• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰস্তাৱ; ৰাজ্য চৰকাৰৰ সঁহাৰিলৈ অপেক্ষা ডিমা হাচাও বন প্ৰাধিকাৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 3, 2019 5:29 pm
Kaziranga

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইতিপূৰ্বে পাঁচখনকৈ ৰাষ্ট্ৰীয় উদ্যান বা সংৰক্ষিত বনাঞ্চল থকা অসমে আৰু এখন ৰাষ্ট্ৰীয় উদ্যান পাব পাৰে। এই সম্ভাৱনাই দেখা দিছে ডিমা হাচাও বন প্ৰাধিকাৰীয়ে জিলাখনত এখন সংৰক্ষিত বনাঞ্চলৰ প্ৰস্তাৱ আগ বঢ়োৱাৰ পৰিপ্ৰেক্ষিতত।

বন প্ৰাধিকাৰীয়ে উত্তৰ কাছাৰ পাৰ্বত্য (ডিমা হাচাও) স্বায়ত্বশাসিত পৰিষদৰ ওচৰত এই প্ৰস্তাৱটো দিছে।

Apply Now

প্ৰস্তাৱিত ৰাষ্ট্ৰীয় উদ্যানখনে ছিমলেং নদীৰ আশে-পাশে প্ৰায় ১০০ বৰ্গ কিলোমিটাৰ সামৰি ল’ব, যাৰ সীমাই কাষতে কাছাৰ জিলাৰ বৰালি বন্যপ্ৰাণী অভয়াৰণ্য আৰু মেঘালয়ৰ নামপুহ বন্যপ্ৰাণী অভয়াৰণ্যক স্পৰ্শ কৰি থাকিব। জিলাখনৰ প্ৰায় ৮০ শতাংশই বনভূমিৰে আবৰা যদিও এই পৰ্য্যন্ত এখনো ৰাষ্ট্ৰীয় উদ্যান বা সংৰক্ষিত বনাঞ্চল, অভয়াৰণ্য নাই।

“আমি জিলাখনত প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান পাবলৈ উৎসাহী হৈ আছো। পৰিষদে প্ৰস্তাৱটোত অনুমোদন দিলেই আমি ৰাজ্য চৰকাৰলৈ অধিক বিস্তাৰিত প্ৰতিবেদন প্ৰেৰণ কৰিম”, আছাম ট্ৰিবিউনত ডিমা হাচাও বন বিষয়াৰ এজনৰ উদ্ধৃতি।

যদি প্ৰস্তাৱটোৰ পৰৱৰ্তী অগ্ৰগতি সঠিক পথত থাকে, তেন্তে এইখন হ’ব অসমৰ ষষ্ঠখন ৰাষ্ট্ৰীয় অভয়াৰণ্য। ইয়াৰ পূৰ্বে আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানস ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যান। ভাৰতত মুঠ ১১০খন ৰাষ্ট্ৰীয় উদ্যান আছে (২০১৮ চনৰ জুলাই পৰ্য্যন্ত)।

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় উদ্যান আৰু বন্য প্ৰাণী অভয়াৰণ্যবোৰ Wildlife Protection Act, 1972 ৰ অধীনত ঘোষণা কৰা হয়। ভাৰতৰ পৰিৱেশ আৰু বন মন্ত্ৰ্যালয়ৰ নিয়মমতে, ৰাজ্যবোৰে ইয়াৰ অন্তৰ্গত নিৰ্দিষ্ট বনভূমিক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিবলৈ অধিসূচনা জাৰি কৰিব পাৰে।

ৰাষ্ট্ৰীয় উদ্যান ঘোষিত হ’লে সংশ্লিষ্ট বনভূমিৰ চাৰিসীমাৰ ভিতৰত মানুহৰ সকলো ধৰণৰ ক্ৰিয়াকলাপ নিষিদ্ধ হয়, যদিহে মুখ্য বন্যপ্ৰাণী তত্ত্বাৱধায়কে বিশেষ অনুমতিৰে তাক সিদ্ধ নকৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd