• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাংগালুৰু এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব আত্নবিশ্বাসেৰে ভৰপূৰ নৰ্থ-ইষ্ট ইউনাইটেড

এন ই নাও নিউজ by এন ই নাও নিউজ
January 26, 2018 8:59 am
reprentative picture
81
VIEWS
Share on FacebookShare on Twitter

চলিত চতুৰ্থ হিৰো ইণ্ডিয়ান ছুপাৰ লীগ(আই এছ এল) ফুটবল প্ৰতিযোগিতাৰ আজি বাংগালুৰুৰ শ্ৰী কান্তীৰাভা ষ্টেডিয়ামত দ্বিতীয় লেগৰ খেলত অৱতীৰ্ণ হ’ব ঘৰুৱা দল বাংগালুৰু এফ চি আৰু নৰ্থ-ইষ্ট ইউনাইটেড।

উল্লেখযোগ্য যে প্ৰথম লেগত হতাশাজনক প্ৰদৰ্শন আগবঢ়োৱা নৰ্থ-ইষ্ট ইউনাইটেডে দ্বিতীয় লেগৰ সুন্দৰ আৰম্ভণি কৰিছে। আজি নৰ্থ-ইষ্ট ইউনাইটেডে প্ৰতিশোধ লোৱাৰ উদ্দেশ্যৰে বাংগালুৰুৰ খেল পথাৰত নামিব।

স্মৰ্তব্য যে ইয়াৰ পূৰ্বে গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰথম লেগৰ খেলত বাংগালুৰু এফ চিয়ে নৰ্থ-ইষ্টক পৰাজিত কৰিছিল।

আনহাতে আজিৰ খেলত জয়লাভ কৰি শীৰ্ষস্থান দখল কৰাই হ’ল ঘৰুৱা দলৰ প্ৰধান লক্ষ্য। ইফালে ক্ৰমাগত তিনিখন মেচ ঘৰুৱা মাটিত খেলি যথেষ্ট আত্মবিশ্বাসেৰে নৰ্থ-ইষ্ট দল উপস্থিত হৈছে বাংগালুৰুত।

লক্ষ্যণীয় যে অভৰাম গ্ৰাণ্টৰ দল নৰ্থ-ইষ্টৰ আত্মবিশ্বাসৰ কাৰণ হ’ল অন্তিম তিনিখন খেলৰ দুখনতে শক্তিশালী এফ চি গোৱা আৰু ছেন্নায়িন এফ চিক পৰাস্ত কৰিছে।

ইফালে আজিৰ খেল সন্দৰ্ভত নৰ্থ-ইষ্টৰ প্ৰশিক্ষক অভৰাম গ্ৰাণ্টে সংবাদ মাধ্যমৰ আগত কয় যে ‘ মই বাংগালুৰু দলৰ খেল টেলিভিছনত চাইছো, যথেষ্ট ভাৰসাম্য থকা দল। এই লৈ আমাৰ কোনো চিন্তাৰ কথা নাই কিয়নো যোৱা মেচৰ খেলে আমাক যথেষ্ট আত্মবিশ্বাসী কৰি তুলিছে। আমি এতিয়া যিকোনো দলকে পৰাভূত কৰিবলৈ সক্ষম হ’ম’।

উল্লেখযোগ্য যে নৰ্থ-ইষ্টে প্লে অফত স্থান নিশ্চিত কৰিবলৈ হ’লে দ্বিতীয় লেগৰ আটাইকেইখন খেলৰ পৰাই পইণ্ট সংগ্ৰহ কৰিব লাগিব।

Recent News

অপৰিৱৰ্তিত অসমৰ বান পৰিস্থিতি! ৫.৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

অপৰিৱৰ্তিত অসমৰ বান পৰিস্থিতি! ৫.৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

ৰেপো ৰেট ৫০ বেছিছ পইণ্ট হ্ৰাস কৰাৰ কথা ঘোষণা ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ  

ৰেপো ৰেট ৫০ বেছিছ পইণ্ট হ্ৰাস কৰাৰ কথা ঘোষণা ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ  

সৰিয়হৰ ডুলিতে ভূত! গ্ৰাহকৰ একাউণ্ট প্ৰতাৰণা মহিলা বেংক বিষয়াৰ; লুটিলে ৪ কোটিৰো অধিক

সৰিয়হৰ ডুলিতে ভূত! গ্ৰাহকৰ একাউণ্ট প্ৰতাৰণা মহিলা বেংক বিষয়াৰ; লুটিলে ৪ কোটিৰো অধিক

পদপিষ্ট হোৱাৰ ঘটনা: ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ শীৰ্ষ বিষয়া আৰু ইভেণ্ট মেনেজমেণ্ট কোম্পানী ৩ জনক গ্ৰেপ্তাৰ

পদপিষ্ট হোৱাৰ ঘটনা: ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ শীৰ্ষ বিষয়া আৰু ইভেণ্ট মেনেজমেণ্ট কোম্পানী ৩ জনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd