব পাৰিব বুলি উল্লেখ কৰিছে।

উল্লেখযোগ্য যে যোৱা মে’ মাহত নলবাৰীত অভিযান চলাই উগ্ৰতাৰা দেৱালয়ৰ বিগ্ৰহ উদ্ধাৰ কৰাৰ পিছতে আজি পুনৰ তিতাবৰত আৰক্ষীৰ অভিযানত এটা বিষ্ণু ধাতুৰ মূৰ্তি আৰু হাতীৰ দাঁত উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Recent News

প্ৰতিশ্ৰুতি পূৰণত বিফল অসম চৰকাৰঃ পাহাৰপুৰত স্থবিৰ হৈ আছে ৪১২ পৰিয়ালৰ পুনৰ্বাসন

প্ৰতিশ্ৰুতি পূৰণত বিফল অসম চৰকাৰঃ পাহাৰপুৰত স্থবিৰ হৈ আছে ৪১২ পৰিয়ালৰ পুনৰ্বাসন

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই হ্ৰাস কৰিলে ৩৫টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

অভেলত চিৰাজৰ বলিঙৰ যাদু: ভাৰতৰ অবিশ্বাস্য জয়

অভেলত চিৰাজৰ বলিঙৰ যাদু: ভাৰতৰ অবিশ্বাস্য জয়

বিটিচি নিৰ্বাচন ২০২৫ : প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা বিপিএফৰ

বিটিচি নিৰ্বাচন ২০২৫ : প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা বিপিএফৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd