DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 9, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home শিক্ষা

স্কুল বেগ কিনি দিবলৈ পইচা নাছিল পিতৃৰ; কিন্তু তেওঁ গ্ৰহণ কৰা পদক্ষেপে দৃষ্টি কাঢ়িলে বিশ্বৰ

পিয়ুষ ৰঞ্জন বৰদলৈ by পিয়ুষ ৰঞ্জন বৰদলৈ
June 25, 2019 5:51 pm
69.9k
VIEWS
Share on FacebookShare on Twitter

শিক্ষাৰ অধিকাৰ আমাৰ সকলোৰে আছে। শিক্ষাই কেতিয়াও ধনী-দুখীয়া বিবেচনা নকৰে। মানৱ জীৱনত সন্মুখীন হোৱা সৰু সৰু অসুবিধা সমূহে যাতে শিশুৰ শিক্ষা জীৱনত ব্যাঘাত জন্মাব নোৱাৰে তাৰ বাবে কম্বোডিয়াৰ এজন পিতৃয়ে লোৱা পদক্ষেপৰ দৃষ্টান্ত এতিয়া ইন্টাৰনেটত হৈ পৰিছে চৰ্চাৰ বিষয়। 

এটা হাতেসজা স্কুল বেগ। পইছাৰ অভাৱৰ বাবে পুত্ৰক স্কুল বেগ কিনি দিব নোৱাৰি নিজহাতেই তেওঁ আটকধুনীয়াকৈ সাজি উলিয়ালে এটা স্কুল বেগ। 

সেই হাতেসজা বেগটোৰ ফটো শ্বেয়াৰ কৰি স্কুলখনৰ শিক্ষক এজনে লিখিলে – 

‘’এনেকুৱা উদাহৰণ এতিয়াও বহু আছে য’ত শিক্ষাৰ মৌলিক অধিকাৰ সমূহ পূৰণ কৰিব নোৱাৰাৰ বাবে বহু অভিভাৱকে নিজৰ ল’ৰা ছোৱালীক স্কুললৈ নপঠিয়ায়। ল’ৰা-ছোৱালীক আগবাঢ়ি যোৱাত সহায় কৰক। কিছুমান বিকল্পই পদক্ষেপেও সকলো অভাব পূৰ কৰিব পাৰে।‘’

কম্বোডিয়াৰ এই পাঁচ বছৰীয়া শিশুটিৰ নাম হৈছে নি কং। কঙৰ পিতৃৰ হাতৰ কাম দেখি কঙৰ শিক্ষকে বোৰ্দ পাণ্ডা নামৰ বাতৰি সংস্থাটোক ক’লে – কম্বোডিয়াত সাধাৰণ স্কুল বেগ এটাৰ দাম ৩০০০০ কম্বোডিয়ান ৰিয়েল যাৰ ভাৰতীয় হিচাপত মূল্য হ’ব প্ৰায় ৪৮০ টকা। কৃষিকৰ্ম কৰি পৰিয়াল পোহপাল দি অহা কঙৰ পিতৃৰ কাৰণে ৩০০০০ কম্বোডিয়ান ৰিয়েল সহজলভ্য নাছিল আৰু সেই বাবেই নিজৰ পুত্ৰৰ বাবে তেওঁ সাজি উলেয়ালে এই বেগ।

কঙৰ পিতৃৰ দ্বাৰা হাতে সজা এই বেগটো কিছুমান বিদেশী পৰ্যটকৰ ইমানেই পছন্দ হ’ল যে তেওঁলোকে ইয়াৰ অধিক মাত্ৰাত অৰ্ডাৰ দি দিলে। কঙৰ পিতৃৰ বাবে জীৱিকা অৰ্জনৰ ই হৈ পৰিল আন এক বিকল্প।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ফটো কেইখনত যুক্ত কৰা কেইটামান মন্তব্য : 

 

 

Recent News

টিপং কলিয়ৰীত ৩ চোৰক গ্ৰেপ্তাৰ, লো-পিতলৰ সামগ্ৰী উদ্ধাৰ; কোটি টকাৰ লোহা চোৰৰ বিৰুদ্ধে তীব্ৰ অভিযানৰ দাবী

টিপং কলিয়ৰীত ৩ চোৰক গ্ৰেপ্তাৰ, লো-পিতলৰ সামগ্ৰী উদ্ধাৰ; কোটি টকাৰ লোহা চোৰৰ বিৰুদ্ধে তীব্ৰ অভিযানৰ দাবী

বিদ্যুৎ আইনৰ প্ৰস্তাৱিত সংশোধনীৰ বিৰুদ্ধে বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তা সম্বন্বয়ৰক্ষী সমিতিৰ ৰাজ্যজুৰি কৰ্মবিৰতি পালন

বিদ্যুৎ আইনৰ প্ৰস্তাৱিত সংশোধনীৰ বিৰুদ্ধে বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তা সম্বন্বয়ৰক্ষী সমিতিৰ ৰাজ্যজুৰি কৰ্মবিৰতি পালন

Sanjay Raut

সঞ্জয় ৰাউটক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ: ঘৰুৱা খাদ্য গ্ৰহণৰ অনুমতি

Wild Elephant

কলিয়াবৰত শোকাকুল পৰিবেশ: দুদিন ধৰি বোকাত পৰি থকা বনৰীয়া হাতীৰ কৰুণ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd