• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰত নহয়, ভূটানৰ মুদ্ৰা আৰু মোবাইল নেটৱৰ্কেৰে চলে অসমৰ দুখন গাঁও

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
June 20, 2019 11:34 am
ভাৰত নহয়, ভূটানৰ মুদ্ৰা আৰু মোবাইল নেটৱৰ্কেৰে চলে অসমৰ দুখন গাঁও
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ নহয়, ভূটানৰ মুদ্ৰা আৰু ভূটানৰ মোবাইল নেটৱৰ্কৰ ওপৰত হে নিৰ্ভৰ কৰি চলে কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ শৰলপাৰা আৰু উল্টাপানী অঞ্চলৰ ৰাইজৰ দৈনন্দিন জীৱন।

উল্লেখযোগ্য যে আজি পৰ্যন্ত গাঁওকেইখনত বেংকৰ কোনো সুবিধা নথকাত অঞ্চলবাসীয়ে ব্যৱসায়-বাণিজ্যকে ধৰি দৈনন্দিন জীৱনৰ বিভিন্ন কাম কাজত ভূটানৰ মুদ্ৰা ব্যৱহাৰ কৰে, ইয়াৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ প্ৰচলন তেনেই সীমিত বুলিব পাৰি। একেদৰে মোবাইল নেটৱৰ্কৰ ক্ষেত্ৰটো লোকসকলে ভূটানৰ টাচি চিম কাৰ্ডহে ব্যৱহাৰ কৰে।

আনহাতে ইয়াৰে শৰলপাৰা গাঁৱক অসম চৰকাৰ আৰু বি টি চি প্ৰশাসনে আদৰ্শ গাঁও হিচাপে ঘোষণা কৰিছিল। শৰলপাৰাৰ গাঁওবুঢ়া এম শৰ্মাই নৰ্থ-ইষ্ট নাওক এই কথা জানিবলৈ দি লগতে কয় যে গাঁওখনত এয়াৰটেলৰ টাৱাৰ বহুৱাৰ কাম আৰম্ভ হৈছিল যদিও কোকৰাঝাৰ হলটুগাঁও বন সংমণ্ডল আৰু উল্টাপানীৰ ৰেঞ্জাৰে উক্ত কাম বন্ধ কৰি দিয়ে।

তেওঁ আৰু কয় যে শৰলপাৰা আৰু উল্টাপানী গাঁৱৰ প্ৰত্যেক লোকৰ ঘৰতে অন্তত ৩ৰ পৰা ৪খন পৰ্যন্ত ভূটানৰ টাচি মোবাইল নেটৱৰ্কৰ চিম কাৰ্ড আছে।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন

August 23, 2025 8:00 pm
ট্ৰাম্পৰ শুল্ক যুদ্ধৰ প্ৰত্যুত্তৰ ভাৰতৰ! আমেৰিকালৈ পাৰ্চেল পঠোৱা বন্ধ কৰাৰ সিদ্ধান্ত ডাক বিভাগৰ

ট্ৰাম্পৰ শুল্ক যুদ্ধৰ প্ৰত্যুত্তৰ ভাৰতৰ! আমেৰিকালৈ পাৰ্চেল পঠোৱা বন্ধ কৰাৰ সিদ্ধান্ত ডাক বিভাগৰ

August 23, 2025 6:55 pm
চাঞ্চল্যকৰ ঘটনা! ৰে’লৰ শৌচাগাৰত উদ্ধাৰ শিশুৰ মৃতদেহ

চাঞ্চল্যকৰ ঘটনা! ৰে’লৰ শৌচাগাৰত উদ্ধাৰ শিশুৰ মৃতদেহ

August 23, 2025 5:51 pm
অসমৰ ঘাইপথসমূহ ঠিক নোহোৱালৈকে টোল সংগ্ৰহ বন্ধ কৰাৰ দাবী গৌৰৱ গগৈৰ

অসমৰ ঘাইপথসমূহ ঠিক নোহোৱালৈকে টোল সংগ্ৰহ বন্ধ কৰাৰ দাবী গৌৰৱ গগৈৰ

August 23, 2025 5:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন

August 23, 2025 8:00 pm
ট্ৰাম্পৰ শুল্ক যুদ্ধৰ প্ৰত্যুত্তৰ ভাৰতৰ! আমেৰিকালৈ পাৰ্চেল পঠোৱা বন্ধ কৰাৰ সিদ্ধান্ত ডাক বিভাগৰ

ট্ৰাম্পৰ শুল্ক যুদ্ধৰ প্ৰত্যুত্তৰ ভাৰতৰ! আমেৰিকালৈ পাৰ্চেল পঠোৱা বন্ধ কৰাৰ সিদ্ধান্ত ডাক বিভাগৰ

August 23, 2025 6:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd