• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শয্যাগত তপনৰ প্ৰতি শিৱসাগৰবাসীৰ মানৱীয় পৰিচয়; দুদিনতে লক্ষাধিক টকা সংগ্ৰহ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
July 7, 2019 4:14 pm
Tapan Saikia

তপন শইকীয়া। ছবি সৌজন্য- ফেচবুক

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুদিনপূৰ্বে শিৱসাগৰৰ অমায়িক যুৱক তপন শইকীয়াৰ দুয়োটা কিডনী বিকল হোৱাৰ এক বাতৰি প্ৰকাশ পাইছিল ‘নৰ্থ-ইষ্ট নাও’ত। উন্নত চিকিৎসাৰ বাবে অসমৰ বাহিৰলৈ নিবলৈ অসমৰ্থ তপনৰ পৰিয়াল। তপনৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ ওলাই আহিছিল বীৰ লাচিত সেনা শিৱসাগৰ জিলা সমিতি, জুবিন ফেন ক্লাৱ, বন্ধুবৰ্গ তথা শিৱসাগৰবাসী ৰাইজ।

বীৰ লাচিত সেনাৰ সভাপতি চিতু বৰুৱাৰ নেতৃত্বত শুকুৰবাৰ আৰু শনিবাৰে জয়সাগৰ তিনি আলিৰ পৰা সমগ্ৰ শিৱসাগৰ চহৰ পদযাত্ৰা কৰি পথচাৰী তথা ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৰা তপনৰ বাবে আৰ্থিক সাহায্য বিচাৰে। প্ৰায় ৩০ কিলোমিটাৰ পথ পদ যাত্ৰা কৰি সংগঠনকেইটাৰ শতাধিক সদস্য-সদস্যাই প্ৰায় এক লক্ষাধিক টকা সংগ্ৰহ কৰিবলৈ সক্ষম হয়। তপনৰ বাবে জাতি-ধৰ্ম নিৰ্বিশেষে প্ৰতিজন শিৱসাগৰীয়াই নিজৰ সাধ্যানুসাৰে আৰ্থিক সাহায্য আগবঢ়ায়।

Apply Now

FB_IMG_1562492160391

আজি পুৱা বীৰ লাচিত সেনা আৰু জুবিন ফেন ক্লাৱৰ সদস্যই তপন শইকীয়াৰ ঘৰলৈ গৈ তপনৰ পিতৃ অৱসৰপ্ৰাপ্ত শিক্ষক অমূল্য শইকীয়া আৰু তপনৰ মাতৃৰ হাতত নগদ ৮১,০০১.০০ টকা প্ৰদান কৰে। আনহাতে অনলাইন যোগে প্ৰায় ছাব্বিশ হাজাৰ টকা সংগ্ৰহ হোৱা বুলিও জানিবলৈ দিয়ে।

বীৰ লাচিত সেনা, জুবিন ফেন ক্লাৱ আৰু বন্ধুবৰ্গৰ অনুৰোধত শিৱসাগৰবাসী ৰাইজে তপনৰ বাবে যি মৰম আৰু আৰ্শীবাদ আগবঢ়ালে তাৰ বাবে তপনৰ পিতৃ-মাতৃয়ে সকলোকে কৃতজ্ঞতা প্ৰকাশ কৰে।

লগতে পঢ়ক : মানুহে মানুহৰ বাবে|| ৰুগীয়া যুৱকৰ সাহায্যাৰ্থে শিৱসাগৰৰ ৰাজপথত ৰাইজ

তপনক পূৰ্বৰ দৰে সুস্থ কৰি তুলিবলৈ আৰু অধিক টকাৰ প্ৰয়োজন। সেয়ে আৰ্থিক সাহায্য আগবঢ়াই তপনক সুস্থ কৰি তুলিবলৈ বীৰ লাচিত সেনা আৰু জুবিন ফেন ক্লাৱে সকলোকে অনুৰোধ জনাইছে। তপনৰ প্ৰতি শিৱসাগৰবাসীয়ে যি মানবীয়তাৰ পৰিচয় দিলে তাৰ বাবে সমগ্ৰ শিৱসাগৰবাসীক ধন্যবাদ জনায় সংগঠন দুটাই।

FB_IMG_1562492165412

ইয়াৰ উপৰি সংগঠন দুটাই এই দুৰ্ভগীয়া পৰিয়ালটোক চৰকাৰী নিয়ম অনুযায়ী সহায় কৰিবলৈ অসম চৰকাৰ আৰু স্বাস্থ্য মন্ত্ৰীকো অনুৰোধ জনায়।

তপনক যদি কোনো সদাশয় ব্যক্তিয়ে আৰ্থিক সহায় কৰিব বিচাৰে তেন্তে তলৰ বেংক একাউণ্টত নিজ ইচ্ছানুসৰি আৰ্থিক সহায় আগবঢ়াব পাৰে।

Dipamoni Saikia.
A/c No:  20303769473.
IFSC : SBIN0002093.
SBI Narengi Branch
পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd