• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, November 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিহালীৰ গাংমৌথান উন্নয়ণ সাধনৰ প্ৰতিশ্ৰুতি হিমন্ত বিশ্ব শৰ্মাৰ

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
June 29, 2019 4:11 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাপুৰুষ শংকৰদেৱে প্ৰতিষ্ঠা কৰা অসমৰ এখন ঐতিহাসিক থান হৈছে গাংমৌথান। বিশ্বনাথ জিলাৰ বিহালীৰ বৰগাং আৰু ব্ৰহ্মপুত্ৰ নদীৰ সংগমস্থলীত অৱস্থিত এই গাংমৌথানত আজি পুৱা প্ৰায় ১০ বজাত  মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয়।

গুৰু জনাই ৭ বছৰ ৬ মাহ কাল অতিবাহিত কৰা ঐতিহাসিক থানখনত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে সেৱা আগবঢ়োৱাৰ লগতে থানখনৰ উন্নয়ণ সাধনৰ কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰে।

Apply Now

সেই অনুসৰি এই বছৰৰ ভিতৰতে বৰগাঙৰ পৰা গাংমৌথানলৈ অহা পথটো ২ লেনযুক্ত পথলৈ উন্নীত কৰা আৰ গুৰুজনাৰ সৃষ্টি পদুম পুখুৰী সংৰক্ষণৰ ব্যৱস্থা কৰা ইত্যাদি অন্যতম।

ইয়াৰ উপৰি গাংমৌথানত দূৰণিবতীয়া অতিথিৰ বাবে অতিথিশালা নিৰ্মাণ, পদুম পুখুৰীৰ চাৰিওফালে বহাৰ ব্যৱস্থা কৰাৰ লগতে স্বচ্ছ ভাৰতৰ অধীনত শৌচাগাৰ নিৰ্মাণৰ ব্যৱস্থা কৰা হ’ব বুলিও তেওঁ কয়।  আনহাতে মহাপুৰুষজনাৰ পদধূলি থকা ধাপটো  সংৰক্ষণ, থানখনৰ খহনীয়া ৰোধ কৰিবৰ বাবে জিঅ’ বেগৰ কামৰ সম্প্ৰসাৰণ কৰাৰো প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী গৰাকীয়ে।

পিছত তেওঁ বিহালী স্নাতক মহাবিদ্যালয়ত গৈ প্ৰৱক্তা আৰু অধ্যক্ষৰ সৈতে মহাবিদ্যালয়খনৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত আলোচনা কৰে।

আজি মন্ত্ৰী শৰ্মাৰ সৈতে তেজপুৰ সমষ্টিৰ সাংসদ পল্লৱলোচন দাস, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিহালীৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিৎ দত্ত, পৰিবহন নিগমৰ অধ্যক্ষ অশোক ভট্ৰৰায় আদি উপস্থিত থাকে।

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীত ড০ অপূৰ্ব কুমাৰ দাস স্মাৰক বক্তৃতা সম্পন্ন: শিক্ষাৰ বাণিজ্যিকীকৰণৰ বিৰুদ্ধে ছাত্ৰ সমাজক একত্ৰিত হোৱাৰ আহ্বান

গুৱাহাটীত ড০ অপূৰ্ব কুমাৰ দাস স্মাৰক বক্তৃতা সম্পন্ন: শিক্ষাৰ বাণিজ্যিকীকৰণৰ বিৰুদ্ধে ছাত্ৰ সমাজক একত্ৰিত হোৱাৰ আহ্বান

November 2, 2026 9:00 pm
ইউ জি চিৰ নিয়মক লৈ অসন্তুষ্ট আৰ এছ এছ! কেন্দ্ৰক কিয় দিলে ‘ভাৰসাম্যপূৰ্ণ’ সিদ্ধান্তৰ পৰামৰ্শ?

ইউ জি চিৰ নিয়মক লৈ অসন্তুষ্ট আৰ এছ এছ! কেন্দ্ৰক কিয় দিলে ‘ভাৰসাম্যপূৰ্ণ’ সিদ্ধান্তৰ পৰামৰ্শ?

November 2, 2026 8:25 pm
দুটোপাল পোলিঅ’ খুৱাবলৈ যুদ্ধসদৃশ প্ৰস্তুতি পাকিস্তানত! টিকাকৰণ কৰ্মীৰ নিৰাপত্তাৰ বাবে ৰাজপথত নামিল ৮ হাজাৰ আৰক্ষী

দুটোপাল পোলিঅ’ খুৱাবলৈ যুদ্ধসদৃশ প্ৰস্তুতি পাকিস্তানত! টিকাকৰণ কৰ্মীৰ নিৰাপত্তাৰ বাবে ৰাজপথত নামিল ৮ হাজাৰ আৰক্ষী

November 2, 2026 7:10 pm
বুকৰ বিষত অসুস্থ শাৰদ পাৱাৰ, পুনেৰ ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি ৮৫ বছৰীয়া নেতাজন

বুকৰ বিষত অসুস্থ শাৰদ পাৱাৰ, পুনেৰ ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি ৮৫ বছৰীয়া নেতাজন

November 2, 2026 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীত ড০ অপূৰ্ব কুমাৰ দাস স্মাৰক বক্তৃতা সম্পন্ন: শিক্ষাৰ বাণিজ্যিকীকৰণৰ বিৰুদ্ধে ছাত্ৰ সমাজক একত্ৰিত হোৱাৰ আহ্বান

গুৱাহাটীত ড০ অপূৰ্ব কুমাৰ দাস স্মাৰক বক্তৃতা সম্পন্ন: শিক্ষাৰ বাণিজ্যিকীকৰণৰ বিৰুদ্ধে ছাত্ৰ সমাজক একত্ৰিত হোৱাৰ আহ্বান

November 2, 2026 9:00 pm
ইউ জি চিৰ নিয়মক লৈ অসন্তুষ্ট আৰ এছ এছ! কেন্দ্ৰক কিয় দিলে ‘ভাৰসাম্যপূৰ্ণ’ সিদ্ধান্তৰ পৰামৰ্শ?

ইউ জি চিৰ নিয়মক লৈ অসন্তুষ্ট আৰ এছ এছ! কেন্দ্ৰক কিয় দিলে ‘ভাৰসাম্যপূৰ্ণ’ সিদ্ধান্তৰ পৰামৰ্শ?

November 2, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd