• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২০২৭ চনত চীনক অতিক্ৰমী বিশ্বৰ জনবহুল দেশ হিচাপে পৰিগণিত হ’ব ভাৰত

এন ই নাও নিউজ by এন ই নাও নিউজ
June 19, 2019 10:59 am
overpopulated

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

2.4k
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰসংঘত প্ৰকাশ পোৱা এখন উদ্বেগজনক প্ৰতিবেদন অনুসৰি আঠ বছৰ পাছত অৰ্থাৎ ২০২৭ চনত ভাৰতবৰ্ষই চুবুৰীয়া দেশ চীনক অতিক্ৰম কৰি বিশ্বৰ ভিতৰত আটাইতকৈ জনবহুল দেশ হিচাপে পৰিগণিত হ’ব।

অৰ্থনৈতিক বিকাশ অথবা জিডিপিৰ বিকাশত নহ’লেও ভাৰতে জনসংখ্যাৰ দিশত ২০২৭ চনত চীনক অতিক্ৰম কৰি শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হ’ব।

ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিক্ৰমা বিভাগৰ জনসংখ্যা শাখাই প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ২০৫০ চনত সমগ্ৰ বিশ্বৰ জনসংখ্যা বৰ্তমানৰ জনসংখ্যাতকৈ ২০০ কোটি বৃদ্ধি হৈ প্ৰায় ৯৭০ কোটি হ’ব।

আনহাতে, ৰাষ্ট্ৰসংঘৰ দ্বাৰা প্ৰকাশিত প্ৰতিবেদনখনত চলিত শতিকাৰ শেষৰ ভাগত সমগ্ৰ বিশ্বৰ জনসংখ্যা ১১০০ কোটি হ’ব বুলি উল্লেখ কৰা হৈছে।

তদুপৰি, ২০৫০ চনলৈ বৃদ্ধি পাবলগীয়া ২০০ কোটি জনসংখ্যাৰ ভিতৰত ১০০ কোটি জনসংখ্যা বৃদ্ধি হ’ব কেবল ভাৰত, পাকিস্তান, নাইজেৰিয়া, কংগো, ইণ্ডোনেছিয়া, ইজিপ্ত, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইথিঅ’পিয়াৰ।

উল্লেখোযোগ্য যে, বৰ্তমান বিশ্বৰ আটাইতকৈ জনবহুল ৰাষ্ট্ৰ চীনৰ পাছতে ভাৰতৰ স্থান কিন্তু চীনে বিগত সময়ছোৱাত কিছু পৰিমাণে জন্ম নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে যদিও ভাৰত এইক্ষেত্ৰত এতিয়াও পিছপৰি আছে।

প্ৰতিবেদনখনত প্ৰকাশ পোৱা মতে, বিগত সময়ছোৱাত বাংলাদেশ, ম্যানমাৰ আৰু নেপালৰ পৰা আটাইতকৈ বেছিসংখ্যক অনুপ্ৰবেশকাৰী  অন্য দেশলৈ ঢাপলি মেলিছে।

Recent News

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd