• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিক ভোট দিয়াৰ বাবে কৰিমগঞ্জত মছজিদৰ পৰা ইমামক খেদি পঠিওৱাৰ অভিযোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 8, 2019 1:26 pm
Imam karimganj

মছজিদৰ পৰা খেদি পঠিওৱা ইমামগৰাকী

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনত ইছলাম ধৰ্মৰ এগৰাকী ইমামে বিজেপিৰ হৈ কাম কৰাৰ বাবে তেওঁক মছজিদৰ পৰা খেদি পঠিওৱাৰ অভিযোগ উত্থাপন হৈছে কৰিমগঞ্জ জিলাত।

কৰিমগঞ্জ জিলাৰ বাৰইগ্ৰাম অঞ্চলৰ জুনেইদখা জামে মছজিদৰ ইমাম মৌলনা মহম্মদ জাকাৰিয়াক নিৰ্বাচনৰ সময়ত বিজেপিৰ হৈ কাম কৰা কাৰণে কিছু সংখ্যক স্থানীয় লোকে মছজিদ কমিটিৰ লগত লগ হৈ মছজিদৰ পৰা খেদি পঠিয়াই বুলি অঞ্চলটোৰ সৰ্বত্ৰে চৰ্চা লাভ কৰিছে।

Apply Now

শুকুৰবাৰে ইমামগৰাকীক একমাত্ৰ বিজেপিৰ হকে কাম কৰা বাবেই ইছলাম ধৰ্মৰ পবিত্ৰস্থান হিচাপে গণ্য কৰা মছজিদৰ দায়িত্বত থকা সন্মানীয় আসনৰ পৰা উলিয়াই দিয়া হয় বুলি সন্দেহ কৰা হয়।

আনহাতে, ইমাম গৰাকীক বিজেপিৰ হকে কাম কৰাৰ কাৰণে মছজিদৰ পৰা খেদি দিয়াৰ খবৰ বিয়পি পৰাৰ পাছতে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সম্পাদক ইকবাল হুছেইনে স্থানীয় জনসাধাৰণৰ সৈতে ঘটনা সন্দৰ্ভত এখন আলোচনাত মিলিত হৈ এনে ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিয়ে।

উল্লখযোগ্য যে, সমগ্ৰ ঘটনা সন্দৰ্ভত সাংবাদিকে মছজিদ পৰিচালনা কমিতিক প্ৰশ্ন সোধাত তেওঁলোকে ঘটনাটোৰ পৰা দায় সাৰিবলৈ চেষ্টা কৰি বেলেগ কাৰণতহে ইমামক মছজিদৰ পৰা খেদি পঠিওৱা বুলি কয়। কমিটিৰ এজন সদস্যই এ আই য়ু ডি এফৰ এজন স্থানীয় নেতাৰ সহযোগত ইমাম গৰাকীৰ লগত এই সম্বন্ধে কথা পাতি সকলো বুজা পৰা কৰিছে বুলিও উল্লখ কৰে।

পূৰ্বেও মঙলদৈ জিলাৰ এজন ইছলাম ধৰ্মৰ নাগৰিকে বিজেপিক ভোট দিয়া বাবে তেওঁক অঞ্চলটোৰ কিছু সংখ্যক ৰাইজে মিলি মছজিদলৈ যোৱা নিষিদ্ধ কৰাৰ বাতৰি প্ৰকাশ হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

September 3, 2026 6:44 pm
মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

September 3, 2026 6:11 pm
মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰাৰ বাবেই দুই মহিলা সাংবাদিকক থানালৈ নি ‘প্ৰহাৰ’ দিল্লী আৰক্ষীৰ

মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰাৰ বাবেই দুই মহিলা সাংবাদিকক থানালৈ নি ‘প্ৰহাৰ’ দিল্লী আৰক্ষীৰ

September 3, 2026 5:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

September 3, 2026 6:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd