• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগ্ৰীজুলিৰ খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱস উদযাপন

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
June 5, 2019 4:45 pm
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘বৰ্তমান সময়ত সমগ্ৰ বিশ্বতেই গোলকীয় উষ্ণতা এক জ্বলন্ত সমস্যা হিচাপে পৰিগণিত হৈছে। জীৱ শ্ৰেষ্ঠ মানৱৰ অদূৰদৰ্শিতাৰ বাবে আজি সমগ্ৰ বিশ্বৰ বিভিন্ন ঠাইত চলিছে অবাধ বন ধ্বংস যজ্ঞ। ইয়াৰ ফলতেই সমগ্ৰ বিশ্বতেই পৰিবেশ প্ৰদূষিত হোৱাৰ উপৰিও জলবায়ুৰ পৰিৱৰ্তন ঘটি বিশ্বৰ বিভিন্ন ঠাইত মহাপ্ৰলয় সৃষ্টি হৈ আহিছে আৰু বহু জীৱকুল ধ্বংস হৈছে। এনে জটিল সমস্যা সমাধানৰ বাবে সমগ্ৰ মানৱ জাতিয়ে পৰিৱেশ সংৰক্ষণ, বন সংৰক্ষণ নকৰিলে অচিৰেই যে মানৱ জাতি অধিক বিপদাপন্ন হ’ব সেয়া নিশ্চিত।’ এই ভাষ্য খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জিতেন বড়োৰ।

আজি সমগ্ৰ বিশ্বৰ লগতে বাক্সা জিলাৰ নাগ্ৰীজুলিৰ ঐতিহ্যমণ্ডিত খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়তো উলহ-মালহেৰে উদযাপন কৰা হয় বিশ্ব পৰিবেশ দিৱস। বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি দিনৰ ১০ বজাত খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী আৰু ছাত্র-ছাত্ৰী সকলক লৈ আয়োজন কৰা হয় এখন পৰিৱেশ সজাগতা সভা।

Apply Now

খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক হিতেশ বড়োৰ সঞ্চালনাত অনুষ্ঠিত সভাত প্ৰধান শিক্ষক জিতেন বড়োয়ে নিজৰ ভাষণত গছ থাকিলেহে জীৱকুল জীয়াই থাকিব বুলি মন্তব্য কৰাৰ লগতে গছে জীৱকূলক কি দৰে উপকৃত কৰিছে আৰু গছ-গছনিয়ে কিদৰে সমগ্ৰ মানৱ জাতিক অৰ্থনৈতিক দিশটো সৱল কৰিছে সেই বিষয়ে বক্তব্য ৰাখে।

সভাত উপস্থিত থাকি বিদ্যালয়খনৰ সহকাৰী প্ৰধান শিক্ষক হীৰেন নাৰ্জাৰী, সহকাৰী শিক্ষক হৰেশ্বৰ বড়ো সহকাৰী শিক্ষক মিন্টু বসুমতাৰী, সহকাৰী শিক্ষক বাবুল শৰ্মা, সহকাৰী শিক্ষক দুল কুমাৰ শৰ্মাৰ উপৰিও কেইবাগৰাকীও শিক্ষকে বিশ্ব পৰিৱেশ দিৱসৰ ওপৰত তাৎপৰ্যপূৰ্ণ বক্তব্য ৰাখে।

আজিৰ এই সভাতেই খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে নৃত্য-গীত পৰিৱেশন কৰি মুখৰিত কৰি তোলে বিদ্যালয় চৌহদ। সভাৰ অন্তত ছাত্র-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত হয় পৰিৱেশ সম্পৰ্কীয় কুইজ প্ৰতিযোগিতাও। সভাৰ প্ৰাকমুহূৰ্তত পুৱা বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয় চৌহদ পৰিষ্কাৰ কৰি অৰ্ধ-শতাধিক গছপুলি ৰোপণ কৰে আৰু বিশ্ব পৰিবেশ দিৱস উদযাপন কৰি এই গছপুলি সমূহ সংৰক্ষণ কৰাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হয়।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd