• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অবৈধ লটাৰী ব্যৱসায়ীৰ পৰা ধনদাবী কৰি নিলম্বিত বিজেপি নেতা

অনুপ শৰ্মা by অনুপ শৰ্মা
June 25, 2019 10:32 pm
Barpeta-Lottery
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি নেতৃত্বাধীন চৰকাৰখনে যি সময়ত দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ ঢোল বজাই আছে সেই সময়তেই বিজেপিৰ বৰপেটা জিলা সমিতিয়ে বৰপেটা নগৰ মণ্ডল সমিতিৰ সভাপতিক লটাৰীৰ অবৈধ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত পদচ্যুত কৰাৰ লগতে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।

বৰপেটা নগৰ মণ্ডল সমিতিৰ সভাপতি মুকুট ৰঞ্জন দাস আৰু লটাৰী চক্ৰৰ মধু দাস নামৰ এজন সদস্যৰ মাজত হোৱা কথোপকথনৰ অডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পাছত এই কথা প্ৰকাশ পাইছে।

Apply Now

অডিঅ’ ৰেকৰ্ডিংটোত মুকুট ৰঞ্জন দাসে বৰপেটা জিলাত লটাৰী অনুষ্ঠিত কৰাৰ অনুমতি দিয়াৰ বাবে  লটাৰী ব্যৱসায়ীৰ হৈ মধু দাসৰ পৰা পাঁচ লাখ টকা বিচাৰি দৰ দাম কৰি থকা কথা উন্মোচিত হৈছিল। অন্যহাতে মধুৱে অবৈধ লটাৰী অনুষ্ঠিত কৰাৰ নামত দুই লাখ টকা দিবলৈ ৰাজি হৈছিল।

এই ভাইৰেল অডিঅ’টোৱে ২০১৬ চনত পৰিবৰ্তনৰ শ্লগান দি ক্ষমতালৈ অহা বিজেপি চৰকাৰখনৰ ‘শূন্য সহনশীলতা’ক লৈ ৰাইজৰ মনত প্ৰশ্নৰ উদ্ৰেক ঘটাইছে।

এই ঘটনা পোহৰলৈ অহাৰ পাছত বিজেপিৰ বৰপেটা জিলা সমিতিয়ে মুকুট ৰঞ্জন দাসলৈ পত্ৰ প্ৰেৰণ কৰি তেওঁক দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ লগতে সাত দিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী দিছে।

WhatsApp-Image-2019-06-25-at-7.14.10-PM

‘’অতি সম্প্ৰতি বিভিন্ন ব্যক্তিৰ মোবাইলত সিঁচৰতি হৈ পৰা এটি অডিঅ’ বাৰ্তালাপৰ ৰেকৰ্ডিংত আপুনি লটাৰী ব্যৱসায়ীৰ পৰা ৫ লাখ টকা দাবী কৰা প্ৰমাণিত হৈছে। সম্পূৰ্ণ অসাধু উপায় অৱলম্বন কৰি গোপনে অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অৰ্থে ভাৰতীয় জনতা পাৰ্টিৰ বৰপেটা নগৰ মণ্ডল সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্বত থাকি আপুনি কৰা উক্ত বাৰ্তালাপে জনমানসত দলৰ ভাৱমূৰ্তিত যথেষ্ট আঘাত সানিছে,’’- বিজেপিৰ বৰপেটা জিলা সমিতিৰ সভাপতি শংকৰ চন্দ্ৰ দাসে প্ৰেৰণ কৰা পত্ৰখনত এইদৰে উল্লেখ কৰিছে।

সেয়েহে তৎকালীনভাৱে বলৱৎ হোৱাকৈ আপোনাক বৰপেটা নগৰ মণ্ডল সমিতিৰ সভাপতিৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হ’ল।

WhatsApp-Image-2019-06-25-at-7.32.25-PM-300x298
মধু দাস

বিজেপি নেতৃত্বাধীন চৰকাৰখনে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি লোৱাৰ সময়ত এজন বিজেপি নেতাৰ বিৰুদ্ধে এনে অভিযোগ স্বাভাৱিকতে তাৎপৰ্য্যপূৰ্ণ বিবেচিত হৈছে।

শেহতীয়াভাৱে নগাঁৱৰ সাংসদ তথা ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈয়ে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মাৰ্ঘেৰিটা সমষ্টিত চলি থকা কয়লা চিণ্ডিকেটৰ লগত জড়িত থকা বুলি অভিযোগ আনিছে।

কংগ্ৰেছ নেতাজনে এই চিণ্ডিকেটত প্ৰশাসন, বন বিভাগ, অসম চৰকাৰৰ বিষয়া আৰু সাংবাদিকো জড়িত থকাৰ অভিযোগ আনিছে।

অনুপ শৰ্মা

অনুপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd