• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ ভুমি বিবাদৰ গোচৰ : কি ৰায় দিলে উচ্চ ন্যায়ালয়ে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 25, 2019 9:33 pm
15-05-19-Guwahati-Siddhartha-Bhattacharya-press-conference-4

ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ১৪ জুনৰ পৰা শিক্ষা ও গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই তেওঁৰ উলুবাৰীৰ বৰা চাৰ্ভিছস্থিত বাসগৃহৰ চৌহদৰ প্ৰৱেশ দ্বাৰত তলা ওলোমাই দিছিল। যাৰ ফলত উক্ত চৌহদৰ ভিতৰতে থকা সাগৰ ব্ৰীজ কমপ্লেক্সৰ কৰ্মচাৰী বা অন্যান্য লোকসকল সেই পথেদি অহা-যোৱা কৰিব পৰা নাছিল আৰু পানী যোগানৰ সুবিধা লাভ কৰিব পৰা নাছিল উক্ত কমপ্লেক্সত থকা আৱাসীসকলে।

ইয়াৰ পাছতে কমপ্লেক্সৰ স্বত্ত্বাধিকাৰীয়ে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে পল্টনবজাৰ থানাত গোচৰ ৰজু কৰাৰ উপৰিও উচ্চ ন্যায়ালয়ত এক আবদেন জনাইছিল।

Apply Now

মঙ্গলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে মন্ত্ৰীগৰাকীক দিলে এক অন্তৱৰ্তীকালীন নিৰ্দেশ। নিৰ্দেশ অনুসৰি অট্টালিকাটোলৈ প্ৰৱেশত কোনোপ্ৰকাৰে বাধা আৰোপ কৰিব নোৱাৰিব মন্ত্ৰীগৰাকীয়ে। লগতে পানী যোগান বন্ধ কৰিব নোৱাৰিব বুলিও উচ্চ ন্যায়ালয়ে নিৰ্দেশ জাৰি কৰিছে।

তদুপৰি, পল্টনবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক গুৱাহাটী উচ্চ ন্যায়ালয়ে তদাৰকৰ নিৰ্দেশ দিছে যাতে, আবেদনকাৰীৰ লগতে কমপ্লেক্সটোৰ কৰ্মৰত সকলো কৰ্মচাৰী পথটোৱেদি অহা-যোৱাৰ সময়ত কোনোধৰণৰ বাধাৰ সন্মুখীন নহয়। এতিয়াৰে পৰা পল্টনবজাৰ আৰক্ষীৰ দল এটা ভট্টাচাৰ্য্যই বন্ধ কৰি দিয়া গেটৰ সন্মুখত অহৰ্নিশে থাকিব।

ইপিনে, উক্ত কমপ্লেক্সত কৰ্মৰত সকলো কৰ্মচাৰী অথবা নিৰাপত্তাৰক্ষীক নিজৰ পৰিচয় পত্ৰ প্ৰদান কৰিবলৈ সাগৰ ব্ৰীজ কমপ্লেক্সৰ মালিকক নিৰ্দেশনা দিয়ে আদালতে। সেই পৰিচয় পত্ৰ আৰক্ষীক দেখুৱাই প্ৰবেশ কৰিব পাৰিব কমপ্লেক্সৰ ভিতৰত থকা কাৰ্য্যালয়ত।

আনহাতে, গোচৰীয়া পক্ষৰ গোচৰ সম্পৰ্কত অধিবক্তা আনন্দ ভুঞাই কয়, ‘’মুঠ চাৰিজন আবেদনকাৰীয়ে উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল। ম্যাদী পট্টাৰ ভুমিতে অট্টালিকাটো নিৰ্মাণ কৰা হৈছে। ম্যাপখন জিএমডিএই অনুমোদন জনালে, তাতো ২৯ ফুট উপ-পথ দেখুওৱা হৈছিল। সেই অট্টালিকাতে সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই নিজৰ পত্নী আৰু জিয়ৰীৰ নামত বাণিজ্যিক ঠাই ক্ৰয় কৰিছে।

অট্টালিকা নিৰ্মাণকাৰীৰ সৈতে সিদ্ধাৰ্থ ভট্টাচাৰ্য্য চুক্তিবদ্ধ হৈছিল। চুক্তি অনুসৰি অহা-যোৱা কৰিবৰ বাবে পথ এটা থাকিব, কিন্তু সেই ৰাস্তাটো মন্ত্ৰীগৰাকীয়ে নিজৰ বুলি চুক্তিপত্ৰত কোৱা নাই। দুয়ো পক্ষই এই পথটো ব্যৱহাৰ কৰিব বুলি উল্লেখ আছিল চুক্তিপত্ৰত।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, মন্ত্ৰীগৰাকীৰ এই ভুমি বিবাদৰ পাছতেই সৰব হৈ পৰিছিল বিৰোধী দলসমূহ। সকলোৱে ইয়াৰ এক উচিত তদন্ত দাবী কৰিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

June 17, 2026 8:50 am
দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am
ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

June 17, 2026 8:50 am
দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd