• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সাংসদ হিচাপে শপত লোৱা পল্লৱলোচন আৰু তপন গগৈয়ে কেতিয়া এৰিব মন্ত্ৰী পদ?

এন ই নাও নিউজ by এন ই নাও নিউজ
June 18, 2019 12:19 pm
MP-Elected_BJP-MLAs-750x375
2.1k
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে সাংসদ হিচাপে শপত গ্ৰহণ কৰে ৰাজ্য চৰকাৰৰ দুই মন্ত্ৰী পল্লৱ লোচন দাস আৰু তপন কুমাৰ গগৈয়ে। দুয়োগৰাকী সাংসদে শপত লোৱাৰ পিছতো কিয় এতিয়াও ৰাজ্যৰ মন্ত্ৰীৰ দায়িত্ব এৰা নাই তাকে লৈ এতিয়া ভিভিন্ন মাধ্যমত চলিছে চৰ্চা।

এইবাৰৰ লোকসভা নিৰ্বাচনত তেজপুৰৰ পৰা পল্লৱ লোচন আৰু যোৰহাট সমষ্টিৰ পৰা তপন গগৈ নিৰ্বাচিত হয়। ইয়াৰ পাছতে দুয়োজনে অসম বিধানসভাৰ সদস্য পদৰ পৰা পদত্যাগো কৰে।

বিধায়ক পদ এৰি সাংসদ হিচাপে শপত গ্ৰহণ কৰিলে ঠিকেই কিন্তু এতিয়াও দুয়োজনে চম্ভালি আছে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ মন্ত্ৰী পদ। এই সম্পৰ্কত দুয়োজনৰ পৰা জানিব বিচৰাত কয় যে মুখ্য মন্ত্ৰীয়ে তেওঁলোকক মন্ত্ৰীৰ দায়িত্বত নিয়োজিত কৰিছে। গতিকে মুখ্য মন্ত্ৰীয়ে যেতিয়াই তেওঁলোকক মন্ত্ৰীৰ দায়িত্বৰ পৰা ইস্তাফা দিবলৈ ক’ব তেতিয়াই পদত্যাগ কৰিব।

মুখ্য মন্ত্ৰীৰ কোনো নিৰ্দেশ নহালৈকে দুয়োজনে সাংসদ পদৰ লগতে মন্ত্ৰীৰ দায়িত্ব নিয়াৰিকৈ পালন কৰি যাব বুলি কয়।

উল্লেখ্য যে পল্লৱলোচন দাসে শ্ৰম, চাহ জনজাতি কল্যাণ বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী আৰু শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্বত আছে। সেইদৰে তপন গগৈয়ে শক্তি বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী আৰু গড়কাপ্তানী বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্বত আছে।

Recent News

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd