• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নামতি বিদ্যুৎ উপ-কেন্দ্ৰৰ গাফিলতিৰ বাবে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুৰ সৈতে যুঁজিছে এগৰাকী কৰ্মচাৰীয়ে

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
June 21, 2019 6:30 pm
Namati Sub Divission

নামতিত বিদ্যুৎস্পৃষ্ট হৈ আঘাতপ্ৰাপ্ত হোৱা কৰ্মচাৰীগৰাকী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ জিলাৰ নামতি বিদ্যুৎ উপ কেন্দ্ৰৰ কৰ্মচাৰীৰ গাফিলতিৰ বাবে আজি দুপৰীয়া বিভাগটোৰ এজন অস্থায়ী কৰ্মচাৰী বিদ্যুৎস্পৃ্ষ্ট হৈ গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হ’বলগীয়া হয়।  আঘাতপ্ৰাপ্ত যুৱকজনৰ নাম দিগন্ত বৰা বুলি জানিব পৰা গৈছে। তেওঁ বহুদিন ধৰি নামতি বিদ্যুৎ উপ কেন্দ্ৰত অস্থায়ী কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল।

ঘটনাৰ বিৱৰণী মতে, নামতি ষ্টেশ্যনৰ সমীপৰ নামতি আলিৰ কাষত বৈদ্যুতিক খুটাত উঠি মেৰামতিৰ কাম কৰি থকা অৱস্থাত হঠাৎ বিদ্যুতৰ সংযোগ দিয়াৰ ফলত বিদ্যুস্পৃ্ষ্ট হৈ প্ৰায় ১২ ফুট উচ্চতাৰ খুটাৰ পৰা ওফৰি পকী পথত পৰাৰ ফলত মুৰৰ পিছ অংশ ফাটি গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হয়।

Apply Now

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দিগন্ত বৰাক লগে লগে শিৱসাগৰৰ প্ৰগতি নাৰ্চিং হোমত ভৰ্তি কৰোৱা হয়।

ঘটনাটো সংঘটিত হোৱাৰ পাছতে স্থানীয় লোকে নামতি বিদ্যুৎ উপ কেন্দ্ৰত হুলস্থলীয়া পৰিবেশৰ সৃষ্টি কৰে। ৰাইজৰ অভিযোগ অনুসৰি কেন্দ্ৰটোৰ কৰ্মচাৰীসকলৰ গাফিলতিৰ বাবেই এই ঘটনা সংঘটিত হ’বলৈ পালে।

উল্লেখযোগ্য যে, বিদ্যুতৰ তাৰ পৰিবাহী খুটাত উঠাৰ আগতে দিগন্তই ফোন যোগে কেন্দ্ৰটোৰ কৰ্মচাৰীক অৱগত কৰিছিল যদিও কি কাৰণত বিদ্যুৎ সংযোগ কৰি দিয়া হল তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে।

আনহাতে, নামতি অঞ্চলৰ বিদ্যুৎ বিভাগৰ স্থায়ী লাইনমেন হিচাপে নিয়োজিত আব্দুল নামৰ কৰ্মচাৰীজনে দীৰ্ঘদিন ধৰি কোনোধৰণৰ কাম নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। আব্দুল নামৰ লাইনমেন জনে মেৰামতিৰ কামসমুহ অস্থায়ী কৰ্মচাৰীৰ দ্বাৰা কৰি নিজে কৰ্তব্যত গাফিলতি কৰি বুলি উল্লেখ কৰি স্থানীয় ৰাইজে শীঘ্ৰে ঘটনাৰ উচিত তদন্তৰ দাবী জনায়।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm
মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

September 4, 2026 7:27 pm
৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

September 4, 2026 6:22 pm
এগৰাকী ২০ বছৰীয়া যুৱকৰ হাতত পুনৰ প্ৰাণ পাই উঠিল এখন নদী

এগৰাকী ২০ বছৰীয়া যুৱকৰ হাতত পুনৰ প্ৰাণ পাই উঠিল এখন নদী

September 4, 2026 5:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm
মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

September 4, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd