• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোন হ’ব সোণাৰীত উপ নিৰ্বাচনৰ প্ৰাৰ্থী? : চৰ্চিত প্ৰবীণ বিজেপি নেতা অনুপ ৰাজপুৰোহিতৰ নাম

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
June 18, 2019 1:32 pm
IMG-20190618-WA0000

প্ৰবীম বিজেপি নেতা অনুপ ৰাজপুৰোহিত। ফটো : নৰ্থইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত সোণাৰী বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী তপন কুমাৰ গগৈয়ে যোৰহাট লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে বিজয়ী হোৱাপ পিছত খালী হোৱা সোণাৰী বিধান সভাৰ আসনখনক লৈ বহু প্ৰাৰ্থীৰ মাজত জল্পনা কল্পনা আৰম্ভ হৈছে।

সোণাৰী বিধানসভা সমষ্টিত অনুষ্ঠিত হবলগীয়া উপ নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী হিচাপে ডঃ বিনিতা শইকীয়া গগৈ, ড০ দয়ানন্দ বৰগোহাঁই, ছাত্ৰ নেতা মাণিক গগৈৰ নাম উচ্ছাৰিত হৈছে যদিও প্ৰবীণ বিজেপি নেতা অনুপ ৰাজপুৰোহিতৰ নাম সমষ্টিটোত বিশেষভাৱে চৰ্চিত হৈছে।

Apply Now

উল্লেখ্য যে, ১৯৯২ চনত বিজেপিত যোগদান কৰা অনুপ ৰাজপুৰোহিতে ২০০৭ চনৰ পৰা এতিয়ালৈকে ক্ৰমে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় দুয়োখন কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও দেশৰ কেইবাখনো ৰাজ্যৰ প্ৰভাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ অভিজ্ঞতা আছে।

তদুপৰি, ৰাজপুৰোহিতে বিজেপি শিৱসাগৰ জিলাৰ উপ-সভাপতি, সোণাৰী বিধান সভা সমষ্টিৰ কোষাধ্যক্ষ, শিৱসাগৰ জিলা বিজেপিৰ কোষাধ্যক্ষ, সোণাৰী পৌৰসভাৰ ৱাৰ্ড সদস্য, বিজেপি চাহ কোষৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক আদিকে ধৰি বহুকেইটা দায়িত্ব লৈ প্ৰায় তিনিটা দশক দলটোক নেতৃত্ব দি আহিছে।

যি সময়ত ৰাজ্যত চাৰিওফালে কংগ্ৰেছে প্ৰভূত্ব বিস্তাৰ কৰি আছিল সেই সময়ত ৰাজপুৰোহিতে সোণাৰীত এককভাৱে বিজেপিৰ পতাকা উৰুৱাই দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰি ৰাখিছিল। ২০১১ চনত সোণাৰী বিধান সভা সমষ্টিৰ পৰা ৰাজপুৰোহিতে প্ৰতিদ্বন্দিতা কৰি কংগ্ৰেছৰ শৰৎ বৰকাকটীৰ হাতত পৰাজিত হৈছিল।

আনহাতে, সোণাৰীৰ উপ- নিৰ্বাচনত দলটোৰ হৈ ৰাজপুৰোহিতক দলীয় টিকট প্ৰদান কৰিবলৈ সমষ্টিটোৰ জ্যেষ্ঠ বিজেপি কৰ্মী সকলে দাবী জনাইছে। অৱশ্যে, দলটোৱে কাক দলীয় টিকট প্ৰদান কৰিব সেয়া দলৰ শীৰ্ষ নেতৃত্বৰ ওপৰতে নিৰ্ভৰ কৰিব।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

September 4, 2026 1:12 pm
পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

September 4, 2026 12:24 pm
ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

September 4, 2026 11:31 am
নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

September 4, 2026 10:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

September 4, 2026 1:12 pm
পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

September 4, 2026 12:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd