• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাজুলীত মাদক দ্ৰব্য নিবাৰণৰ বাবে অবৈতনিক নিবাৰণী সংগঠকৰ পদত আবেদন আহ্বান

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
June 5, 2019 5:58 pm
প্ৰতিনিধিত্বমূলক ফটো

প্ৰতিনিধিত্বমূলক ফটো

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাজুলী জিলাত ড্ৰাগছ, সুৰাকে ধৰি বিভিন্ন প্ৰকাৰৰ মাদক দ্ৰব্যৰ প্ৰচলনৰ বিৰূদ্ধে জনসজাগতা সৃষ্টি আৰু সামাজিক পৰিবেশৰ বাবে অতি ক্ষতিকাৰক এনেধৰণৰ অনৈতিক কাৰ্য নিৰ্মূল কৰাৰ বাবে এগৰাকী ‘অবৈতনিক নিবাৰণী  সংগঠক’(এইচ পিঅ) নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৰাজ্যিক নিচাযুক্ত আৰু মাদকদ্ৰব্য নিবাৰণী পৰিষদে।

মাহে অনুদানমূলকভাবে আগবঢ়োৱা ২,৭০০ টকা পাৰিতোষিকৰ এই অবৈতনিক পদটোৰ বাবে মাজুলীৰ ২৫ বছৰৰ উৰ্ধৰ আগ্ৰহী লোকৰ পৰা অতি শীঘ্ৰে আবেদন পত্ৰ আহ্বান কৰিছে যোৰহাটৰ আৱকাৰী অধীক্ষকৰ কাৰ্যালয়ে।

Apply Now

অবিভক্ত যোৰহাট জিলাৰ আৱকাৰী অধীক্ষকে জনোৱা মতে মাজুলীত খালী হৈ থকা এইচ পি অ’ পদটোৰ বাবে আবেদন কৰিব বিচৰা মাজুলীৰ আগ্ৰহী আবেদনকাৰীৰ ক্ষেত্ৰত কেতবোৰ যোগ্যতাৰ মাপকাঠি ধাৰ্য কৰা হৈছে।

সেইমৰ্মে আবেদনকাৰীয়ে ড্ৰাগছ তথা আন নিচাযুক্ত-মাদক দ্ৰব্য নিবাৰণৰ ক্ষেত্ৰত নিজস্ব দায়বদ্ধতা থকাৰ লগতে এইবিষয়ত সভা, আলোচনা চক্ৰ, আদি আয়োজন কৰা আৰু বক্তৃতা দিয়াৰ অভিজ্ঞতা থকাটো বাধ্যতামূলক।

তদুপৰি, আবেদনকাৰীগৰাকী নিচাযুক্ত তথা মাদকদ্ৰব্য নিবাৰণৰ বিষয়ে জ্ঞান থকা আৰু সমাজসেৱাৰ লগত জড়িত লোক হ’ব লাগিব। প্ৰাৰ্থীগৰাকী ন্যূনতম হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হোৱাৰ লগতে মাজুলী জিলাৰ বিভিন্ন অঞ্চলত জনসজাগতা কাৰ্যসূচী ৰূপায়নৰ বাবে সঘনাই ভ্ৰমণ কৰিবলৈ প্ৰাৰ্থীগৰাকী সাজু থাকিব লাগিব।

আনহাতে, সম্পূৰ্ণৰূপে অস্থায়ী পদটোৰ বাবে শাৰীৰিক সক্ষমতা থকা অৱসৰপ্ৰাপ্ত চাকৰিয়াল প্ৰাৰ্থীয়েও আবেদন দাখিল কৰিব পাৰিব। আগ্ৰহীসকক অতি শীঘ্ৰে যোৰহাটৰ আৱকাৰী অধীক্ষকৰ কাৰ্য্যালয়ত নিজৰ আবেদন পত্ৰ দাখিল কৰিবলৈ বিভাগটোৱে অনুৰোধ জনাইছে।

এইবিষয়ত অধিক তথ্যৰ বাবে মাজুলীৰ আৱকাৰী চক্ৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ লগতে যোৰহাটৰ আৱকাৰী অধীক্ষকৰ কাৰ্যালয়ৰ সতেও যোগাযোগ কৰিব পাৰিব।

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

September 2, 2026 9:09 am
গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

September 2, 2026 7:41 am
, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

September 2, 2026 9:09 am
গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

September 2, 2026 7:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd