• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাজুলীত মাদক দ্ৰব্য নিবাৰণৰ বাবে অবৈতনিক নিবাৰণী সংগঠকৰ পদত আবেদন আহ্বান

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
June 5, 2019 5:58 pm
প্ৰতিনিধিত্বমূলক ফটো

প্ৰতিনিধিত্বমূলক ফটো

794
VIEWS
Share on FacebookShare on Twitter

মাজুলী জিলাত ড্ৰাগছ, সুৰাকে ধৰি বিভিন্ন প্ৰকাৰৰ মাদক দ্ৰব্যৰ প্ৰচলনৰ বিৰূদ্ধে জনসজাগতা সৃষ্টি আৰু সামাজিক পৰিবেশৰ বাবে অতি ক্ষতিকাৰক এনেধৰণৰ অনৈতিক কাৰ্য নিৰ্মূল কৰাৰ বাবে এগৰাকী ‘অবৈতনিক নিবাৰণী  সংগঠক’(এইচ পিঅ) নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৰাজ্যিক নিচাযুক্ত আৰু মাদকদ্ৰব্য নিবাৰণী পৰিষদে।

মাহে অনুদানমূলকভাবে আগবঢ়োৱা ২,৭০০ টকা পাৰিতোষিকৰ এই অবৈতনিক পদটোৰ বাবে মাজুলীৰ ২৫ বছৰৰ উৰ্ধৰ আগ্ৰহী লোকৰ পৰা অতি শীঘ্ৰে আবেদন পত্ৰ আহ্বান কৰিছে যোৰহাটৰ আৱকাৰী অধীক্ষকৰ কাৰ্যালয়ে।

অবিভক্ত যোৰহাট জিলাৰ আৱকাৰী অধীক্ষকে জনোৱা মতে মাজুলীত খালী হৈ থকা এইচ পি অ’ পদটোৰ বাবে আবেদন কৰিব বিচৰা মাজুলীৰ আগ্ৰহী আবেদনকাৰীৰ ক্ষেত্ৰত কেতবোৰ যোগ্যতাৰ মাপকাঠি ধাৰ্য কৰা হৈছে।

সেইমৰ্মে আবেদনকাৰীয়ে ড্ৰাগছ তথা আন নিচাযুক্ত-মাদক দ্ৰব্য নিবাৰণৰ ক্ষেত্ৰত নিজস্ব দায়বদ্ধতা থকাৰ লগতে এইবিষয়ত সভা, আলোচনা চক্ৰ, আদি আয়োজন কৰা আৰু বক্তৃতা দিয়াৰ অভিজ্ঞতা থকাটো বাধ্যতামূলক।

তদুপৰি, আবেদনকাৰীগৰাকী নিচাযুক্ত তথা মাদকদ্ৰব্য নিবাৰণৰ বিষয়ে জ্ঞান থকা আৰু সমাজসেৱাৰ লগত জড়িত লোক হ’ব লাগিব। প্ৰাৰ্থীগৰাকী ন্যূনতম হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হোৱাৰ লগতে মাজুলী জিলাৰ বিভিন্ন অঞ্চলত জনসজাগতা কাৰ্যসূচী ৰূপায়নৰ বাবে সঘনাই ভ্ৰমণ কৰিবলৈ প্ৰাৰ্থীগৰাকী সাজু থাকিব লাগিব।

আনহাতে, সম্পূৰ্ণৰূপে অস্থায়ী পদটোৰ বাবে শাৰীৰিক সক্ষমতা থকা অৱসৰপ্ৰাপ্ত চাকৰিয়াল প্ৰাৰ্থীয়েও আবেদন দাখিল কৰিব পাৰিব। আগ্ৰহীসকক অতি শীঘ্ৰে যোৰহাটৰ আৱকাৰী অধীক্ষকৰ কাৰ্য্যালয়ত নিজৰ আবেদন পত্ৰ দাখিল কৰিবলৈ বিভাগটোৱে অনুৰোধ জনাইছে।

এইবিষয়ত অধিক তথ্যৰ বাবে মাজুলীৰ আৱকাৰী চক্ৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ লগতে যোৰহাটৰ আৱকাৰী অধীক্ষকৰ কাৰ্যালয়ৰ সতেও যোগাযোগ কৰিব পাৰিব।

Recent News

কংগ্ৰেছৰ লগত মিত্ৰতা অসম্ভৱ, ২০২৬ আমি অকলেই যুঁজিম : আম আদমি পাৰ্টী

কংগ্ৰেছৰ লগত মিত্ৰতা অসম্ভৱ, ২০২৬ আমি অকলেই যুঁজিম : আম আদমি পাৰ্টী

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd