• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিক ভোট দিয়াৰ বাবে কৰিমগঞ্জত মছজিদৰ পৰা ইমামক খেদি পঠিওৱাৰ অভিযোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 8, 2019 1:26 pm
Imam karimganj

মছজিদৰ পৰা খেদি পঠিওৱা ইমামগৰাকী

705
VIEWS
Share on FacebookShare on Twitter

লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনত ইছলাম ধৰ্মৰ এগৰাকী ইমামে বিজেপিৰ হৈ কাম কৰাৰ বাবে তেওঁক মছজিদৰ পৰা খেদি পঠিওৱাৰ অভিযোগ উত্থাপন হৈছে কৰিমগঞ্জ জিলাত।

কৰিমগঞ্জ জিলাৰ বাৰইগ্ৰাম অঞ্চলৰ জুনেইদখা জামে মছজিদৰ ইমাম মৌলনা মহম্মদ জাকাৰিয়াক নিৰ্বাচনৰ সময়ত বিজেপিৰ হৈ কাম কৰা কাৰণে কিছু সংখ্যক স্থানীয় লোকে মছজিদ কমিটিৰ লগত লগ হৈ মছজিদৰ পৰা খেদি পঠিয়াই বুলি অঞ্চলটোৰ সৰ্বত্ৰে চৰ্চা লাভ কৰিছে।

শুকুৰবাৰে ইমামগৰাকীক একমাত্ৰ বিজেপিৰ হকে কাম কৰা বাবেই ইছলাম ধৰ্মৰ পবিত্ৰস্থান হিচাপে গণ্য কৰা মছজিদৰ দায়িত্বত থকা সন্মানীয় আসনৰ পৰা উলিয়াই দিয়া হয় বুলি সন্দেহ কৰা হয়।

আনহাতে, ইমাম গৰাকীক বিজেপিৰ হকে কাম কৰাৰ কাৰণে মছজিদৰ পৰা খেদি দিয়াৰ খবৰ বিয়পি পৰাৰ পাছতে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সম্পাদক ইকবাল হুছেইনে স্থানীয় জনসাধাৰণৰ সৈতে ঘটনা সন্দৰ্ভত এখন আলোচনাত মিলিত হৈ এনে ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিয়ে।

উল্লখযোগ্য যে, সমগ্ৰ ঘটনা সন্দৰ্ভত সাংবাদিকে মছজিদ পৰিচালনা কমিতিক প্ৰশ্ন সোধাত তেওঁলোকে ঘটনাটোৰ পৰা দায় সাৰিবলৈ চেষ্টা কৰি বেলেগ কাৰণতহে ইমামক মছজিদৰ পৰা খেদি পঠিওৱা বুলি কয়। কমিটিৰ এজন সদস্যই এ আই য়ু ডি এফৰ এজন স্থানীয় নেতাৰ সহযোগত ইমাম গৰাকীৰ লগত এই সম্বন্ধে কথা পাতি সকলো বুজা পৰা কৰিছে বুলিও উল্লখ কৰে।

পূৰ্বেও মঙলদৈ জিলাৰ এজন ইছলাম ধৰ্মৰ নাগৰিকে বিজেপিক ভোট দিয়া বাবে তেওঁক অঞ্চলটোৰ কিছু সংখ্যক ৰাইজে মিলি মছজিদলৈ যোৱা নিষিদ্ধ কৰাৰ বাতৰি প্ৰকাশ হৈছিল।

Recent News

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd