• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জাপানীজ এনকেফেলাইটিছ ৰোগীৰ সকলো চিকিৎসা আৰু ঔষধ হ’ব বিনামূলীয়া : হিমন্ত বিশ্ব শৰ্মা

৩০ ছেপ্তম্বৰলৈ চৰকাৰী চিকিৎসালয়ৰ চিকিৎসক, নাৰ্ছ আৰু কৰ্মচাৰীৰ সকলো ছুটী বাতিল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 6, 2019 10:05 am
WhatsApp Image 2019-07-06 at 9.46.23 AM

হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত বৃদ্ধি পোৱা জাপানীজ একফেলাইটিছৰ বৰ্ধিত প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্যৰাখি আজি অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতা ভাৱনৰ ই-ব্লকত এখন সংবাদ মেল আয়োজন কৰি এই ক্ষেত্ৰত অসম চৰকাৰে লোৱা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে।

শৰ্মাই সংবাদমেলত জাপানীজ এনকেফেলাইটিছ তিনিটা পৰ্য্যায়ত হয় বুলি উল্লেখ কৰি কয় যে প্রথম পৰ্যায় অৰ্থাৎ জ্বৰ হোৱা পৰ্যায়তে ইয়াক চিনাক্ত কৰিব পাৰিলে প্ৰাথমিক চিকিৎসালয়তে বেমাৰবিধৰ নিৰাময় কৰিব পৰা যায়।

Apply Now

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ৰাজ্যত বৃদ্ধি পোৱা জাপানীজ এনকেফেলাইটিছ ৰোগীৰ সংখ্যাৰ প্ৰতি লক্ষ্যৰাখি ৰাজ্য চৰকাৰে অসমৰ সকলো চিকিৎসা মহাবিদ্যালয়সমূহৰ আই চি য়ুত জাপানীজ এনকেফেলাইটিছ ৰোগৰ চিকিৎসা আৰু ঔষধ বিনামূলীয়া কৰাৰ কথা ঘোষণা কৰে।

আনহাতে, জাপানীজ এনেকেফেলাইটিছ ৰোগত আক্ৰান্ত ৰোগীক চিকিৎসালয়লৈ লৈ অহাৰ সময়ত যদি তেওঁলোকে চৰকাৰৰ ১০২ আৰু ১০৮ সেৱা লাভ নকৰে তেনেহ’লে অসম চৰকাৰৰ তৰফৰ পৰা ৰোগীগৰাকীক চিকিৎসালয়লৈ অনাৰ বাবে ১০০০ টকাৰ পৰিবহণ ব্যয় প্ৰদান কৰা হ’ব বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে সংবাদ মেলত ঘোষণা কৰে। চিকিৎসালয়ৰ পৰাই তাৎক্ষণিকভাৱে ধনৰাশি আক্ৰান্ত পৰিয়ালক প্ৰদান কৰাৰ ব্যৱস্থা কৰা হ’ব বুলিও তেওঁ সংবাদ মেলত উল্লেখ কৰে।

তদুপৰি, ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহৰ আই চি য়ুত ভৰ্তি হোৱা ৰোগীসকলকো অসম চৰকাৰে এক লাখ টকাৰ সাহায্য প্ৰদান কৰিব বুলি ঘোষণা কৰে। এই ক্ষেত্ৰত অসম  চৰকাৰে এটা হেল্প লাইন নম্বৰ মুকলি কৰিব বুলি উল্লেখ কৰি শৰ্মাই এই হেল্প লাইন নম্বৰত যোগাযোগ কৰিলেই ৰোগীৰ পৰিয়ালে চৰকাৰৰ সাহায্য লাভ কৰিব পাৰিব বুলি কয়।

সংবাদমেলত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ছেপ্তম্বৰৰ ৩০ তাৰিখলৈ চৰকাৰী ডাক্তৰ, নাৰ্চ তথা সকলো কৰ্মচাৰীৰ ছুটী বাতিল কৰা বুলি ঘোষণা কৰে আৰু এই সময়ছোৱাত চিকিৎসা কৰ্মচাৰীসকলে কৰ্মস্থলীত উপস্থিত থাকি দায়িত্ব পালন কৰাৰ বাবে নিৰ্দেশ দিয়ে। এই ক্ষেত্ৰত কোনো লোকে কৰ্তব্যস্থলীত চিকিৎসক, কৰ্মচাৰী উপস্থিত নাই বুলি অভিযোগ উত্থাপন কৰিলে অসম চৰকাৰে সেই চিকিৎসক, কৰ্মচাৰীৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰিব বুলিও শৰ্মাই কয়।

তাৰোপৰি, আজিৰে পৰা নাৰ্চ, এম পি ডব্লিউ কৰ্মচাৰী, আশা কৰ্মীসকলে সংগ্ৰহ কৰা প্ৰতিটো তেজৰ নমুনাৰ বিপৰীতে চৰকাৰৰ তৰফৰ পৰা ৫  টকাকৈ সাহায্য লাভ কৰিব বুলিও তেওঁ সংবাদ মেলত ঘোষণা কৰে।

শৰ্মাই অসমৰ জনসাধাৰণক জাপানীজ এনকেফেলাইটিছ ৰোগক লৈ আতংকিত নহবলৈ অনুৰোধ কৰি এই ক্ষেত্ৰত সজগতা অৱলম্বন কৰি ৰোগবিধ নিৰ্মূল কৰাত চৰকাৰক সহায় কৰাৰ বাবে আহ্বান জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বাংলাদেশ সীমান্তত ঘাঁহ কাটিবলৈ গৈ অপহৃত হ’ল ভাৰতীয় নাগৰিকক ঘূৰাই দিলে বাংলাদেশে

বাংলাদেশ সীমান্তত ঘাঁহ কাটিবলৈ গৈ অপহৃত হ’ল ভাৰতীয় নাগৰিকক ঘূৰাই দিলে বাংলাদেশে

June 17, 2026 11:37 am
ফিফা বিশ্বকাপত ১৬ টা গ’লেৰে মিৰ’শ্লাভ ক্ল’জৰ অভিলেখ স্পৰ্শ লিঅ’নেল মেছিৰ

ফিফা বিশ্বকাপত ১৬ টা গ’লেৰে মিৰ’শ্লাভ ক্ল’জৰ অভিলেখ স্পৰ্শ লিঅ’নেল মেছিৰ

June 17, 2026 11:00 am
জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

June 17, 2026 10:08 am
বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

June 17, 2026 9:16 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাংলাদেশ সীমান্তত ঘাঁহ কাটিবলৈ গৈ অপহৃত হ’ল ভাৰতীয় নাগৰিকক ঘূৰাই দিলে বাংলাদেশে

বাংলাদেশ সীমান্তত ঘাঁহ কাটিবলৈ গৈ অপহৃত হ’ল ভাৰতীয় নাগৰিকক ঘূৰাই দিলে বাংলাদেশে

June 17, 2026 11:37 am
ফিফা বিশ্বকাপত ১৬ টা গ’লেৰে মিৰ’শ্লাভ ক্ল’জৰ অভিলেখ স্পৰ্শ লিঅ’নেল মেছিৰ

ফিফা বিশ্বকাপত ১৬ টা গ’লেৰে মিৰ’শ্লাভ ক্ল’জৰ অভিলেখ স্পৰ্শ লিঅ’নেল মেছিৰ

June 17, 2026 11:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd