• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুখ্য মন্ত্ৰীৰ নাম সাঙুৰি সাম্প্ৰদায়িক মন্তব্য কৰা বিজেপি কৰ্মীক গ্ৰেপ্তাৰ মৰিগাওঁ আৰক্ষীৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 13, 2019 6:16 pm
Nitu Bora

মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নিতুমণি বৰা।

13.1k
VIEWS
Share on FacebookShare on Twitter

বিজেপিৰ আই টি চেলৰ এজন কৰ্মীক আজি দুপৰীয়া ভাগত মৰিগাওঁ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। বিজেপি কৰ্মীজন মৰিগাওঁৰ নিতুমণি বৰা বুলি চিনাক্ত কৰা হৈছে।

উল্লেখযোগ্য যে, বৰাই যোৱা ৯ জুনৰ দিনা মুখ্যমন্ত্ৰীৰ নাম সাঙুৰি মুছলমান সম্প্ৰদায়ক লৈ এক মন্তব্য কৰিছিল।

‘মুখ্যমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে …..
নিজৰ সুৰক্ষা নিজে কৰক @অসমীয়া জীয়াৰী বোৱাৰী সকল।
এতিয়া গেদাৰ হে আনন্দ সৰ্বানন্দ হৈছে গৈ…
নিজকে ধিক্কাৰ দিছোঁ…’ নিজৰ ফেইচবুক ৱালত এইদৰে লিখিছিল বিজেপিৰ আই টি চেলৰ কৰ্মীগৰাকীয়ে।

তাৰ পাছতে কালি মৰিগাঁৱৰে ৰাজু মহন্ত নামৰ এজন লোকে নিতুমণিৰ বিৰুদ্ধে মৰিগাওঁ থানাত এক গোচৰ ৰুজু কৰে। নৰ্থ ইষ্ট নাওৰ সাংবাদিকক এই কথা জানিবলৈ দিয়ে মৰিগাওঁ জিলা আৰক্ষী অধিক্ষক স্বপ্ননীল ডেকাই।

ৰাজু মহন্তৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে ৫৪৯/১৯ নম্বৰত এক গোচৰ ৰুজু কৰি বৃহস্পতিবাৰে নিতুমণিক গ্ৰেপ্তাৰ কৰে। বৰ্তমানো আৰক্ষীৰ জিম্মাতে আছে নিতুমণি।

ইপিনে, জানিব পৰা মতে বৃহস্পতিবাৰৰ দিনটোতে ননীগোপাল দত্ত নামৰ বিজেপিৰ আন এজন আই টি চেলৰ কৰ্মীকো তিনিচুকীয়াৰ পৰা আটক কৰে তিনিচুকীয়া আৰক্ষীয়ে। বৰ্তমানলৈকে কিয় বিজেপি কৰ্মীগৰাকীক আটক কৰিলে জানিব পৰা হোৱা নাই।

তদুপৰি, মাজুলীৰ হেমন্ত বৰুৱা নামৰ আন এগৰাকী বিজেপি কৰ্মীৰ ঘৰত তালাচী চলায় আৰক্ষীয়ে।

তাৎপয্যপূৰ্ণভাৱে, এক সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি মুখ্য মন্ত্ৰী সোণোৱালৰ বিৰুদ্ধে  ছ’চিয়েল মিডিয়াত বিৰূপ মন্তব্য কৰা ১২৮ গৰাকী বিজেপি কৰ্মীৰ তালিকা অসম আৰক্ষীৰ হাতত পৰিছেহি। শীঘ্ৰে এই তালিকাৰ বিজেপি কৰ্মীৰ বিৰুদ্ধেও অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

Recent News

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd