• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিৰ তালিকাৰ পৰা বাহিৰ হোৱা ১ লাখ লোকে নাগৰিকত্ব প্ৰমানৰ বাবে পাব ১৫ দিনৰ সময়

এন ই নাও নিউজ by এন ই নাও নিউজ
June 28, 2019 4:31 pm
NRC-in-Assam

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ (এন আৰ চি) তালিকাৰ পৰা ১ লাখ লোক বাদ পৰা অতিৰিক্ত তালিকা প্ৰকাশ পাছতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জানিব দিয়ে যে যিসকলৰ নাম বাদ পৰিছে তেওঁলোকে অহা ৩১ জুলাইত প্ৰকাশ পাবলগীয়া চূড়ান্ত তালিকাৰ পূৰ্বে অহা ১৫ দিনৰ ভিতৰত নাগৰিকত্ব প্ৰমানৰ বাবে অন্তিম সুযোগ লাভ কৰিব।

উল্লেখযোগ্য যে ২০১৮ৰ জুলাইত প্ৰকাশিত এন আৰ চিৰ খচৰাত প্ৰায় ৪০ লাখ লোকৰ নাম বাদ পৰিছিল। যোৱা ২৬ জুনত এন আৰ চিৰ ৰাজ্যিক সমন্বয়কে আৰু ১,০২,৪৬২ জন লোকৰ নাম কৰ্তন হোৱা এখন অতিৰিক্ত তালিকা প্ৰকাশ কৰিছে।

Apply Now

চৰকাৰী বিষয়াৰ সূত্ৰই জানিব দিয়া মতে ৰাজ্যখনৰ ৩১খন জিলাত সিচৰিত হৈ থকা এন আৰ চিৰ পৰা শেহতীয়াভাৱে বাদ পৰা এই ১ লাখৰো অধিক লোকে পুনৰ নাগৰিকত্ব দাবী কৰিব পাৰিব আৰু অহা ৫ জুলাইৰ পৰা ইয়াৰ শুনানি আৰম্ভ হ’ব।

অসমত থকা অবৈধ বিদেশী অনুপ্ৰবেশকাৰীসকলক চিনাক্তকৰণৰ বাবে প্ৰথমবাৰৰ বাবে ১৯৫১ চনৰ পাছত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম কৰি থকা হৈছে। উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত থকা সম্পূৰ্ণ নাগৰিকপঞ্জীখন অহা মাহত প্ৰকাশ পাব। বৰ্তমানলৈ প্ৰায় ৩.২৯ কোটি লোকে নিজৰ নাম এন আৰ চিত অন্তৰ্ভূক্ত কৰাৰ বাবে আবেদন কৰিছে আৰু ইয়াৰ ভিতৰত ২.৯ কোটি লোকৰ নাম যোগ্য হিচাপে বিবেচিত হৈছে।

বিদেশী হিচাপে ঘোষিত, সন্দেহযুক্ত ভোটাৰ আৰু বিদেশী ন্যায়াধীশত গোচৰ চলি থকা লোকৰ অতিৰিক্ত ১১ লাখ লোকৰ নাম ড্ৰাফ্ট এন আৰ চিৰ পৰা বাদ দিয়া হৈছে বুলি বিভাগৰ পৰা প্ৰকাশ কৰা হৈছে। দাবী আৰু আপত্তি প্ৰক্ৰিয়াৰ শুনানিত যিসকল লোক অযোগ্য হিচাপে বিবেচিত হৈছে তেওঁলোকৰ নামো এন আৰ চি তালিকাৰ পৰা শেহতীয়াভাবে বাদ দিয়া হৈছে।

আনহাতে, বিগত দুই আঢ়ৈ মাহৰ ভিতৰত এন আৰ চি সেৱা কেন্দ্ৰ, উপায়ুক্তৰ কাৰ্য্যালয়, এচ ডি অ’ কাৰ্য্যালয় আদিত ড্ৰাফ্ট এন আৰ চিৰ পৰা নাম বাদ পৰা প্ৰায় ৪০ লাখ লোকৰ শুনানি গ্ৰহণ কৰা হয় বুলি বিভাগীয় কৰ্তৃপক্ষৰ পৰা প্ৰকাশ কৰা হয়।

৩১ জুলাইৰ পূৰ্বে বিদেশী ন্যায়াধীকৰণত চলি থকা গোচৰসমূহ নিষ্পত্তি কৰাৰ বাবে ইতিমধ্যে গৃহ মন্ত্ৰালয়ে মানৱসম্পদ নিয়োগ কৰাৰ বাবে কাৰ্য্যব্যৱস্থা হাতত লৈছে আৰু ইয়াৰ বাবে সমগ্ৰ ৰাজ্যত নতুনকৈ ১০০০ বিদেশী ন্যায়াধীকৰণ খোলা হ’ব বুলি ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd