• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰেমিকে কিশোৰী প্ৰেমিকাক বিহ খুৱাই পিছত জ্বলাই হত্যা কৰি মৃতদেহ পেলালে জংঘলত

এন ই নাও নিউজ by এন ই নাও নিউজ
June 7, 2019 8:24 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গৌৰীপুৰত প্ৰেমিকে কিশোৰী প্ৰেমিকাক প্ৰথম অৱস্থাত বিহ খুৱাই ইয়াৰ পিছতে জ্বলাই হত্যা কৰা ঘটনা আজি পোহৰলৈ অহাত ঘটনাটোৱে স্থানীয় লোকৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

নিহত কিশোৰী গৰাকীক গোৰীপুৰৰ বগৰীবাৰী থানাৰ অন্তৰ্গত ৰঙামাটি তৃতীয়খণ্ডৰ বাসিন্দা অজুদ্দিন শ্বেখৰ দ্বিতীয় কন্যা মঞ্জু খাতুন বুলি চিনাক্ত কৰা হৈছে। মঞ্জু খাতুনে অষ্টম শ্ৰেণীত অধ্যয়ন কৰি আছিল।

Apply Now

নিহত কিশোৰীগৰাকীৰ একেগাঁৱৰে ছোৰহাব আলীৰ পুত্ৰ ছহিদুল ইছলাম(১৯)ৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল বুলি স্থানীয় একাংশ লোকৰ পৰা জানিব পৰা গৈছে।

‘দুয়োৰে মাজত থকা প্ৰেমৰ সম্পৰ্কৰ বাবে ছহিদুলে প্ৰায়ে কিশোৰীগৰাকীৰ ঘৰলৈ আহ-যাহ কৰিছিল। ইয়াৰ মাজতে ঈদৰ দিনাই দুয়ো প্ৰেমিক-প্ৰেমিকাৰ মাজত তৰ্কাতৰ্কি লাগিছিল। কালি নিশা পৰিয়ালৰ লোক শুই থকা অৱস্থাত কিশোৰীগৰাকীক প্ৰেমিক ছহিদুলে সমীপৰে এখল জংঘললৈ মাতি নিয়ে। ইয়াৰ কিছু সময়ৰ পিছতে আমি চিঞৰ-বাখৰ শুনাত ঘটনাস্থলীত উপস্থিত হৈ কিশোৰীগৰাকীৰ জ্বলি ছাই হোৱা মৃতদেহ দেখা পাঁও’, স্থানীয় লোকৰ মন্তব্য।

কিশোৰী গৰাকীৰ মৃতদেহৰ কাষত এটা পইজনৰ বটল আৰু এটা কেৰাচিনৰ বটল উদ্ধাৰ হয়। ছহিদুলে প্ৰথমে বিহ খুৱাই ইয়াৰ পিছতে জ্বলাই কিশোৰী গৰাকীক হত্যা কৰে বুলি কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে।

ঘটনা সন্দৰ্ভত আৰক্ষী অৱগত হোৱাত ঘটনাস্থলীত আৰক্ষী উপস্থি হৈ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে কিশোৰী গৰাকীৰ পহী মাজৰ পৰা কেইবাখনো প্ৰেম পত্ৰ উদ্ধাৰ কৰিছে।

ইফালে অভিযুক্ত ছহিদুল আৰু ছহিদুলৰ পৰিয়ালৰ লোক বৰ্তমান বাতৰি লিখা পৰলৈকে পলাতক হৈ আছে। আৰক্ষীয়ে অভিযুক্তৰ সন্ধানত অনুসন্ধান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd