• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমৰ সাংসদ আৰু কেডাৰ বিষয়াৰ সৈতে মুখ্য মন্ত্ৰীৰ সভা আৰু নৈশ ভোজ : বিৰোধী দলৰ সাংসদক নিমন্ত্ৰণ নজনোৱাত ক্ষোভ প্ৰকাশ দেবব্ৰত শইকীয়াৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 5, 2019 10:47 pm
66027103_2410274872540816_6193129389547323392_o

মুখ্য মন্ত্ৰীৰ নৈশ ভোজৰ আলোকচিত্ৰ।

1.9k
VIEWS
Share on FacebookShare on Twitter

৩ জুলাইৰ নিশা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ পৰা নৱ নিৰ্বাচিত বিজেপি আৰু মিত্ৰজোঁটৰ সাংসদ তথা কেডাৰ বিষয়াসকলৰ সৈতে মুখ্য মন্ত্ৰীয়ে এক সভা অনুষ্ঠিত কৰাৰ লগতে নৈশ ভোজ অনুষ্ঠিত কৰিছিল। মুখ্য মন্ত্ৰীৰ এই কাৰ্য্যক পক্ষপাতিত্বমূলক আৰু বৈষম্যমূলক আচৰণ আখ্যা দিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই।

কিয়নো উক্ত সভা অসমৰ পৰা নৱ নিৰ্বাচিত ৰাজ্যসভা আৰু লোকসভাৰ সাংসদসকলক উদ্দেশ্যি অনুষ্ঠিত কৰা হৈছিল যদিও উক্ত সভালৈ নিমন্ত্ৰণ জনোৱা হোৱা নাছিল বিৰোধী সাংসদসকলক।

ইয়াকে কেন্দ্ৰ কৰি নৰ্থ ইষ্ট নাওৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিৰোধী দলপতি দেবব্ৰত শইকীয়াই কয় ‘মুখ্য মন্ত্ৰীৰ ফেইচবুক পেইজৰ জৰিয়তেই আমি দেখিবলৈ পাইছো যে তেওঁ অসমৰ নৱ নিৰ্বাচিত সাংসদ আৰু দিল্লীত কৰ্মৰত কেডাৰ বিষয়াসকলৰ সৈতে মত বিনিময়ৰ এখন সভা আৰু নৈশ ভোজনৰ আয়োজন কৰিছিল। য’ত কেৱল শাসকীয় মিত্ৰজোঁট পক্ষৰ সাংসদসকলক নিমন্ত্ৰণ জনায় আৰু অতি দৃষ্টিকটুভাৱে অসমৰ পৰা নিৰ্বাচিত বিৰোধী সাংসদসকলক এলাগী কৰি ৰাখিলে। যদি ৰাজনৈতিক মতানৈক্য থকাৰ বাবেই স্বয়ং মুখ্য মন্ত্ৰীয়ে সন্মানীয় সাংসদক এনে পক্ষপাতিত্বমূলক আচৰণ কৰিব পাৰে, তেনেহ’লে শাসকীয় পক্ষক ভোট নিদিয়া সাধাৰণ জন-গণৰ প্ৰতি এই চৰকাৰখনে কি নীতি অৱলম্বন কৰিব সেয়া সহজেই অনুমেয়।‘

আনহাতে, ভাষণপ্ৰসংগত বাৰেপতি ‘টীম আছাম’ৰ কথা কোৱা মুখ্য মন্ত্ৰী সোণোৱালক সোঁৱৰাই দি শইকীয়াই কয় ‘মুখ্য মন্ত্ৰী সোণোৱালে দায়িত্বভাৰ লোৱাৰে পৰা টীম আছামৰ কথা উল্লেখ কৰাৰ লগতে পাহাৰ-ভৈয়াম, বৰাক-ব্ৰহ্মপুত্ৰৰ কথা আওৰাই থকা দেখা যায়।‘

তদুপৰি, মুখ্য মন্ত্ৰীলৈ আহ্বান জনাই শইকীয়াই কয় ‘বিৰোধী দলৰ সাংসদ সকলৰ প্ৰতি কৰা অপমানসূচক আচৰণক গৰিহনা দিছো আৰু ভাৰতৰ গণতন্ত্ৰত শাসক বিৰোধী পৰস্পৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাৰ পৰম্পৰা ধূলিসাৎ নকৰিবলৈ মুখ্য মন্ত্ৰীক আহ্বান জনাইছো।

Recent News

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd