• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শিক্ষা

স্কুল বেগ কিনি দিবলৈ পইচা নাছিল পিতৃৰ; কিন্তু তেওঁ গ্ৰহণ কৰা পদক্ষেপে দৃষ্টি কাঢ়িলে বিশ্বৰ

পিয়ুষ ৰঞ্জন বৰদলৈ by পিয়ুষ ৰঞ্জন বৰদলৈ
June 25, 2019 5:51 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিক্ষাৰ অধিকাৰ আমাৰ সকলোৰে আছে। শিক্ষাই কেতিয়াও ধনী-দুখীয়া বিবেচনা নকৰে। মানৱ জীৱনত সন্মুখীন হোৱা সৰু সৰু অসুবিধা সমূহে যাতে শিশুৰ শিক্ষা জীৱনত ব্যাঘাত জন্মাব নোৱাৰে তাৰ বাবে কম্বোডিয়াৰ এজন পিতৃয়ে লোৱা পদক্ষেপৰ দৃষ্টান্ত এতিয়া ইন্টাৰনেটত হৈ পৰিছে চৰ্চাৰ বিষয়। 

এটা হাতেসজা স্কুল বেগ। পইছাৰ অভাৱৰ বাবে পুত্ৰক স্কুল বেগ কিনি দিব নোৱাৰি নিজহাতেই তেওঁ আটকধুনীয়াকৈ সাজি উলিয়ালে এটা স্কুল বেগ। 

Apply Now

সেই হাতেসজা বেগটোৰ ফটো শ্বেয়াৰ কৰি স্কুলখনৰ শিক্ষক এজনে লিখিলে – 

‘’এনেকুৱা উদাহৰণ এতিয়াও বহু আছে য’ত শিক্ষাৰ মৌলিক অধিকাৰ সমূহ পূৰণ কৰিব নোৱাৰাৰ বাবে বহু অভিভাৱকে নিজৰ ল’ৰা ছোৱালীক স্কুললৈ নপঠিয়ায়। ল’ৰা-ছোৱালীক আগবাঢ়ি যোৱাত সহায় কৰক। কিছুমান বিকল্পই পদক্ষেপেও সকলো অভাব পূৰ কৰিব পাৰে।‘’

কম্বোডিয়াৰ এই পাঁচ বছৰীয়া শিশুটিৰ নাম হৈছে নি কং। কঙৰ পিতৃৰ হাতৰ কাম দেখি কঙৰ শিক্ষকে বোৰ্দ পাণ্ডা নামৰ বাতৰি সংস্থাটোক ক’লে – কম্বোডিয়াত সাধাৰণ স্কুল বেগ এটাৰ দাম ৩০০০০ কম্বোডিয়ান ৰিয়েল যাৰ ভাৰতীয় হিচাপত মূল্য হ’ব প্ৰায় ৪৮০ টকা। কৃষিকৰ্ম কৰি পৰিয়াল পোহপাল দি অহা কঙৰ পিতৃৰ কাৰণে ৩০০০০ কম্বোডিয়ান ৰিয়েল সহজলভ্য নাছিল আৰু সেই বাবেই নিজৰ পুত্ৰৰ বাবে তেওঁ সাজি উলেয়ালে এই বেগ।

কঙৰ পিতৃৰ দ্বাৰা হাতে সজা এই বেগটো কিছুমান বিদেশী পৰ্যটকৰ ইমানেই পছন্দ হ’ল যে তেওঁলোকে ইয়াৰ অধিক মাত্ৰাত অৰ্ডাৰ দি দিলে। কঙৰ পিতৃৰ বাবে জীৱিকা অৰ্জনৰ ই হৈ পৰিল আন এক বিকল্প।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ফটো কেইখনত যুক্ত কৰা কেইটামান মন্তব্য : 

 

 

পিয়ুষ ৰঞ্জন বৰদলৈ

পিয়ুষ ৰঞ্জন বৰদলৈ

Piyush Ranjan is a SEO Expert and a Writer.

Stay Connected

  • 117k Fans

Recent News

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

June 5, 2026 4:55 pm
গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd