• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মেঘালয় আৰক্ষীৰ বাধাৰ বাবে কৃষ্ণাইত শতাধিক ডাম্পাৰ চালকৰ হাহাকাৰ

নীলমণি শৰ্মা by নীলমণি শৰ্মা
July 4, 2019 8:59 pm
WhatsApp Image 2019-07-04 at 7.45.56 PM

কৃষ্ণাইত আবদ্ধ হৈ থকা ডাম্পাৰসমূহ

1.7k
VIEWS
Share on FacebookShare on Twitter

ভূটানৰ পৰা বাংলাদেশলৈ শিল কঢ়িয়াই থকা ডাম্পাৰ সমূহক মেঘালয় আৰক্ষীয়ে হঠাৎ ৰাজ্যখনৰ মাজেৰে যাতায়ত বন্ধ কৰি দিয়াৰ ফলত ডাম্পাৰ চালক আৰু হেণ্ডিমেনসকলৰ মাজত হাহাকাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়।

সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি ভূটানৰ পৰা শিল কঢ়িয়াই অনা ডাম্পাৰসমূহে অসমৰ মাজেৰে মেঘালয়ৰ বাঘমাৰা হৈ বাংলাদেশলৈ দীৰ্ঘদিন ধৰি ভূটানৰ শিল যোগান ধৰি আহিছে কিন্তু মেঘালয় আৰক্ষীয়ে আকস্মিকভাৱে ডাম্পাৰ সমূহক মেঘালয়ত প্ৰৱেশৰ অনুমতি বন্ধ কৰি দিয়াৰ ফলত সম্প্ৰতি প্ৰায় শতাধিক ডাম্পাৰেৰে ভৰি পৰিছে কৃষ্ণাই-পাইকান অঞ্চল।

মেঘালয় আৰক্ষীয়ে চালক সকলক ডাম্পাৰ সমূহ মেঘালয়ৰ পৰা ওভতাই পঠোৱাৰ লগতে চালক সকলক মাৰ-ধৰ তথা অকথ্য নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ডাম্পাৰ চালকসকলে ৷

আনহাতে, চালক সকলে জানিবলৈ দিয়ামতে তেওঁলোকৰ ওচৰত যাবতীয় নথি-পত্ৰ আৰু প্ৰয়োজনীয় অনুমতিৰ কাগজ-পত্ৰ থকাৰ পাছতো মেঘালয় আৰক্ষীয়ে কি কৰণে তেওঁলোকক বাধা প্ৰদান কৰিলে সেই কথা তেওঁলোকৰ বোধগম্য নহ’ল বুলি উল্লেখ কৰে।

মেঘালয় আৰক্ষীৰ ভূমিকাত নিৰুপায় হৈ চালক সকলে অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলত ডাম্পাৰ সমূহ ৰাখিছিল যদিও আৰক্ষীয়ে তাৰ পৰাও নিষ্ঠুৰভাৱে তেওঁলোকক খেদি পঠিয়াই৷

বৰ্তমান গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পাইকানত শতাধিক ডাম্পাৰ সহ চালকসকল বিগত চাৰি-পাঁচ দিন ধৰি আৱদ্ধ হৈ থাকিব লগা হৈছে।

বহুসংখ্যক ডাম্পাৰৰ চালক-কৰ্মচাৰীয়ে টকাৰ অভাৱৰ বাবে অনাহাৰে কৃষ্ণাই-পাইকানত থাকিবলগীয়া পৰিস্থিতিৰ উৎভৱ হৈছে। চালকসকলৰ বাবে এতিয়া মেঘালয় হৈ বাংলাদেশ লৈ যোৱা দূৰৰ কথা আনকি ভূটানলৈ উভতি যাবৰ বাবেও গাড়ীত প্ৰযোজনীয় ইন্ধনৰ অভাৱ ঘটিছে ৷

Recent News

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd