• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ফেনছ প্লেয়াৰ অব দ্যা ইয়েৰ এৱাৰ্ড’ৰ দৌৰত অসমৰ ফুটবলাৰ গৌৰৱ বৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 7, 2019 7:20 pm
Gaurav Bora joins Delhi Dynamos FC.photo

গৌৰৱ বৰা । ফটো: ই এছ পি এন ডট ইনৰ সৌজন্যত

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰত্যেক বছৰৰ দৰে এইবছৰো ফুটবল প্লেয়াৰ্ছ এছ’চিয়েশ্যন অব ইণ্ডিয়া (এফ পি এ আই)ই ‘ফেনছ প্লেয়াৰ অব দ্যা ইয়েৰ এৱাৰ্ড’ৰ বাবে বাছনি কৰি উলিয়াইছে ১০ জন ফুটবলাৰ। এই ১০ জনৰ ভিতৰত আছে অসমৰ গৌৰৱ বৰা।

উল্লেখ্য যে বছৰে এফ পি এ আইয়ে প্ৰদান কৰি অহা এই এৱাৰ্ড ভোটিং পদ্ধতিৰে নিৰ্ণয় কৰা হয়। ১০জন ফুটবলাৰৰ ভিতৰত সমৰ্থক সকলে নিজ নিজ পচন্দৰ এজন ফুটবলাৰক ভোটদান কৰি ফেনছ প্লেয়াৰ অব দা এৱাৰ্ডৰ অধিকাৰী কৰিব পাৰে।

Apply Now

ইতিমধ্যে ৬ জুলাইৰ পৰা আৰম্ভ হৈছে ভোটিং ব্যৱস্থা। ফুটবলপ্ৰেমী সকলে www.thefpai.net ৰ জৰিয়তে পচন্দৰ ফুটবলগৰাকীক ভোট দিব পাৰিব।

উল্লেখ্য যে আই-লীগত চেন্নাই চিটি এফ চিৰ হৈ বিগত বৰ্ষত গৌৰৱ বৰাই মুঠ ২০ খন খেল খেলিছিল আৰু চূড়ান্ত খেলখনত তামিলনাডুৰ বিৰুদ্ধে দুটাকৈ গ’ল দি খিতাপ অৰ্জনত মূখ্য ভূমিকা লৈছিল।

আই লীগৰ ২০১৮-১৯ বৰ্ষৰ উদীয়মান খেলুৱৈৰ সন্মান লাভ কৰা গৌৰৱ বৰাই বিগত বৰ্ষত ফুটবল জগতত বিশেষ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

গৌৰৱে ইয়াৰ পূৰ্বে ২০২০ এ এফ চি ২৩ অনুৰ্দ্ধ প্ৰতিযোগিতাৰ যোগ্যতা নিৰ্দ্ধাৰণকাৰী খেলত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছিল।

অসমত জন্মগ্ৰহণ কৰা গৌৰৱ বৰাই যুৱ অৱস্থাত তেওঁৰ পৰিয়ালৰ সৈতে দিল্লীত থাকিবলৈ লয়। স্কুল দলৰ হৈ খেলাৰ পাছত গৌৰৱে বাইচুং ভূটীয়াৰ ফুটবল স্কুলত প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হৈছিল।

ইয়াৰ উপৰি ২০ বছৰীয়া ডিফেণ্ডাৰগৰাকীক ২০১৯-২০ বৰ্ষৰ বাবে আই এছ এলৰ দল দিল্লী ডায়নামোছে চুক্তিবদ্ধ কৰিছে।

অসমৰ প্ৰতিভাৱান গৌৰৱ বৰাৰ উপৰি ‘ফেনছ প্লেয়াৰ অব দ্যা ইয়েৰ এৱাৰ্ড’ৰ বাবে নিৰ্বাচিত হোৱা আন ৯গৰাকী ফুটবলাৰ হৈছে- আদিল খান (এফ চি পুনে চিটি), জবি জাষ্টিন (ইষ্ট বেংগল এফ চি), মাইকেল ছুছাইৰাজ (জামছেদপুৰ এফ চি), মহম্মদ নাৱাজ (এফ চি গোৱা), অমৰজিৎ সিং কিয়াম (ইণ্ডিয়ান এৰ’জ), চাহাল আব্দুল চামাদ (কেৰালা ব্লাষ্টাৰ্ছ), ৰাহুল ভেকে (বেংগালুৰু এফ চি), ব্ৰেণ্ডন ফাৰ্ণাণ্ডেজ (এফ চি গোৱা) আৰু ৰেইনিয়াৰ ফাৰ্ণাণ্ডেজ (মুম্বাই চিটি এফ চি)।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd