• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লতাশিল আৰক্ষীৰ জিম্মাৰ পৰা হেণ্ডকাফ সহ পলাল উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ চুৰিৰ অভিযুক্ত

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 22, 2019 2:28 pm
Ugratara temple story

আজিজুল আলী

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত বৰ্ষৰ ১৫ নৱেম্বৰৰ নিশা উগ্ৰতাৰা দেৱালয়ৰ মন্দিৰৰ মূল বিগ্ৰহৰ লগতে মা তাৰাৰ অষ্টধাতুৰ মূৰ্তি চুৰি হোৱা ঘটনাৰ লগত জড়িত থকা অভিযোগত লতাশিল আৰক্ষীয়ে ১৯ জুনত গুৱাহাটীৰ চচলৰ পৰা আজিজুল আলী নামৰ এগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছিল।

কিন্তু আশ্বৰ্যজনকভাৱে লতাশিল আৰক্ষীৰ হাতৰ পৰা আজি পলায়ন কৰে উগ্ৰতাৰা মন্দিৰ চুৰি কাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা আজিজুল আলীয়ে। আৰক্ষীয়ে তদন্তৰ বাবে পাঞ্জাবাৰীলৈ নি থকা অৱস্থাত জুৰিপাৰৰ পৰা হেণ্ডকাফসহ পলায়ন কৰে আজিজুল আলীয়ে।

Apply Now

আৰক্ষীৰ জিম্মাৰ পৰা এনেদৰে চোৰ এটাই পলায়ন কৰা ঘটনাই সমগ্ৰ মহানগৰ আৰক্ষীক লজ্জানত কৰিছে।

উল্লেখযোগ্য যে উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ চুৰি ঘটনাৰ ক্ষেত্ৰত মহানগৰ আৰক্ষী চূড়ান্তভাৱে ব্যৰ্থতাৰ সন্মুখিন হ’বলগীয়া হয়। লতাশিল আৰক্ষীয়ে চুৰিকাণ্ড সংঘটিত হোৱাৰ পাছদিনাই চি চি ফুটেজৰ ভিত্তিত তিনিগৰাকী লোকক গুৱাহাটী ৰে’লৱে ষ্টেচনৰ পৰা আটক কৰিছিল আৰু তেওঁলোকৰ মুখেৰে মন্দিৰৰ বিগ্ৰহ ব্ৰহ্মপুত্ৰত নিক্ষেপ কৰা বুলি স্বীকাৰ কৰাই ঘটনাৰ বেলেগ ৰূপ দিবলৈ চেষ্টা কৰিছিল।

আনহাতে, উগ্ৰতাৰা মন্দিৰৰ চুৰি হোৱা বিগ্ৰহ একমাত্ৰ গোলাঘাট আৰক্ষীৰ তৎপৰতাৰ বাবেহে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ইয়াত মহানগৰ আৰক্ষীৰ কোনোধৰণৰ অৰিহণা নাই।

৩০ এপ্ৰিলৰ নিশা এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰ আৰু গোলাঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰাৰ নেতৃত্বত যোৱা এটা দলে নলবাৰীৰ পৰা মন্দিৰৰ বিগ্ৰহ উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ লগত জড়িত চাৰিগৰাকী চোৰ ক্ৰমে চান হুছেইন, আদিল আলী, ৰাহুল আলী আৰু মিণ্টু ৰয়ক আটক কৰিবলৈ সক্ষম হৈছিল।

মহানগৰ আৰক্ষীয়ে চুৰি কাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত মাত্ৰ এগৰাকী লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰু আজি সেই অভিযুক্তগৰাকী স্বয়ং কৰ্তব্যৰত আৰক্ষীৰ হাতৰ পৰা পলাই যোৱা কথাটোৱে ৰাইজক আচৰিত কৰি তোলাৰ লগতে পুনৰবাৰ মহানগৰ আৰক্ষীৰ দুৰ্বল স্বৰূপ উদঙাই দিয়ে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am
জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am
জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd