• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অটো

বজাৰত মুকলি হ’ল MG Hector, দাম শুনি আপুনিও হ’ব আচৰিত!

এন ই নাও নিউজ by এন ই নাও নিউজ
June 27, 2019 9:08 pm
mg-hector-front-details-cover-1561552254

এম জি হেক্টৰ। উৎস-ইণ্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এম জি (মোৰিছ গেৰেজ) ম’টৰছ ইণ্ডিয়াই মাত্ৰ ১২.১৮ লাখ টকাতে ভাৰতীয় গাড়ী বজাৰত ‘এম জি হেক্টৰ’ বাহনখন মুকলি কৰি সকলোকে আচৰিত কৰি তুলিবলৈ সক্ষম হৈছে। মুকলি হোৱাৰ পূৰ্বে ‘এম জি হেক্টৰ’ৰ দামকলৈ বহু চৰ্চিত কথাটো হ’ল চাৰিচকীয়া বাহনখনৰ দাম প্ৰায় ১৫ লাখৰ পৰা ২০ লাখৰ ভিতৰত হ’ব কিন্তু এম জি ম’টৰছে নিৰ্ধাৰণ কৰা গাড়ীখনৰ মূল্যৰ পাছত এতিয়া সকলোৰে চকু কপালত উঠিছে।

‘এম জি হেক্টৰ’ৰ নিৰ্ধাৰণ কৰা ১২.১৮ লাখ (এক্স শ্বোৰুম) মূল্যই এম জি হেক্টৰক অন্য প্ৰতিদ্বন্দ্বী গাড়ী নিৰ্মাতা গোষ্ঠীৰ পৰা বহু দূৰলৈ লৈ যাব। দিল্লীত মহিন্দ্ৰা এক্স য়ু ভি ৫০০ ৰ এক্স শ্বোৰুম মূল্য হ’ল ১২.৩১ লাখ. টাটা হেৰিয়াৰৰ ১৩ লাখ আৰু জীপৰ প্ৰাৰম্ভিক মূল্য আৰম্ভ হয় ১৫.৬০ লাখৰ পৰা।

তলত এম জি হেক্টৰ আৰু ইয়াৰ বিভিন্ন প্ৰতিদ্বন্দ্বী বাহনৰ শ্বোৰুম মূল্য উল্লেখ কৰা হ’ল-

এম জি হেক্টৰ- ১২.১৮ লাখৰ পৰা ১৬.৮৮ লাখ

মহিন্দ্ৰা এক্স য়ু ভি ৫০০-১২.৩১ লাখৰ পৰা ১৮.৬১ লাখ

টাটা হেৰিয়াৰ-১৩ লাখৰ পৰা ১৬.৫৬ লাখ

জীপ কোম্পাছ-১৫.৬০ লাখৰ পৰা ২৩.১১ লাখ

হুণ্ডাই ক্ৰেতা-১০ লাখৰ পৰা ১৫.৬৫ লাখ

অতি শক্তিশালী ক্ষমতাৰ ইঞ্জিনৰ সৈতে এম জি হেক্টৰ অতি সুন্দৰ ষ্টাইলেৰে সৈতে বজাৰলৈ আহিবলৈ সাজু হৈছে। নতুন চাৰিচকীয়া বাহনখনৰ কানেকটিভিটি হ’ল বজাৰত গ্ৰাহকৰ মাজত জনপ্ৰিয়তা লাভ কৰাৰ অন্যতম আকৰ্ষণ। অতি শক্তিশালী ইঞ্জিনৰ বাহনখনৰ মূল্যই ভাৰতীয় গাড়ীৰ বজাৰত এখন যুদ্ধৰ সৃষ্টি কৰিব বুলি আৰু এই যুদ্ধত এম জি হেক্টৰে গ্ৰাহকৰ মনোযোগ দখল কৰিবলৈ সক্ষম হ’ব বুলি অট’ টুডেৰ সহকাৰী সম্পাদক ৰাহুল ঘোষে উল্লেখ কৰে।

এম জি হেক্টৰত থকা আটাইতকৈ উল্লেখযোগ্য বৈশিষ্ট হ’ল ইয়াৰ ইঞ্জিনৰ বিভিন্নতা। বাহনখন ১.৫ লিটাৰ টাৰ্বোচাৰ্জ পেট্ৰ’ল ইঞ্জিন আৰু ২.০ লিটাৰ টাৰ্বোচাৰ্জ ডিজেল ইঞ্জিনতো উপলব্ধ হ’ব। পেট্ৰ’ল ইঞ্জিনৰ বাহনখন ১৪৩ পি এচ আৰু ২৫০ নিউটন মিটাৰ টৰ্কৰ হোৱাৰ বিপৰীতে ডিজেল চালিত বাহনখন ১৭০ পি এচ আৰু ৩৫০ নিউটন মিটাৰ টৰ্কৰ।

আনহাতে, পেট্ৰ’ল ইঞ্জিনখনত ৪৮ ভি হাইব্ৰিড অপশ্যনো উপলব্ধ হ’ব। গাড়ীখনত ৬ স্পীড মেনুৱেল গিয়াৰ বক্সো থাকিব।

এম জি হেক্টৰ গাড়ীখন মুঠ ১১ টা বিভিন্ন সংযোজনত উপলব্ধ হোৱাৰ উপৰিও পাঁচটা বিভিন্ন ৰঙত গ্ৰাহকৰ ওচৰলৈ আহিব। গাড়ীখনে ডিজেলত ১৭.৪১ কিলোমিটাৰ আৰ পেট্ৰ’লত ১৫.৮১ কিলোমিটাৰ মাইলেজ দিব বুলি আশা কৰা হৈছে।

এম জি হেক্টৰত থকা মূল সুবিধা সমূহ হ’ল-এন্ড্ৰ’ইড আৰু এপ’ল কাৰ প্লে সংযোজনত ১০.৪ ইঞ্চি এইচ ডি টাচ্ছ স্ক্ৰীণ এ ভি এন চিষ্টেম, আই স্মাৰ্ট কানেক্টিভিটি টেকন’লোজি। ইয়াত এল ই ডি হেদ লাম্পছ, ডি আৰ এল ফ’গ লেম্পছ, আৰু অন্য সুবিধা সমূহ হ’ল-পেনাৰোমিক চানৰুফ, ৩৬০ ডিগ্ৰী কেমেৰা, ক্ৰুইজ কন্ট্ৰোল, ইলেক্ট্ৰিকেলি এডজাচেব’ল আগৰ চিট ইত্যাদি।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

September 18, 2025 9:03 am
ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

September 18, 2025 8:31 am
সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

September 18, 2025 7:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

September 18, 2025 9:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd